Assam Finance Minister to table state budget for 2024-25 today:বাজেট হাতত লৈ বিধানসভাত প্ৰৱেশ বিত্তমন্ত্ৰী অজন্তা নেওগ

খন্তেক পিছতে সদনত দাখিল কৰিব বাজেট

budgt

Assam Finance Minister to table state Budget for 2024-25 Today:

২০২৪- ২৫ বিত্তীয়বৰ্ষৰ বাবে বহু আকাংক্ষিত বাজেট আজি অসম বিধানসভাত সভাত দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ ইতিমধ্যে বাজেট লৈ বিধানসভাত প্ৰৱেশ বিত্তমন্ত্ৰীৰ ৷

সাংবাদিকৰ আগত বিত্তমন্ত্ৰী মন্তব্য কৰে যে আজি উদ্থাপন কৰিবলগীয়া বাজেট খন সকলোৰে বাবে মংগলময় হ’ব ৷

Exit mobile version