Suspected Ulfa(I) Arrested In Nazira:নাজিৰাত আলফাৰে জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

ulfai aarested

Suspected Ulfa(I) Arrested In Nazira:

নাজিৰাত আলফাৰে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰে সেনাৰ আছাম ৰেজিমেণ্টে ৷

ধৃত যুৱকজন মৰাণ বেজ পথাৰৰ বাসিন্দা ৷ ইতিমধ্যে ধৃত যুৱকজনক সেনাৰ আছাম ৰেজিমেণ্টে নাজিৰা আদৰ্শ আৰক্ষী থানাত চমজাই দিয়ে ৷

ইতিমধ্যে অধিক তথ্যৰ আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version