Young Boy From Panbazar To ISIS:মহানগৰীৰ পানবজাৰৰ পৰা আই এছ আই এছলৈ এজন যুৱক

নিজৰ মেইলযোগে আই এচ আই এচলৈ যোৱাৰ কথা স্বীকাৰ তৌছিফ আলী ফাৰুকীৰ, গুৱাহাটী আই আই টিৰ ছাত্ৰ হিচাপে পৰিচয় ফাৰুকীৰ

isis

Young Boy From Panbazar To ISIS:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই এই খন গুৱাহাটীতে খোপনি পুতিছে বিশ্বত্ৰাস দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আই এচ আই এচ

খোদ মহানগৰী মাজমজিয়াৰ পাণবজাৰৰ পৰা আই এছ আই এছলৈ গ’ল এজন যুৱক ৷ ইতিমধ্যে তৌছিফ আলী ফাৰুকী নামৰ যুৱকজনে ই-মেইল যোগে সদৰী কৰিলে আইছিছৰ প্ৰতি সমৰ্থনৰ কথা ৷

আনহাতে ,যুৱকেজনে নিজকে গুৱাহাটীস্থ ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ(আইআইটি) ছাত্ৰ বুলি পৰিচয় দিয়ে ৷ তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত। পিতৃৰ নাম আজমত আলী ফাৰুকি।

উল্লেখযোগ্য, দুদিন পূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল আই এচ আই এচ ইণ্ডিয়াৰ দুজন শীৰ্ষ নেতাক ৷

Exit mobile version