Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP- BJP Spokespersons Joint Meeting In Ambari:লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে আমবাৰীত অগপ- বিজেপি মুখপাত্ৰৰ যৌথ সভা

publisher by publisher
March 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
AGP- BJP Spokespersons Joint Meeting In Ambari:লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে আমবাৰীত অগপ- বিজেপি মুখপাত্ৰৰ যৌথ সভা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

টিকট নাপাই ক্ষোভ!

AGP- BJP Spokespersons Joint Meeting In Ambari:

সমাগত লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্ততি অব্যাহত ৰাখিছে মিত্ৰজোঁটেৰ দল অগপ, বিজেপি ইউ পি পি এল দলে ।
আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। সভাৰ আৰম্ভণিতে দুয়োটা দলৰ মুখপাত্ৰসকলক অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ সক্ৰিয়তাৰে সকলো ধৰণৰ প্ৰচাৰ কাৰ্যত জড়িত হ’বলৈ আহ্বান জনায়।

ADVERTISEMENT

আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ সৈতে সম্পৰ্ক অধিক বৃদ্ধি কৰি চৰকাৰৰ বিভিন্ন কাম-কাজৰ খতিয়ান ৰাইজক অৱগত কৰোৱা আৰু এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জয় নিশ্চিত কৰোৱাত দলীয় মুখপাত্ৰসকলে ল’বলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আজিৰ সভাত আলোচনা কৰা হয়। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সুদুৰপ্ৰসাৰী নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন ও কাৰ্যকৰী কৰা বিভিন্ন জনহিতৈষী আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোক উপকৃত হৈছে। সেয়েহে সমাগত লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অভিলাষী পদক্ষেপ- আঁচনিসমূহে জনসাধাৰণক দিয়া সকাহৰ বিষয়ে সবিস্তাৰে আলোকপাত কৰাৰ লগতে অন্যান্য জনহিতকৰ বিষয়সমূহো ৰাইজৰ মাজলৈ লৈ যাবলৈ সভাত উপস্থিত দুয়োটা দলৰে মুখপাত্ৰসকলে সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ নীতিৰ ওপৰত অচিৰেই বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন সন্মিলিত বৈঠক আয়োজন কৰাৰ বাবেও আজিৰ মুখপাত্র সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ সভাত বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপৰি আন মুখপাত্ৰসকলৰ লগতে বিজিপিৰ মিডিয়া পেনেলিষ্টসকল, অগপৰ উপ সভাপতি বিষ্ণু দাস, অপূর্ব কুমাৰ ভট্টাচার্য, অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা বিমলেনদু সিনহা, সুনীল ডেকা ,ড: তপন দাসৰ লগতে অগপৰ আন মুখপাত্ৰসকল সভাত উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AGP- BJP Spokespersons Joint MeetingAmbari Agp Party OfficeAtul BoraManoj Baruah
publisher

publisher

Related Posts

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d