Liquor Price Hike: ১ এপ্ৰিলৰ পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য

সুৰাৰ মূল্য বৃদ্ধি পাব ১৫০ৰ পৰা ৩১২টকা পৰ্যন্ত

lique

Liquor Price Hike:

সুৰাপায়ী সকলৰ বাবে এটা বেয়া খবৰ ৷ ১ এপ্ৰিলৰ পৰা সুৰাৰ মূল্য বৃদ্ধি পাব ১৫০ৰ পৰা ৩১২টকা পৰ্যন্ত ।

সেই অনুসৰি লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত মূল্য বৃদ্ধি পাব ১৭৫ টকাকৈ। একেদৰে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মি: লি:ত বৃদ্ধি পাব ১৫২ টকাকৈ।

আনহাতে ,৭৫০ মি: লি:ৰ বিয়েৰত ১৬ টকাকৈ বৃদ্ধি পাব । এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰত ২২৫ টকাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰত ৩১২টকাকৈ বৃদ্ধি পাব ৷

এনেক্ষেত্ৰত এক এপ্ৰিলৰ পৰা সুৰাৰ বহু কেইটা ব্ৰেণ্ডৰ সুৰা ক্ৰয় কৰিবলৈ আহোতে সকলে পূৰ্বতকৈ বেছি ধন ব্যয় কৰিব লাগিব সুৰাপায়ী ৷

Exit mobile version