Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

North Guwahati Accident: উত্তৰ গুৱাহাটীত নিশা অঘটন !

তীব্ৰবেগী ড্ৰাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই সোমাল এঘৰ লোকৰ শোৱনি কোঠাত, কথমপি প্ৰাণৰক্ষা বাসগৃহৰ লোকসকল, দুৰ্ঘটনাৰ পিছতে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ

publisher by publisher
February 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
North Guwahati Accident: উত্তৰ গুৱাহাটীত নিশা অঘটন !
2
SHARES
18
VIEWS
ShareShareShareShare

North Guwahati Accident:

গুৱাহাটী মহানগৰ ইয়াৰ পাশ্বৰ্ৱতী অঞ্চল সহ ৰাজ্যৰ ভিন্নস্থানত ডাম্পাৰ চালকৰ দৌৰাত্ম্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অপৈণত ড্ৰাম্পাৰ চালকৰ বাবে ৰাজপথত প্ৰাণ হেৰুৱাইছে ইজনৰ পাছত সিজনকৈ লোক ৷

ADVERTISEMENT

আনকি যোৱা নিশা মহানগৰীৰ সদাব্যস্ত ৰেডিশ্বন ব্লু সন্মুখত দ্ৰতবেগী ড্ৰাম্পাৰে মহতিয়াই নিয়ে এখন স্কুটীক ৷ফলত থিতাতে নিহত হয় এজন ২৫ বছৰীয়া যুৱক ৷ ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তেজিত ৰাইজে ড্ৰাম্পাৰ খন ভাঙি ক্ষতিসাধাৰণ কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰে ৷ অৱশ্যে পিছত আৰক্ষীৰ বুজনিত ৰাইজে পথ এৰি দিয়ে ৷

RelatedPosts

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

শোকাৱহ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে উদণ্ড ড্ৰাম্পাৰ চালকজন ৷ উল্লেখ্য যে নিশা হ’লেও ড্ৰাম্পাৰ চালকৰ চৰম দৌৰাত্ম্যই পথচাৰী আৰু বাহন চালকক ত্ৰাহিমধুসূদন সোধাইছে ৷

আনহাতে আজি পুৱতি নিশা উত্তৰ গুৱাহাটীৰ শিলসাঁকোত দ্ৰতবেগী ড্ৰাম্পাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষত থকা পিতাম্বৰ শৰ্মা নামৰ লোকজনৰ বাসগৃহ মহতিয়াই নিয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি ,তীব্ৰ গতিত অহা ড্ৰাম্পাৰ খনে প্ৰথমে এটা বৈদ্যুতিক খুটা মহতিয়াই নি পাছত প্ৰচণ্ড খুন্দা মাৰে বাসগৃহটোত। আকস্মিক দুৰ্ঘটনাৰ ফলত বাসগৃহৰ আবাসী সকল আবদ্ধ হৈ পৰে ঘৰটোৰ ভিতৰত ৷ আনহাতে কথমপিহে প্ৰাণৰক্ষা পৰে বাসগৃহৰ আবাসী সকল ।

পিছত স্থানীয় লোকে বাসগৃহটোৰ আবদ্ধ লোকসকলক উদ্ধাৰ কৰি এই দুৰ্ঘটনাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰে । দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে ড্ৰাম্পাৰ চালকজন ৷

এতিয়া প্ৰশ্ন হয়,নিশা হ’লেই ৰাজপথত মৃত্যুদূতৰ ৰূপত অৱতীৰ্ণ হোৱা উদণ্ড ড্ৰাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন যন্ত্ৰ তৎপৰ হ’বনে ৷ এইয়া এতিয়া ৰাইজৰ লাখটকীয়া প্ৰশ্ন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACCIDENTDumpernoe youth deadNorth GuwahatiRADISSON bLUResdents Were Barely SavedResidences DestroyedSilsako
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d