Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Confusion Of The Old and the New:ন-পুৰণিৰ দোমোজাত

#কনকসেন ডেকা

publisher by publisher
January 1, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Confusion Of The Old and the New:ন-পুৰণিৰ দোমোজাত
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Open letter to Paresh Barua: ভ্রাতৃ প্ৰতিম পৰেশ বৰুৱালৈ মুকলি চিঠি সমৃদ্ধিশালী অসম গঢ়িবলৈ আগবাঢ়ি আহক #

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

Confusion Of The Old and the New:ন-পুৰণিৰ দোমোজাত

#কনকসেন ডেকা

ADVERTISEMENT

পিতৃ মতিলাল নেহৰুৰ স’তে আলোচনা কৰি বাৰিষ্টাৰ জৱাহৰলাল নেহৰুৱে মহাত্মা গান্ধীৰ নেতৃত্বাধীন অসহযোগ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণৰ সিদ্ধান্ত লৈ অনুগত শিষ্যৰ দৰে গান্ধীজীৰ ওচৰ চাপিল। গান্ধীজীয়ে আনন্দ মনেৰে জৱাহৰক ক’লে যে আন্দোলনত নামিবলৈ হ’লে প্রথমে ভাৰতবাসীৰ অৱস্থাৰ বুজ ল’ব লাগিব আৰু তাৰ বাবে গাঁৱে গাঁৱে ঘূৰিব লাগিব।

নানা অভাৱ অনাটনৰ মাজত গাঁৱতহে ভাৰতবৰ্ষ আছে। গান্ধীজীয়ে ইয়াকো ক’লে যে তেওঁ চাহাবৰ সাজ-পাৰ পৰিধান কৰি গাঁৱলৈ গ’লে আচহুৱা যেন লাগিব আৰু গ্রামবাসীৰ স’তে একাত্মবোধ গঢ়াত অসুবিধা হ’ব।

সেয়েহে গান্ধীজীৰ পৰামৰ্শ অনুসৰি নেহৰুৱে কপাহী সূতাৰ চুৰিয়া-কামিজ আৰু ভৰিত সাধাৰণ চেণ্ডেল পিন্ধিবলৈ ল’লে। এনেদৰেই তেওঁ আহাৰ- শাওণ মহীয়া প্ৰচণ্ড গৰমত বিহাৰ উত্তৰ প্ৰদেশ আদিৰ গাঁওবোৰত ভ্ৰমণ কৰিবলৈ ল’লে। কিন্তু তেওঁ সাজপাৰৰ ভিতৰত এটা অভিনব সেই ধৰণৰ ৱাচকোট পিন্ধিবলৈ ল’লে।

সেইটো মূৰকত জৱাহৰ কোট নামেৰে জনপ্ৰিয় হৈ উঠিল। সাম্প্রতিক কালত কংগ্রেছী নতুন নেতাসকলকেই কেৱল নহয়, ভাৰতবৰ্ষৰ প্ৰতিটো দলৰেই নেতাসকলক জৱাহৰ কোট পৰিধান কৰা দেখা যায়।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি অসমৰ বিজেপি নেতৃত্বাধীন মন্ত্ৰীলৈকে জৱাহৰ কোট পৰিধান কৰে। ইয়েই এইটোকেই দ্রুত সূচাইছে যে শীর্ষস্থানীয় নেতাসকলৰ পিন্ধন-উৰণ, কথা-বতৰা, চাল-চলন আদি সর্বসাধাৰণ মানুহে অনুসৰণ কৰে।

সেয়েহে ৰে আমাৰ নেতাসকলে মুখত যিয়েই আহে তাকেই প্ৰকাশ কৰাটো অনুচিত; কিয়নো তেওঁলোকৰ বক্তব্যই দেশৰ কোটি কোটি  নব প্রজন্মক প্ৰভাৱান্বিত কৰে।

অলপতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে জৱাহৰলাল নেহৰুৰ বাবে অত বছৰে জম্মু-কাশ্মীৰৰ সমস্যাৰ সমাধান হোৱা নাছিল। কিন্তু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাই স্পষ্ট কৰি দিছে যে সেই ক্ষেত্ৰত নেহৰুৰ কোনো ভূমিকাই নাছিল।

এনেদৰে একোগৰাকী যুগ নায়কক নস্যাৎ কৰিবলৈ লোৱাটো ইতিহাস বিৰোধী কার্য, কিয়নো জৱাহৰলালেই স্বাধীন ভাৰতৰ সবাতোকৈ প্রভাবশালী প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰৰ দিকদর্শক। এই প্রসংগতে উল্লেখ কৰিব পাৰি যে সেই সময়ত লেনিনৰ নেতৃত্বত ছোভিয়েট ৰুছিয়াৰ জয় জয়কাৰ অৱস্থা।

জৱাহৰলাল নেহৰুৱে পিতৃ মতিলালৰ স’তে ছোভিয়েট ইউনিয়নৰ উন্নয়ন পৰিদৰ্শন কৰিবলৈ গৈছিল। এসময়ৰ তেনেই অনুন্নত দেশখনৰ তেতিয়া অভূতপূর্ব সাফল্য
দেখি নেহৰুৱেও ভাৰতবৰ্ষক আগুৱাই নিবলৈ ছোভিয়েটৰ আৰ্হিৰে পঞ্চবার্ষিক পৰিকল্পনাৰ সূচনা কৰিছিল।

সমাজবাদী আদর্শব ধর্ম নিৰপেক্ষ দেশ গঢ়াটোৱে আছিল তেওঁৰ লক্ষ্য। ভাৰতবৰ্ষক এখন পূর্ণাংগ ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ হ’লে নিম্ন শ্ৰেণীৰ লোকসকলক ওপৰলৈ তুলিবই লাগিব আৰু ভাৰতবৰ্ষৰ সকলো ধৰ্মৰ লোকেই নিজ নিজ ৰুচি অনুসৰি প্ৰাৰ্থনা কৰাৰ অধিকাৰ পাব লাগিব। সেই মতে ভাৰতবৰ্ষক এখন ধর্ম নিৰপেক্ষ সমাজবাদী আৰ্হিৰ দেশ হিচাপে গঢ়াব সংকল্প লয়।

তেনেদৰেই সংবিধান ৰচনাৰ ক্ষেত্ৰতো ড° বি আৰু আম্বেদকাৰৰ দৰে দলিত শ্ৰেণীৰ নেতাক দায়িত্ব অর্পণ কৰা হয়। গতিকে যিটো দেখা যায়, নেহৰুৱে গঢ়ি থোৱাঁ পটভূমিয়েই ভাৰতবৰ্ষক এখন গণতান্ত্রিক ধৰ্ম ৰাষ্ট্ৰ হিচাপে গঢ় দিছে।

অৱশ্যে তেওঁৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধী অথবা তেওঁৰ পৰিয়ালৰ লোকে শাসন যন্ত্র কিদৰে চলাইছে তাৰ বাবে নিশ্চয় জৱাহৰলাল নেহৰুক জগৰীয়া হ’ব নোৱাৰে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে ভাৰতবৰ্ষৰ প্রধানমন্ত্রী ব্যতিৰেকেও নেহৰুৱে লেখি থৈ যোৱা World History, Discovery of India আৰু আত্মজীৱনী শীর্ষক গ্রন্থখনে তেওঁক বিশ্ব ইতিহাসত অমৰ কৰি থৈছে।

এনেকুৱা তথ্য সমৃদ্ধ গ্রন্থ আমাৰ সাহিত্যত নিঃসন্দেহে দুর্লভ। সেইগৰাকী জৱাহৰলাল নেহৰুক হেয় কৰিবলৈ যোৱাটো হাস্যকৰ। তদুপৰি তেওঁৰ উদ্যোগতেই ভাৰতৰ বুদ্ধ নির্দেশিত পঞ্চশীল নীতিয়ে আন্তর্জাতিক স্বীকৃতি লাভ কৰিছিল। ন-পুৰণি বৰ্ষৰ এই সন্ধিক্ষণত দৰাচলতে আমি অসমৰ প্ৰসংগ দাঙি ধৰিবলৈহে জৱাহৰলাল নেহৰুৰ প্ৰসংগ উত্থাপন এতিয়া আমি বিশেষকৈ যোৱা, বছৰটোৰ অসমৰ ছবিখনলৈ চাওঁহক।

জৱাহৰলাল নেহৰুৰ প্ৰসংগৰে আৰম্ভণিতে – উল্লেখ কৰা হৈছে যে শীর্ষস্থানীয় নেতাসকলে সাজ-পাৰ, কথা-বতৰাই কিদৰে জনসমাজত প্রভাৱ পেলায় তেনেদৰেই আমাৰ ডা-ডাঙৰীয়াসকলেও বিগত বৰ্ষত প্রদর্শন কৰা কার্য আৰু বক্তব্যই উঠি অহা চামৰ মাজত যে বিশেষভাবে প্রভাব পেলাব এই বিষয়ত সন্দেহ নাই।

এসময়ত শীর্ষস্থানীয় নেতাৰ মুখত আলি-কুলিৰ ভোট হ’লে আন নালাগে বুলি কোৱা নেতাৰ উত্তৰসুৰীৰ বক্তব্যত শুনিবলৈ পোৱা গ’ল- ‘আমাক মিঞাৰ ভোট নালাগে।’ এই বাক্যৰ অর্থ আমাৰ বাবে দুর্বোধ্য, কিয়নো অসম সাহিত্য সভাৰ ছিপাঝাৰৰ অধিবেশনৰ মুকলি মঞ্চত সভাপতিৰ ভাষণত মুখ্যমন্ত্রী তৰুণ গগৈৰ সন্মুখত কৈছিলো যে চৰ-চাপৰিৰ লোকসকল অসমৰ অবিচ্ছেদ্য অংগ।

নলবাৰীৰ বাসিন্দাসকলক নলবৰীয়া,বৰপেটাৰসকলক বৰপেটীয়া, দৰঙৰসকলক দৰঙীয়া বুলি কোৱাৰ দৰে সেইসকলক চৰ-চাপৰিৰ লোক বুলি কোৱাটোহে যুগুত। তেওঁলোকে ইতিমধ্যে আমাৰ ভাষা-সংস্কৃতি গ্রহণ কৰিছে যেতিয়া বিৰোধৰ কোনো প্রশ্ন উত্থাপন হ’ব নোৱাৰে।

অৱশ্যে অবৈধ বিদেশীৰ কথা সুকীয়া। যদিহে বিদেশী নাগৰিক আছে, তেন্তে তেওঁলোকক আইন সম্মত ব্যৱস্থা গ্রহণ কৰি সংশ্লিষ্ট ৰাষ্ট্রক গতাই দিব লাগে। সম্প্রতি আফ্রিকা, লেটিন আমেৰিকা আদিৰ অর্থনৈতিকভাবে জুৰুলা হোৱা নাগৰিকসকলে ইউৰোপৰ বিভিন্ন দেশত আশ্রয় লৈছেহি; কিন্তু তেওঁলোকৰ ওপৰত কোনো ধৰণৰ নির্যাতন চলোৱাৰ বাতৰি আজিলৈকে পোৱা নাই।

ইয়াৰ কাৰণ এই নির্যাতিত লোকসকলো আন্তর্জাতিক আইন অনুসৰি মানৱ অধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগিব। এই অবৈধ লোকসকলক আইনী প্রক্রিয়াৰে নিজ নিজ দেশলৈ প্রেৰণ কৰাৰ পথ মুকলি আছে। কিন্তু প্রচণ্ড উত্তাপৰ সময়তো আমাৰ ৰাজ্যখনৰ কিছুসংখ্যক পৰিয়ালৰ বাসগৃহ বুলডজাৰেৰে ধূলিস্যাৎ কৰি গৃহহীন কৰা হ’ল।

গৰ্ভৱতী নাৰী অথবা কোলাত কেচুৱা লৈ এইসকলে কেনেকৈ জীবন নির্বাহ কৰিছে, সেই বিষয়ৰ অনুসন্ধান চৰকাৰী কর্তৃপক্ষই নকৰাটো তাৎপর্যপূর্ণ। এনেদৰেই অমানবীয়ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ আগতেই সুদীর্ঘকাল অসমৰ ক্ষমতাত থকা নেতাসকলে পতিত মাটিত বেদখল কৰাসকলক বাধা দিবলৈ কিয় চেষ্টা কৰা নাছিল সেইটোহে প্রশ্ন। এইটো মনত ৰখা উচিত যে বিজ্ঞান-প্রযুক্তিৰ বিকাশৰ ফলস্বৰূপে সাম্প্রতিক বিশ্বত পূৰ্বৰ জাতীয়তাবাদী ধ্যান-ধাৰণা সলনি হৈছে।

লণ্ডনৰ ৰাজপথৰ দাঁতিত পাকিস্তানী দোকানীয়ে বিভিন্ন সামগ্রী বিক্রী কৰা মই নিজে দেখিছো। মহাপ্রতাপী প্রধানমন্ত্রী উইনষ্টন চার্চিলৰ উত্তৰাধিকাৰী যে ভাৰতীয় বংশোদ্ভব ঋষি সুনক হ’ব পাৰে সেই কথা সৌ-সিদিনালৈকে কোনোবাই কল্পনা কৰিব পাৰিছিলনে? সিয়েই কেবল নহয়, ব্রিটেইনৰ কেবিনেটত কে’বাগৰাকীও পাক বংশোদ্ভৱ মন্ত্রীও আছে।

মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি ভৱনত এইবাৰ দ্বীপান্বিতা উদযাপন কৰা হৈছে। পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভাৰতীয় বংশোদ্ভৱ মহিলা এগৰাকীয়ে প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। সম্প্রতি এক ভাষা-ভাষী, এক ধর্ম, এক গোষ্ঠীৰ দহ হেজাৰ লোকো কোনো এঠাইত দেখিবলৈ পোৱা নাযায়- এইবোৰক লৈ ক’তো বিৰোধ হোৱাৰ কথা শুনিবলৈ পোৱা নাই।

দ্বিতীয়তে, বিগত বছৰটোত নেতাসকলৰ মুখত যি ধৰণৰ লেকামহীন বাক্যৰ ব্যৱহাৰ ঘটিল স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত ই নজিৰবিহীন। ‘মিঞাৰ ভোট নহ’লেও আমি চৰকাৰ গঠন কৰিম।’ ইয়াৰ প্ৰত্যুত্তৰত এজনে ক’লে, ‘মই হিমন্ত বিশ্বৰ দৰে দহজনক আৰু ভূপেন বৰাৰ দৰে পঞ্চাশজনক কিনি ল’ব পাৰো।’ এতিয়া প্রশ্ন হ’ল, অসমত ধাপে ধাপে বাহিৰৰ পৰা আহি বসতি কৰা নাই কোন? চাওলুং চুকাফাই বিদেশৰ পৰা আহি অসম দেশ প্রতিষ্ঠা কৰি এই দেশৰ পিতৃপুৰুষ হ’ল।

তেনেদৰে বিভিন্ন মংগোলীয় জনগোষ্ঠীৰ লোকে অসমত থিতাপি লৈ ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ল। দক্ষিণ পশ্চিম এছিয়াৰ পৰা আহি আলপাইনসকলৰ কলিতা নেতা ভাস্কৰ বৰ্মাই সোণৰ দেউল সাজিলে। গুৰু শংকৰদেৱ আহিল কাম্বকুজৰ পৰা।

তেনেদৰেই ব্রাহ্মাণসকল কনৌজ আৰু নবদ্বীপৰ পৰা আহি অসমৰ স্থায়ী বাসিন্দা হ’ল। মুছলমানৰ ৰাজত্ব কালত কাৰিকৰসকলক অসমলৈ অনা হ’ল। চাঁন্দসাইৰ হতুৱাই শংকৰদেৱে নাম ঘৰৰ লাইখুঁটা পোতালে। আজান ফকিৰো আহি ইয়াতেই ধৰ্মৰ বাণী প্ৰচাৰ কৰিলে।

শংকৰ-মাধৱৰ দৰে গুৰুসকলে ভাৰতীয় আধ্যাত্মিকতাবাদ আৰু সংস্কৃতিৰ ধাৰাটোক আনি ইয়াতে বহুৱালে। শংকৰী নৃত্যত মোগল সংস্কৃতিৰ প্ৰভাৱো পৰিদৃশ্যমান হ’ল। জ্যোতি প্ৰসাদৰ পিতৃপুৰুষো ৰাজস্থানৰ পৰা আহিল। এই সকলোৱে মিলি শ শ বছৰৰ অনুশীলনৰ পাছত গঢ়ি উঠিছে এইখন সুসংহত সমাজ। কিন্তু শেহতীয়াকৈ ৰাজনৈতিক স্বাৰ্থত এই সমাজখনৰ ওপৰত আঘাত হানি থানবান কৰিবলৈ বিচৰাটো দুর্ভাগ্যজনক।

প্ৰসংগক্রমে উল্লেখ কৰিব খোজো যে কেইবছৰমানৰ আগতে ছয়গাঁও সমষ্টিৰ সোণতলি চৰলৈ গৈছিলো এখন ৰাজহুৱা সভাত যোগদানৰ উদ্দেশ্যে। গাড়ীৰ পৰা নমাৰ লগে লগে মুগাৰ মেখেলা চাদৰ পৰিহিতা চৰৰ গাভৰু এজনীয়ে আমাক সেৱা জনাই ফুলাম গামোছাবে আদৰিলে। তাৰ পাছতে সভা আৰম্ভ হ’ল। সেইজনী গাভৰুৱে মেখেলা-ছাদৰ পৰিধান কৰি এনেদৰে তাল-মান, ৰক্ষা কৰি বৰগীত গালে যে মই থৰ লাগি ৰ’লো।

সভাৰ অন্তত যুৱতীগৰাকীক তেওঁৰ পিতৃ ওচৰত আছে যদি মাতি আনিবলৈ ক’লো। এনেদৰে নিখুঁতভাৱে বৰগীত গাবলৈ তেওঁৰ ছোৱালীয়ে কেনেদৰে সুযোগ পালে সেই বিষয়ে সোধাত জনালে যে সেইজনীয়ে কুৰি কিলোমিটাৰ নিলগৰ নগৰবেৰালৈ বৰগীত শিকিবলৈ যায়।

এতিয়া আমি তেওঁকো আমি অসমীয়া নহয় মিঞা বুলি ক’ম নেকি? আমি জনাত চৰ-চাপৰিৰ লোকসকলে কৃষিৰ ক্ষেত্ৰতে কেৱল নহয়, শিক্ষা, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো সমানে আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ সক্রিয় অংশগ্রহণে আমাৰ সমাজক আগবঢ়াই নিব বুলি আমি নিশ্চিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesConfusion Of The Old and the Newkanaksen deka
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d