Upsc Prelims Examination:ইউপিএছচিৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা স্থগিত

দেশৰ লোকসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ইউপিএছচিৰ, ২৬ মে’ত হোৱা কথা আছিল প্ৰাৰম্ভিক পৰীক্ষা, এতিয়া এই পৰীক্ষা অনুষ্ঠিত হ’ব ১৬ জুনত

upsc

Upsc Prelims Examination:

দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ বাবে অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা পিছুৱালে ইউ পি এছ চি- এ ৷

ADVERTISEMENT

উল্লেখ্য যে,চলিতবৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰা হৈছিল ২৬ মে’। কিন্ত শেহতীয়াকৈ দেশত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ইউ পি এছ চি -এ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন নতুনকৈ ১৬ জুনটো নিৰ্ধাৰণ কৰে ৷

আনহাতে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি মূল পৰীক্ষা ২০ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব ইতিমধ্যে অফিচিয়েলি ৱেবছাইটত ঘোষণা কৰিছে ইউ পি এছ চি -এ ।

Exit mobile version