Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASTC:ৰাজ্যত এএছটিচিৰ বাছৰ সংখ্যা ১,১২১খন, ১২৭খন বাছৰ মেৰামতি

সদনত পৰিবহন মন্ত্ৰীৰ তথ্য

publisher by publisher
February 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
ASTC:ৰাজ্যত এএছটিচিৰ বাছৰ সংখ্যা ১,১২১খন, ১২৭খন বাছৰ মেৰামতি
2
SHARES
19
VIEWS
ShareShareShareShare

ASTC:

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনৰ প্ৰশ্নোত্তৰ কালত এএছটিচি বাছ সন্দৰ্ভত কেতবোৰ লিখিত প্ৰশ্নোত্তৰত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তথ্য দাঙি উল্লেখ কৰে যে এএছটিচি মুঠ বাছৰ সংখ্যা ১,১২১ খন ৷ আনহাতে ইয়াৰে ১২৭খন বাছৰ মেৰামতি ইতিমধ্যে চলি আছে ৷

ADVERTISEMENT

ইয়াৰ উপৰিও ১৩৮০ খন ব্যক্তিগত মালিকানাধীন বাছ নিগমৰ অধীনত ৰাজ্যত চলাচল কৰি আছে। অসম ৰাজ্যিক পৰিবহন নিগমৰ মুঠ বিষয়া কৰ্মচাৰীৰ সংখ্যা ২০০৩ জন। ইয়াৰে ৬১৫ গৰাকী নিয়মীয়া আৰু ১৩৮৮ জন ঠিকাভিত্তিক। ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহৰ হিচাপমতে দৰমহাৰ নামত মাহেকত ব্যয় হোৱা টকাৰ পৰিমাণ ৫,০৭,৭৭,৮৭১,৪০ টকা।

RelatedPosts

Gaurav Gogoi:একলগ হোৱাৰ দিশে ৩গগৈ ! আনুষ্ঠানিকতা বাকী

Apcc President Gaurav Gogoi: ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে: গৌৰৱ

Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !

আনহাতে ,অসম ৰাজ্যিক জল পৰিবহণ বিভাগত মুঠ ১৪৩ খন জাহাজ বা ফেৰি আছে আৰু আৰু তাৰ ভিতৰত ৯৩ খন চলি আছে আৰু ৩৫ খন বার্ষিক মেৰামতিৰ বাবে অচল অৱস্থাত আছে। মুঠ ১৫ খন বিকল হৈ আছে।

জল পৰিবহণ বিভাগৰ মুঠ বিষয়া কৰ্মচাৰীৰ সংখ্যা হ’ল ৩১১০ জন আৰু বর্তমান এই বিভাগত কৰ্মচাৰীৰ দৰমাহৰ নামত প্রতিমাহে ১৩,১৩,২০,৯৮৩ টকা ব্যয় হয়।

জলপৰিবহণ বিভাগৰ বাণিজ্যিক সেৱাৰ অধীনত মালবাহী টাগ আৰু বাৰ্জৰ সময়ে সময়ে নিবিদা আহ্বানৰ জৰিয়তে বহিঃৰাজ্যত ২০০৫ চনৰ পৰা লীজত দি থকা হৈছে আৰু এই জাহাজ সমূহৰপৰা এতিয়ালৈ প্রায় ২২৫০.৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হৈছে বুলি সদনত উল্লেখ কৰে পৰিবহন মন্ত্ৰী গৰাকীয়ে ৷

২০২১-২২ বিত্তীয় বর্ষত ১,০২,২৬৭.০০ লাখ টকা ৰাজহ সংগ্রহ, ২০২২-২৩ বিত্তীয় বর্ষত ১,৩৬,১২৩ লাখ টকাৰ ৰাজহ সংগ্রহ আৰু ২০২৩-২৪ জানুৱাৰীলৈ সং ১,৩৭,৪৫৭ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা বুলি সদৰি কৰে শুক্লবৈদ্যই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam AssemblyASTCBudget SessionTransport Minister Parimal Sukla Baidyaa
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d