Dwijen Sharma Resigns As APCC Vice-President:কংগ্রেছত আন এক মোক্ষম আঘাত

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পদ ত্যাগ দ্বীজেন শৰ্মাৰ

dijen sharma

Dwijen Sharma Resigns As APCC Vice-President:

আজি সন্ধিয়া এআই চিচিয়ে অসমৰ ১২ লোকসভা আসনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ নাম ঘোষনাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ উপ- সভাপতি পদত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই

প্ৰাপ্ত খবৰ অনুসৰি শৰ্মাই গুৱাহাটী সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীত্ব বাবে আবেদন জনাইছিল ৷ কিন্ত দিল্লীয়ে গুৱাহাটীত প্ৰাৰ্থীত্ব দিয়ে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৷

সংসদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত দ্বীজেন শৰ্মাৰ পদত্যাগ কংগ্রেছত আন এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷

Exit mobile version