Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সুৰা ক্ৰয় কৰি আনিলে ৰবটে

publisher by publisher
May 16, 2020
in COVID-19, world
Reading Time: 1 min read
0
সুৰা ক্ৰয় কৰি আনিলে ৰবটে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ চৰ্ততে শিথিল কৰা হৈছে তলাবন্ধ ।তৎসত্বেও অধিকাংশ মানুহে সামাজিক দূৰত্ব বজাই ৰখাৰ পৰিৱৰ্তে উলংঘাহে কৰি আছে ।ফলত সংক্ৰমণৰ আশংকা আছেই ।ইয়াৰ উপৰি আছে কোনো সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে দীঘলীয়া শাৰী পতাৰ সমস্যা।তথাপি জানো মদ্যপানৰ পৰা বিৰত থাকিব পাৰি ?ইয়াৰ কথা মনত ৰাখিয়ে কিছু বুদ্ধি খটাই এক বিশেষ উপায় উলিয়ালে তামিলনাডুৰ ক’ইম্বাট’ৰৰ এজন কম্পিউটাৰ ইঞ্জিনীয়াৰে ।

ADVERTISEMENT

সুৰা ক্ৰয়ৰ বাবে এটা ৰবট তৈয়াৰ কৰিলে যুৱ অভিযন্ত্ৰাজনে ।ঘৰৰ বাহিৰলৈ নোলোৱাকৈ সুৰা ক্ৰয়ৰ উপায় বিচাৰি অৱশেষত ক’ইম্বাট’ৰৰ কাৰ্তিক ভেলায়ুত্থাম নামৰ অভিযন্ত্ৰাজনে এই ৰবট তৈয়াৰৰ পৰিকল্পনা কৰে ।অনেক চিন্তা ভাবনা কৰি দুদিনৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত কাৰ্তিকে এই ৰবটটো সাজি উলিয়ায়।এটা কাৰ্ডব’ৰ্ডৰ বাকচ আৰু এচটা চকাযুক্ত কাঠৰ দ্বাৰাই তেওঁ এই ৰবট তৈয়াৰ কৰে ।এই সন্দৰ্ভত অভিযন্ত্ৰাজনে কয় যে এই ৰবট নিৰ্মাণত তেওঁ এনে প্ৰযুক্তিৰ সহায় লৈছে,যাতে অসমান ৰাস্তা অতিক্ৰম কৰিও সহজে গন্তব্যস্থানত উপস্থিত হ’ব পাৰে ।

এই ৰবটৰ ডিভাইচ নিজৰ স্মাৰ্টফোনৰ স’তে যুক্ত হৈ থাকিব।ইয়াৰ দ্বাৰা ভিডিঅ’ কলৰ মাধ্যমেৰে ৰবটটোক দোকান -বজাৰলৈ প্ৰেৰণ কৰি সকলোকাম ঘৰৰ পৰাই সমাধা কৰিব পৰা যাব ।এই ৰবটত প্ৰায় ৫০কিলো গ্ৰাম পৰ্যন্ত সামগ্ৰী বহন ক্ষমতা থকা বুলিও কাৰ্তিকে জনায়।আনহাতে, ধনৰ আদান-প্ৰদানতো প্ৰতাৰিত হোৱাৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁ দাবী কৰে ।

কিয়নো এই ৰবটৰ মাধ্যমেৰে ক্ৰয় কৰা সামগ্ৰীৰ বাবদ কেৱল অনলাইনৰ দ্বাৰাহে মূল্য আদায় দিয়া হ’ব।কাৰ্তিকে লগতে কয় ,’পৰীক্ষামূলকভাৱে মই মদৰ দোকানলৈ এই ৰবটটো প্ৰেৰণ কৰিছিলো।দেখিলো সঁচাকৈয়ে ৰবটটোৱে মোৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আনিলে ।তাৰ ফলত মই ঘৰৰ পৰা বাহিৰ ওলাবলগীয়া নহ’ল।সংক্ৰমণৰ আশংকাও বহুখিনি এৰাব পাৰিলো।’ইঞ্জিনীয়াৰজনে লগতে দাবী কৰে যে সামগ্ৰী ক্ৰয় আনকি খাদ্যবস্তুৰ অনলাইন ডেলিভাৰীৰ ক্ষেত্ৰতো যদি এই ৰবটৰ সাহায্য লোৱা হয়,তেন্তে কৰ’নাৰ সংক্ৰমণৰ আশংকা বহুখিনি হ্ৰাস পাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Viruscovid19lock downWorld covid 19
publisher

publisher

Related Posts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

September 24, 2026
Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা
Flood

August 28, 2026
Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !
National

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

August 25, 2026
Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত
International

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

August 25, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

May 8, 2026
উদ্ধাৰ হৈছে পেপিৰাছত লিখা গ্রীক মহাকাব্যৰ অংশ

May 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d