Russia:আজি মস্কোত সমাধিস্থ কৰিব পুটিন বিৰোধী নেতা নাভালনিক

alexi navaloni

Russia:

আজি ৰাছিয়াৰ ৰাজধানী মস্কোত এক সমাধিক্ষেত্রত আনুষ্ঠানিকভাবে সমাধিস্থ কৰা হ’ব বাছিয়াৰ বিৰোধী নেতা এলেক্সি নাভালনিক। মাবিন’ জিলাত বিদায়ী অনুষ্ঠানৰ পাছত নাভালনিক ব’ৰিছ’ভস্কত সমাধিস্থ কৰা হ’ব।

ADVERTISEMENT

উল্লেখ্য যে ১০ দিন পূর্বে নাভালনিৰ কাৰাগাৰত মৃত্যু হৈছিল। পুটিন বিৰোধী নেতাজনক আদালতে ১৮ বছৰৰ কাৰাদণ্ডৰ ৰায় দিছিল আৰু কাৰাগাৰত বন্দী অৱস্থাত তেওঁৰ ৰহস্যজনক মৃত্যু হ’ল। বিগত কে’বাবছৰ ধৰি ৰাছিয়াৰ ৰাজনীতিত ৰাষ্ট্রপতি ভ্লাডিমীৰ পুটিনৰ কঠোৰ সমালোচক হিচাপে পৰিচিত হৈছিল নাভালনি।

Exit mobile version