BPF Has Announced Three Candidates For Kokrajhar :BPFয়ে কোকৰাঝাৰৰ বাবে ঘোষণা কৰিলে তিনিজনীয়া প্ৰাৰ্থী নাম

hagrama oo

BPF Has Announced Three Candidates For Kokrajhar :

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷

আজি কোকোৰাঝাৰ সংসদীয় সমষ্টিৰ বাবে তিনিজনীয়া পেনেলৰ নাম ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ প্ৰাৰ্থী কেইজন হ’ল প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,বিটিচিৰ প্ৰাক্তন ডেপু চীফ খাম্পা বৰগয়াৰী আৰু কোছ ৰাজবংশীৰ যুৱ নেতা পৃথ্বী নাৰায়ণ দেৱ মেছ ৷

Exit mobile version