Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

First Wife’s Son and Nephew Were Involved in the Murder of the Chief Engineer:প্রথমা পত্নীৰ পুত্ৰ-ভতিজাক জড়িত আছিল মুখ্য অভিযন্তাৰ হত্যাকাণ্ডত

সাত মাহ পূর্বে মহানগৰীৰ হাতীগাঁৱৰ ফ্রেণ্ডছ পথত সংঘটিত হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ড, হত্যাৰ ঘটনাত পুনৰ দুজনক গ্রেপ্তাৰ সম্পত্তিয়েই মূল কাৰণ

publisher by publisher
March 7, 2024
in India, Assam, Crime, News
Reading Time: 3 mins read
0
First Wife’s Son and Nephew Were Involved in the Murder of the Chief Engineer:প্রথমা পত্নীৰ পুত্ৰ-ভতিজাক জড়িত আছিল মুখ্য অভিযন্তাৰ হত্যাকাণ্ডত
2
SHARES
23
VIEWS
ShareShareShareShare

First Wife’s Son and Nephew Were Involved in the Murder of the Chief Engineer:

মহানগৰীৰ হাতীগাঁও নিবাসী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জাভেদ আলী আহমেদ (৭৩)ৰ হত্যাৰ ঘটনাৰ প্ৰায় সাত মাহ পাছত এই হত্যাকাণ্ডত জড়িত থকা আন দুজন পলাতক অভিযুক্তক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ’ল।

ADVERTISEMENT

ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলাতক হৈ থকা মন্দিয়াৰ ছহিদুল ইছলাম আৰু হাতীগাঁও সিজুবাৰীৰ চৰিফউদ্দিন আলী আহমেদক হাতীগাঁও আৰক্ষীয়ে অৱশেষত গ্রেপ্তাৰ কৰে ধৃত চৰিফউদ্দিন মৃত আহমেদৰ প্রথমা পত্নীৰ পুত্ৰ আৰু ভতিজাক ছহিদুল ভ। ২০২৩ৰ ২৭ জুলাইত পুৱা সংঘটিত এই ঘটনাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩০২/৩৪ ধাৰাত ২৪৯/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰি মৃত। কৰি মৃত অভিযন্তাজনৰ ভাতৃ তথা বাঘবৰ মন্দিয়াৰ আব্দুছ ছাত্তাৰকে ধৰি আন চাৰিজনক ঘটনা সংঘটিত হোৱা কেইদিনমানৰ পাছতে গ্রেপ্তাৰ কৰিছিল।

RelatedPosts

Hatigaon :হাতীগাঁও আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড

Fake Note Seized:মহানগৰ আৰক্ষীৰ অভিযানত হাতীগাঁৱত উৎখাত নকল টকাৰ ঘাটি

Hatigaon Theft: প্ৰধানমন্ত্ৰীৰ আগমনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে মহানগৰীত চোৰৰ চাফাই অভিযান

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ধৃত ছাত্তাৰ ভুক্তভোগী আহমেদৰ ভ্ৰাতৃ আৰু এই হত্যাকাণ্ডৰ ঘটনাত তেওঁ পৰোক্ষভাবে জড়িত। মন্দিয়াত থকা পৈত্রিক সম্পত্তিক লৈ প্রয়াত আহমেদ আৰু ধৃত ছাত্তাৰৰ মাজত বিবাদ থকাৰ তথ্য তদন্তত পোহৰলৈ আহিছে। উল্লেখ্য যে ঘটনাৰ দিনা হাতীগাঁও আৰক্ষী থানাৰ নিলগত থকা ফ্রেণ্ডছ পথৰ নিজা গৃহ নম্বৰ ১৪ৰ পৰা একেটা পথৰে শেষ মূৰত থকা জামে মছজিদলৈ পুৱা খোজ কাঢ়ি গৈ থকা অৱস্থাত আহমেদক ঘাতকৰ দলে নৃশংসভাবে হত্যা কৰি ৰাজপথত পেলাই থৈ গৈছিল।

ধৃত পৰিয়ালৰ সদস্যই ভেৰোণীয়া ঘাতকক আঠ লাখ টকাৰ বিনিময়ত এই হত্যাত জড়িত কৰোৱাৰ তথ্য সেই সময়ত আৰক্ষীয়ে লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আইনুল হক (৩১), হাচমৎ মিঞা (৩৯), মহিবুল খান (২৮) আৰু নুৰ মহম্মদ (২৭) ওৰফে বগাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীৰ তদন্ত প্রক্রিয়া আগবাঢ়ি যোৱাৰ লগে লগে পৰিয়ালৰ সম্পত্তিৰ বিবাদৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে মৃত আহমেদৰ ভ্ৰাতৃক গ্রেপ্তাৰ কৰিছিল যদিও আন দুই অভিযুক্ত পলাতক হৈ আছিল।

শেষত পলাতক দুই অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰে। উল্লেখ্য যে মৃত আহমেদৰ দুগৰাকী পত্নী। ইয়াৰে প্রথমা পত্নীয়ে দুই সন্তানসহ সিজুবাৰীত থাকে আৰু ইয়াৰ এজন সন্তানক এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। একেদৰে দ্বিতীয়া পত্নী মাজেদা বেগমৰ স’তে আহমেদে ফ্রেণ্ডছ পথত বাস কৰিছিল আৰু দ্বিতীয়া পত্নীৰ দুই কন্যা আৰু এটি পুত্র সন্তান আছে।

ইফালে, ভূমিক কেন্দ্র কৰি প্রয়াত আহমেদ আৰু ভ্ৰাতৃ-ভগ্নীৰ মাজত বিবাদৰ সূত্রপাত হৈছিল আৰু এই সন্দৰ্ভত আদালতত গোচৰ চলি থকাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল। এই সম্পত্তিৰ বিবাদৰ ফলতে অৱসৰপ্ৰাপ্ত অভিযন্তাজনক হত্যা কৰা হৈছিল বুলি সেই সময়ত আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছিল।

উল্লেখ্য যে এই হত্যাকাণ্ডৰ মূল পৰিকল্পনাকাৰী তথা মাষ্টাৰ মাইণ্ড সম্পৰ্কীয় লোক আছিল বুলি সেই সময়ত আৰক্ষীয়ে স্পষ্ট কৰিছিল আৰু সম্প্ৰতি ভ্রাতৃ, পুত্র আৰু ভতিজাকক গ্রেপ্তাৰ কৰাৰ পাছতে সমগ্র ঘটনাত এই তিনিজন জড়িত যে আছিল স্পষ্ট হৈছে। অৱশ্যে এই সন্দৰ্ভত আজিৰ দিনটোত আৰক্ষীয়ে অধিক তথ্য প্রকাশ কৰা নাই।

আনহাতে, আৰক্ষীয়ে সেই সময়ত প্রকাশ কৰা ঘটনাক্রম অনুসৰি, ঘাতক অভিযুক্তসকলে হাতীগাঁৱৰ ‘গুড্ লাক বেচিডেন্সী’ নামৰ হোটেলত কে’বাদিনো বাহৰ পাতি ভুক্তভোগীৰ চাল-চলন নিৰীক্ষণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ২০২৩ৰ ১৯ জুলাইৰ পৰা হোটেলত বাহৰ পাতি ২৭ জুলাইত হত্যাকাণ্ড সংঘটিত কৰি বৰপেটালৈ উভতি গৈছিল পাঁচজন লোক।

এই পাঁচজনৰ চাৰিজনক সেই সময়তে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আনজন পলাতক তথা মৃত আহেমেদৰ ভতিজাক চাইদুল (চাহিদুল) ইছলামক গ্রেপ্তাৰ কৰে। এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা আগৰ দিনকেইটা অৱসৰপ্ৰাপ্ত অভিযন্তাজনে ঘৰৰ পৰা কেতিয়া ওলায়, কোন পথৰে যায়, মছজিদ গৈ কেতিয়া পায় আৰু কেতিয়া উভতি আহে সকলো দিশ তন্ন তন্নকৈ পর্যবেক্ষণ কৰি হোটেলত বহি সমগ্র হত্যাকাণ্ডৰ পৰিকল্পনা ৰচিছিল উল্লিখিত ঘাতকৰ দলে।

সেই মতে ২৭ জুলাইত পুৱা হোটেলৰ পৰা ভতিজা চাইদুলৰ বগা ৰঙৰ বাহনখনত মুঠ পাঁচজন লোক আহি ঘটনাস্থলীৰ আশে-পাশে অৱস্থান কৰিছিল। বাহনৰ পৰা দুজন নামি গৈ অৱসৰপ্ৰাপ্ত অভিযন্তাজনৰ চাল-চলন প্রত্যক্ষ কৰিছিল আৰু ভুক্তভোগীয়ে ঘৰৰ পৰা ওলাই মছজিদলৈ গৈ থকা অৱস্থাত বাহনখন তীব্র গতিৰে চলাই নি লোকজনক খুন্দা মাৰিছিল। বাহনৰ খুন্দাত লোকজন পথত পৰি যোৱাত বাহনৰ পৰা নামি যোৱা দুজনে ৰড আৰু চিপ্ৰাঙৰে আহমেদৰ মূৰত আঘাত কৰি হত্যা কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: First Wife's Son and Nephew Were InvolvedHatigaon Murder CaseHatigaon PoliceMurder of the Chief Engineer javed ali ahmedSon and Nephew Arrested
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d