Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইউএপিএৰ অপব্যৱহাৰত কঠোৰ ন্যায়াধীশ

নাগৰিকক হাৰাশাস্তিৰ লক্ষ্যৰে সন্ত্ৰাসবিৰোধী আইন প্ৰয়োগক অপৰাধ আখ্যা প্ৰদান

publisher by publisher
July 15, 2021
in India, News
Reading Time: 1 min read
0
ইউএপিএৰ অপব্যৱহাৰত কঠোৰ ন্যায়াধীশ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

সন্ত্ৰাসবিৰোধী আইনৰ অপব্যৱহাৰৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । আমেৰিকা আৰু ভাৰতৰ আইনী সম্পৰ্কৰ সন্দৰ্ভত এক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে স্পষ্টভাৱে কয় যে বিৰুদ্ধস্বৰ দমনৰ লক্ষ্যৰে যাতে সন্ত্ৰাসবাদী আইনৰ কোনেও অপব্যৱহাৰ নকৰে । ভাৰত-আমেৰিকা আইনী সম্পৰ্কক লৈ অনুষ্ঠিত যৌথ গৃষ্মকালীন সন্মিলনত সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনে কয়, ‘অসন্তোষৰ স্বৰা দমন কৰিবলৈ বা নাগৰিকক হাৰাশাস্তি কৰাৰ বাবে যাতে সন্ত্ৰাসবিৰুধী আইনসহ কোনো অপৰাধ আইনৰ অপব্যৱহাৰ কেতিয়াও কৰা নহয় ।’

ADVERTISEMENT

এই প্ৰসংগত সাংবাদিক অৰ্ণৱ গোস্বামী বনাম চৰকাৰ গোচৰৰ প্ৰসংগ উল্লেখ কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে পুনৰ কয়, ‘নাগৰিক স্বাধীনতা হৰণৰ বিৰুদ্ধে তেওঁলোকে যে প্ৰথম ৰক্ষক হিচাপে কাম কৰে, সেয়া যাতে আমাৰ আদালতসমূহে নিশ্চিত কৰে । স্বাধীনতাৰ পৰা বঞ্চিত কৰা আৰু সেয়া যদি এটা দিনৰ বাবেও হয়, তেন্তে ই যথেষ্ট । আমি সকলো সময়তে আমাৰ সিদ্ধান্তৰ গভীৰতৰ পদ্ধতিগত বিষয়সমূহৰ প্ৰতি দৃষ্টি ৰখা উচিত ।’

উল্লেখ যে কিছুদিন পূৰ্বে দিল্লী হিংসাকাণ্ডত উচতনি যোগোৱাৰ অভিযোগত ইউ এ পি এ আইনৰ কঠোৰ ধাৰাত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিগৰাকী ছাত্ৰৰ জামিন আবেদন মঞ্জুৰ কৰাৰ সময়তো কেন্দ্ৰৰ চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰি দিল্লী উচ্চ ন্যায়ালয়ে কৈছিল যে প্ৰতিবাদৰ অধিকাৰী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাজত থকা প্ৰভেদ প্ৰশাসনে বুজি পোৱা উচিত । এলগাৰ পৰিষদ গোচৰত যোৱা বছৰত সন্ত্ৰাসবিৰোধী আইনত গ্ৰেপ্তাৰ হোৱা দেশৰ বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মীয় প্ৰচাৰক ফাদাৰ ষ্টেন স্বামীৰ যোৱা সপ্তাহত বন্দী অৱস্থাতে মৃত্যু হৈছিল ।

একাধিকবাৰ স্বামীয়ে জনোৱা জামিনৰ আবেদন আদালতত নাকচ হৈছিল । স্বামীৰ মৃত্যুক লৈ দেশৰ লগতে বিদেশতো কঠোৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে ভাৰত চৰকাৰ আৰু দেশৰ বিচাৰ ব্যৱস্থা । সমালোচকসকলৰ অভিযোগ অনুসৰি, চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই সন্ত্ৰাস দমন আইনৰ অধীনত প্ৰতিবাদকাৰীক অন্যায়ভাৱে চৰকাৰে বন্দী কৰি ৰাখে । আনকি বহু ক্ষেত্ৰত আদালতত সুবিচাৰ লাভ নকৰা বুলিও অনেকে অভিযোগ উত্থাপন কৰি আহিছে । এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে চন্দ্ৰচূড়ৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ ।

নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত সন্ত্ৰাসবিৰোধী আইনৰ অপব্যৱহাৰক লৈ সমাজৰ বিভিন্নস্তৰৰ লোকসকলে সময়ে সময়ে নানা অভিযোগ উত্থাপন কৰি আহিছে । এই প্ৰসংগত এলগাৰ পৰিষদ গোচৰত একাধিক সমাজকৰ্মীৰ গ্ৰেপ্তাৰৰ প্ৰসংগ‌ও উত্থাপিত হৈছে । একাধিক প্ৰতিবাদকাৰীক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইন (ইউ এ পি এ)ৰং অধীনত আটক কৰি ৰখাৰ নিদৰ্শন নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে আছে । এইসকলৰ মাজৰে কেইজনমানে আদালতৰ দ্বাৰস্থ হৈ দীৰ্ঘদিন আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ পাছত কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ আহিবলৈ সফল হৈছে ।

সমালোচকসকলৰ অভিযোগ অনুসৰি, সৰহসংখ্যক ক্ষেত্ৰত কেৱল সন্দেহৰ ভিত্তিতে চৰকাৰ তথা প্ৰশাসনে যধে-মধে ইউ এ পি এ আইন ব্যৱহাৰ কৰি বহু লোকক গ্ৰপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে । আনকি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেও বহু প্ৰতিবাদকাৰীক সন্ত্ৰাস দমন আইন বা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত দেশত বহু লোকক গ্ৰপ্তাৰ কৰা হৈছে । আনকি কাৰাগাৰতো এনে আইনৰ অধীনত বন্দী হোৱা কে’বাজনো লোকৰ ইতিমধ্যে মৃত্যুও হৈছে ।

ভাৰত-আমেৰিকা আইনী সম্পৰ্ক বিষয়ক উক্ত সন্মিলনত অংশ লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড়ে আমেৰিকাৰ বিচাৰ ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰাৰ লগতে কয় যে নাগৰিকৰ স্বাধীনতা, বাক্ স্বাধীনতা, চিন্তাৰ স্বাধীনতা, শান্তি বৰ্তাই ৰখাৰ প্ৰশ্নত আমেৰিকাৰ আদালতসমূহে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে ।

চন্দ্ৰচূড়ৰ মতে, বিশ্বৰ প্ৰাচীনতম গণতন্ত্ৰ হিচাপে আমেৰিকা আৰু ভাৰতৰ বিচাৰ ব্যৱস্থাই সময়তে অগ্ৰগণ্য ভূমিকাত অৱতীৰ্ণ হৈ আহিছে । ভাৰতীয় বিচাৰ ব্যৱস্থাত আমেৰিকাৰ বিচাৰ ব্যৱস্থাৰ প্ৰভাৱৰ প্ৰসংগ উল্লেখ কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, ‘প্ৰাপ্তবয়স্কসকলৰ সমলিংগ সম্পৰ্ক অপৰাধ নহয় বুলি ৰায়দান কৰাৰ সময়ত আমি লৰেন্স বনাম টেক্সাছ গোচৰত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত নিৰ্ভৰ কৰিছিলো । এইদৰে মাৰ্কিন বিচাৰ ব্যৱস্থাই আমাক কিছুমান সিদ্ধান্ত গ্ৰহণত প্ৰভাৱিত কৰি আহিছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dhananjaya Yeshwant Chandrachud
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d