Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Uttarkashi Tunnel Collapse Incident:সুৰংগতে সমাধিস্থ হ’ব প্রশ্নবোৰ ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
December 4, 2023
in Uncategorized
Reading Time: 2 mins read
0
Uttarkashi Tunnel Collapse Incident:সুৰংগতে সমাধিস্থ হ’ব প্রশ্নবোৰ ?
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

Uttarkashi Tunnel Collapse Incident:সুৰংগতে সমাধিস্থ হ’ব প্রশ্নবোৰ ?

# প্রাঞ্জলসেন ডেকা

এক দুঃসাহসিক অভিযানৰ জৰিয়তে উত্তৰাখণ্ডৰ এটি নির্মীয়মাণ সুৰংগত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰ কৰি এক চমক দিলে ভাৰতে। নৈশ কর্তব্য পালন কৰি থকা অৱস্থাতে যোৱা ১২ নৱেম্বৰৰ পুৱতি নিশা সুৰংগটোত হোৱা ভূমিস্খলনত এই ৪১জন শ্রমিক আৱদ্ধ হৈ পৰে।

ADVERTISEMENT

তেতিয়াৰে পৰা ১৭ দিন ধৰি শ্ৰমিকসকলে জীৱন-মৰণৰ সন্ধিক্ষণৰ মাজত পাৰ কৰে। আনহাতে, বাহিৰত তেওঁলোকৰ আত্মীয়-স্বজন তথা সমগ্র দেশবাসীয়ে অন্তহীন উৎকণ্ঠাত কটাবলগীয়া হয়। উত্তৰাখণ্ডত বহুচৰ্চিত চাৰ ধাম মহামার্গ পৰিযোজনাৰ অধীনত হিন্দু ধৰ্মাৱলম্বীৰ চাৰি পবিত্র স্থান ক্রমে গংগোত্রী, যমুনোত্রী, বদ্রিনাথ আৰু কেদাৰনাথ সংযোগী আহল-বহল আৰু সকলো বতৰৰ বাবে উপযোগী পথ নিৰ্মাণৰ কাম চলি হ থকা অৱস্থাতে এই অঘটন ঘটে। উত্তৰকাশী জিলাৰ ছিল্কিয়াৰা আৰু দাণ্ডাল গাঁৱৰ মাজত নিৰ্মাণৰত এই সুৰংগৰ পৰা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে জিলা প্রশাসনে যথাসম্ভৱ শীঘ্রে অভিযান আৰম্ভ কৰে।

ইয়াত কে’বাটাও দেশীয় সংস্থাই সহযোগ কৰে। তাৰ পাছদিনাৰ পৰাই আৱদ্ধ শ্রমিকসকলক উদ্ধাৰ কৰাটো সম্ভৱ হ’ব বুলি চৰকাৰীভাৱে ঘোষণা কৰি বিভিন্ন সময়সীমা ধার্য কৰি দিয়া হয়। কিন্তু আশা কৰা ধৰণে উদ্ধাৰ কার্য সম্ভৱ হৈ নুঠাত পৰিস্থিতিৰ জটিলতা অনুধাবন কৰি একাধিক বিদেশী সংস্থা আৰু বিশেষজ্ঞৰ লগতে নানা প্রকাৰৰ উন্নতমানৰ যন্ত্র-পাতি ব্যৱহাৰ কৰা হয়। এনেদৰে প্রতিটো দিনে নতুন আশা জগাই তোলাৰ সময়তে নতুন প্রত্যাহ্বানে অনিশ্চয়তাৰ সৃষ্টি কৰে।

অৱশেষত নিষিদ্ধ ‘ৰেট হ’লঢ় মাইনিং’ (নিগনিৰ দৰে কুটি কুটি গাঁত খান্দি যোৱা) পদ্ধতিৰে ১৭ দিনৰ দিনা নিশা শ্রমিকসকলক উদ্ধাৰ কৰা হয়। লগে লগে সমগ্র দেশবাসীয়ে স্বস্তিৰ নিশ্বাস কাড়ে।

এনে এক জটিল অভিযানৰ সফল সমাপ্তি ঘটাবলৈ সক্ষম হোৱা বাবে উত্তৰাখণ্ড চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰো কৃতিত্বৰ দাবীদাৰ হৈছে। অৱশ্যে উদ্ধাৰ অভিযানক লৈ অব্যাহত থকা সুৰংগৰ বিপৰ্যয় আৰু পৰিৱেশকেন্দ্রিক মূল প্রশ্নবোৰ তল পৰি যায়। এই ঘটনাক এক দুর্ভাগ্যজনক তথা অপ্রত্যাশিত প্রাকৃতিক দুর্যোগ আখ্যা দিয়া হৈছে যদিও ইয়াক লৈ কেতবোৰ গুৰুতৰ বিসংগতি উত্থাপিত হৈছে। এই অভিলাষী প্রকল্প ৰূপায়ণৰ নামত বিশৃংখলভাৱে আৰম্ভ কৰা নির্মাণকার্যক লৈ সচেতন স্থানীয় বাসিন্দা, পৰিৱেশকর্মী, বিশেষজ্ঞ আদিয়ে সকীয়াই দিছিল ৷

হিমালয়ৰ পাদদেশৰ এই অঞ্চলটোৰ ভংগুৰতা আৰু অস্থিবতাই সুৰংগ নির্মাণলৈ বিপর্যয় মাতি আনিব বুলি দিয়া সতর্কবাণীকো দেখ দেখকৈ উলাই কৰা হৈছিল। বৃহৎ আন্তঃগাঁথনি নির্মাণৰ পূৰ্বে দেশত পৰিৱেশতন্ত্ৰৰ ওপৰত হ’ব পৰা প্ৰভাৱৰ বিষয়ে যি অধ্যয়নৰ প্রয়োজন সেইবিলাক দিন যোৱাৰ লগে লগে শিথিল হৈ আহিছে।

এশ কিলোমিটাৰ অথবা ততোধিক দৈর্ঘ্যৰ ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ সম্পর্কীয় অনুমোদন বাধ্যতামূলক হোৱা হেতুকে ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰধাম মহামার্গ পৰিযোজনাৰ ক্ষেত্ৰতো সেয়া অৱধাৰিত আছিল।

তেনে বাধ্যবাধকতাক উলাই কৰাৰ কৌশলৰূপে কেন্দ্রীয় চৰকাৰে এই ৯০০ কিলোমিটাৰ পথছোৱাক ৫৩ টা পৃথক ভাগত ভাগ কৰে যাতে তাৰে এটাও এশ কিলোমিটাৰৰ অধিক নহয়।

আগন্তুক ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বেই এই প্রকল্প সম্পূর্ণ কৰিবলৈ লৰা-ঢপৰা কৰা হেতুকেই এনে এক গুৰুতৰ বিষয়ক আওকাণ কৰা হ’ল। কিয়নো পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন আৰু তাৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰাটো ব্যয়বহুল আৰু যথেষ্ট সময়ৰো প্রয়োজন।

গতিকে প্রকল্প ৰূপায়ণত বাধা বুলি গণ্য কৰি তেনেবোৰ দিশক চৰকাৰে আওকাণ কৰে। উল্লেখনীয় যে ২০১৩ত তদানীন্তন ইউপিএ চৰকাৰে এশ কিলোমিটাৰতকৈ কম দৈর্ঘ্যৰ পথ প্রকল্প নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ অনুমোদনৰ ৰেহাইৰ সিদ্ধান্ত লৈছিল। তাৰেই সুযোগ লৈ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কোনো পৰিৱেশ অধ্যয়ন অবিহনেই চাৰধাম প্রকল্পৰ কাম আৰম্ভ কৰি দিয়ে।

উত্তৰাখণ্ড আৰু বিশেষকৈ সুৰংগ নিৰ্মাণৰত অঞ্চলটো এনে এক স্থানত অৱস্থিত যি অতি ভূমিকম্পন প্রৱণ। এই উত্তৰকাশীতে ১৯৯১৩ বিখটাৰ স্কেলত ৬.৮ প্রাবল্যৰ ভূমিকম্পত কমেও দুহেজাৰ লোকৰ মৃত্যু হৈছিল।

উল্লেখ্য যে সমগ্র পৃথিৱীখন একাধিক টেকটনিক প্লেটত বিভক্ত হৈ আছে। সাধাৰণতে এনে টেকটনিক প্লেটব অৱস্থান পৰিৱৰ্তনৰ ফলতে ভূমিকম্প সংঘটিত হয়। ভাৰতীয় প্লেট আৰু ইউৰেছীয় প্লেটৰ সংযোগস্থলত থকা চ্যুতিৰেখা হিমালয় পর্বতমালাৰ সমান্তৰালভাৱে উত্তৰ-পশ্চিম দিশৰ পৰা দক্ষিণ-পূর্ব দিশে গতি কৰিছে।

এই চ্যুতিৰেখাৰ কাষতে ছিল্কিয়াৰা সুৰংগৰ নিমাণকার্য চলিছে। গতিকে ভূতাত্ত্বিকভাবে অতি সংবেদনশীল এনে অঞ্চলত যিকোনো ধৰণৰ বৃহৎ নির্মাণকার্য যে মাৰাত্মক ক্ষতিকাৰক হ’ব পাৰে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। পৰিৱেশতন্ত্রৰ ওপৰত ইয়াৰ বিৰূপ প্রভাৱৰ আশংকাক লৈ এই প্রকল্প পৰিবেশবিদসকলৰ দ্বাৰা সমালোচিত হৈছে।

হিমালয়ৰ ভংগুৰতাই, বিশেষকৈ শিৱালিক খণ্ডই জলবায়ু পৰিৱর্তনৰ বিৰূপ পৰিণাম ভোগাত ইন্ধন যোগাইছে। এই বিষয়ে বহুতেই অবগত যে শিৱালিক খণ্ড ভূতাত্ত্বিক সময় অনুসৰি আটাইতকৈ কম । বয়সীয়া আৰু হিমালয়ৰ সবাতোকৈ ভংগুৰ অংশ। এই অংশটো হৈছে দীর্ঘকাল বিভিন্ন ধ্বংসাবশেষ আৰু বর্জ্য পদার্থৰেগঠিত।

তদুপৰি ইয়াৰ শিলাখণ্ড বালি আৰু বোকাৰ দ্বাৰা গঠিত হোবা হেতুকে ই যিকোনো প্রকাৰৰ শিলতকৈ নীতুলনামূলকভাৱে দুৰ্বল। এনে ভংগুৰ পাৰ্বত্য পৰিবেশতন্ত্রত ঘাইপথ নির্মাণে অঞ্চলটোত ভূমিস্খলনকে ধৰি অন্যান্য বিপৰ্যয়ৰ অধিক পথ মুকলি কৰিব বুলি পৰিবেশবিদসকলে সতর্ক কৰি দিছে। দেশবাসীৰ বাবে প্রয়োজনীয় বুলি গণ্য কৰিলেও ইয়াক নিৰ্মাণৰ সময়ত পৰিবেশগত দিশসমূহৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি ক্ষয়-ক্ষতি পাৰ্যমানে হ্ৰাসৰ ব্যৱস্থা হাতত ল’ব লাগিব।

এই প্রকল্প নির্মাণক লৈ উদ্বেগ প্রকাশ কৰি স্থানীয় এজন সচেতন ব্যক্তি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ আৰু পৰৱৰ্তী সময়ত সর্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও চৰকাৰে ইয়াৰ নির্মাণকার্য অব্যাহত ৰাখে। ২০১৮ৰ জুনত গংগোত্রী আক যমুনোত্ৰীৰ মাজত বাৰকোট-ছিল্কিয়াৰা সুবংগ নির্মাণৰে ঠিকা আবণ্টন দিয়া হয় হায়দৰাবাদৰ নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীক।

২০১৮ত এই প্ৰকল্পৰ ব্যয় ৮৫৩ কোটি ৭৯ লাখ টকা ধার্য কৰাৰ লগতে ৪৮ মাহত ইয়াক সম্পূৰ্ণ কৰাৰ সময়সীমা ধার্য কৰা হৈছিল। ৰাষ্ট্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০২১ত প্ৰকল্পৰ ব্যয় ১৩৮৩ ক কোটি ৭৮ লাখ টকালৈ বৃদ্ধি কৰা হয়। তদুপৰি সুৰংগ, সুৰক্ষিতভাবে বাহিৰলৈ ওলাই অহাৰ পথসহ নির্মাণকার্য ২০২২ৰ ই জুলাইত সম্পূৰ্ণ কৰাৰ সময়সীমা ধার্য কৰি দিয়া হয়।

লক্ষ্যণীয়ভাৱে সুৰংগৰ কাম আৰম্ভ কৰাৰ পাছত কোম্পানীটোরে ২ ধাৰণা কৰাতকৈ অধিক প্রত্যাহানৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ লগে লগে অত্যাৱশ্যকীয় সুৰক্ষা ব্যৱস্থাসমূহৰ পৰাও বচাই ভাৰতত সুৰংগৰ দৰে জটিল নির্মাণকার্যত জড়িত কোম্পানীসমূহে সততে সুৰক্ষা ব্যৱস্থাৱলীক অবজ্ঞা কৰাৰ অভিযোগ দীর্ঘদিনীয়া।

ছিল্কিয়াৰাৰ নির্মীয়মাণ সুৰংগৰ ক্ষেত্ৰত সবাতোকৈ মাৰাত্মক অৱহেলা হৈছে যিকোনো বিপদৰ সময়ত প্ৰাণৰক্ষাৰ বাবে পলায়নৰ পথ নির্মাণৰ পৰা বিৰত থকাটো। এনে ধৰণৰ সুৰংগ খন্দাৰ কাম আৰম্ভ কৰিলে তাৰ সমান্তৰালভাবে হিউম পাইপ বহুওৱাৰ ব্যৱস্থা কৰিব লাগে।

আনকি কেন্দ্রীয় চৰকাৰে এই প্ৰকল্পৰ অনুমোদন দিয়াৰ সময়তো তাৰ উল্লেখ কৰিছিল। কংক্রিটৰ এই পাইপে ভূগৰ্ভৰ পৰা ওলোৱা বিষাক্ত বায়ু বাহিৰলৈ উলিয়াই পঠিওৱাৰ লগতে হঠাৎ ভূমিস্খলন হ’লে কর্মৰত শ্রমিকসকলে এই পাইপৰ ভিতৰত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰে। পাছত সেই কোম্পানীটোৱে মূৰপোলোকা দিয়ে।

উদ্ধাৰ অভিযান শেষ হোৱাৰ পূর্বেই এই বিপর্যয়ৰ কাৰণ উদ্ভাৱনৰ উদ্দেশ্যে এখন কমিটী গঠন কৰি দিয়া হৈছে যদিও ইয়াৰ প্ৰতিবেদন অথবা প্রয়োজনীয় ব্যবস্থা গ্রহণত চৰকাৰ কিমান সক্রিয় তাক লৈ সন্দেহৰ সৃষ্টি হৈছে পূৰ্বৰ অভিজ্ঞতালৈ পাইপেদিয়ে শ্রমিকসকল সুৰক্ষিতভাবে বাহিৰলৈ ওলাই আহিব পাৰে।

ইয়াৰ উপৰি মুৰ্গীৰ খাচাৰ দৰে কংক্রিটৰ খাচা মজুত ৰখা হয় যাতে ভূমিস্খলন হ’লে তাত সোমাই শ্রমিকসকলে প্ৰাণৰক্ষা কৰিব পাৰে। ছিষ্কিয়াৰাৰ সুৰংগত তেনে এবিধো সুৰক্ষাৰ ব্যৱস্থা নথকাটো সম্প্রতি পোহৰলৈ আহিছে।

তদুপৰি কোনো সুৰংগৰ দৈর্ঘ্য ডেৰ কিলোমিটাৰৰ অধিক হোৱা হেতুকে তাত কোনো অঘটন ঘটিলে সুৰক্ষিতভাৱে ওলাই আহিব পৰাকৈ এটি পথ নির্মাণ কৰিব লাগে। সেয়া কেৱল শ্ৰমিকৰ কাৰণেই নহয়, পৰৱৰ্তী সময়ত সুৰংগইদি যাতায়াত কৰাসকলৰ বাবেও ই সুৰক্ষা পথৰ কাম কৰে। ছিন্ধিয়াৰাৰ সুৰংগৰ নক্সাত তেনে পথ দেখুওৱা আছে যদিও বাস্তৱত তাক নিৰ্মাণ কৰা হোৱা নাছিল। ব্যয় হ্ৰাসৰ লক্ষ্যৰেই নির্মাতা কোম্পানীয়ে তাক এৰাই চলিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

এনেবোৰ ইচ্ছাকৃত অৱহেলাক সংশ্লিষ্ট কর্তৃপক্ষ যেনে- উত্তৰাখণ্ড চৰকাৰ অথবা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কোম্পানী লিমিটেড অথবা কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে কিদৰে চকু মুদি চলিবলৈ দিছিল তাক লৈও প্রশ্ন উত্থাপিত হৈছে।

শেহতীয়াভাৱে প্রকাশ পাইছে যে ছিল্কিয়াৰাৰ ভূতাত্ত্বিক বিশ্লেষণত এই কথা ধৰা পৰে যে সেই অঞ্চলত সুৰংগ নিৰ্মাণৰ বাবে অনুকূল শিল আছে মাত্র ২০ শতাংশহে। সুৰংগৰ অধিকাংশ স্থানত মূলতঃ তেনেই শিথিল আৰু ভংগুৰ পাললিক শিলা অর্থাৎ শ্লেট পাথৰহে আছে। সেই অঞ্চলত পাহাৰৰ কঠিন অংশৰ তলত কেবল মাটিৰ আৱৰণ।

গতিকে মাটি খন্দাৰ সময়ত সঠিকভাবে ঢোকা নিদিলে পাহাৰৰ মাটি-শিল খহি পৰাৰ আশংকা থাকে। এনে প্রতিকূল পাৰিপাৰ্শ্বিক অৱস্থাতো সুৰংগ নিৰ্মাণৰ অনুমতি দিয়াৰ আঁৰত কিহে ক্রিয়া কৰিছিল সেই কথা তদন্তত দাঙি ধৰা হ’ব বুলি অৱশ্যে আশা নিশ্চয় কৰিব নোৱাৰি। অকল সেয়ে নহয়, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে সুৰংগ মুকলিৰ চাপৰ বাবেই দীপাৱলীৰ দৰে দেশৰ সৰ্ববৃহৎ উৎসৱৰ দিনাও শ্রমিকসকলক সুৰংগৰ কামত নিয়োজিত কৰা হৈছিল।

একে কাৰণতে সুৰংগ খন্দাৰ কামত অনিয়ন্ত্রিতভাৱে বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল। প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা অবিহনেই বিস্ফোৰণ ঘটোৱা বাবেই এইদৰে ভূমিস্খলন হোৱা বুলি প্রকাশ পাইছে। তদুপৰি জৰুৰীকালীন অৱস্থাত উদ্ধাৰকাৰ্যৰ বাবে প্ৰয়োজন হ’ব পৰা সাধাৰণ ড্রিলিংমেচিনৰ দৰে যন্ত্র-পাতিও ছিল্কিয়াবাত নিৰ্মাণকাৰী কোম্পানীৰ হাতত উপলব্ধ নাছিল।

উদ্ধাৰ অভিযানত ব্যৱহৃত সকলোবোৰ দেশী-বিদেশী যন্ত্র-পাতি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিবলগীয়া হৈছিল। এক অতি সংবেদনশীল প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত নৱযুগ কোম্পানীৰ বেপৰোৱা মনোভার এনেবোৰ কাৰ্যকলাপেই স্পষ্টভারে উদঙাই দিছে।

দুর্যোগ অহালৈ অপেক্ষা নকৰি ইয়াৰ প্ৰতিৰোধমূলক নীতি আগতীয়াকৈ ৰূপায়ণ কৰাহে অধিক জৰুৰী। তাৰ সমান্তৰালভাৱে পৰিৱেশতন্ত্রত ক্ষতিসাধন কৰিব পৰা যিকোনো ধৰণৰ কাৰ্যক কঠোৰভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাটো যুগুত। ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে শেহতীয়াভারে বন আইন সংশোধন কৰি এই ক্ষেত্রত অধিক শিথিলতাহে প্রদর্শন কৰিছে।

বৈচিত্র্যপূর্ণ পৰিৱেশতন্ত্রক ৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে এক কেন্দ্রীয় নীতিয়েই ফলপ্রসূ হ’ব বুলি আশা কৰিব নোৱাৰি; বৰঞ্চ যিকোনো পদক্ষেপ গ্রহণৰ পূর্বে স্থানীয় পৰ্যায়ত আলোচনাৰ মাধ্যমেদি গণতান্ত্রিক পদ্ধতিৰে সমূহীয়া মতামত গ্ৰহণৰ প্রয়োজন আছে। ছিল্কিয়াৰা সুৰংগত সংঘটিত এনে অঘটনৰ পৰা যদি উচিত শিক্ষা লোৱা নহয়, তেন্তে অধিক বিপর্যয়ে যে অপেক্ষা কৰি আছে তাৰ উল্লেখ নিষ্প্রয়োজন।

এই উদ্ধাৰ অভিযানত সহযোগ আগবঢ়োৱা আন্তর্জাতিক খ্যাতিসম্পন্ন অষ্ট্ৰেলিয়াৰ বিশেষজ্ঞ আর্নল্ড ডিক্সে এই প্রসংগত কোৱা এষাৰি বাক্য প্রণিধানযোগ্য। তেওঁ কৈছে, ‘এই ঘটনাৰ পৰা যদি আমি একো নিশিকো, তেন্তে আমি কি লাভ কৰিলো? ইমান ধন আৰু শ্রম ব্যয় কৰি আমাৰ কি লাভ হ’ল?’ প্রশ্নটোৰ সঠিক উত্তৰ কোনে দিব সেয়াহে প্রশ্ন; নে সুৰংগৰ তলতে সমাধিস্থ হৈ যাব এই গুৰুত্বপূর্ণ প্রশ্নবোৰ!
ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Articlepranjal sen dekaUttarkashi Tunnel Collapse Incident
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d