Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

They Make Their Living By Making Gamocha-Assamese Traditional Textiles Throughout The year:মাকোৰ শব্দত ৰাতি পুৱায় সৰুক্ষেত্ৰীৰ হেলচাপাম-পিঠাদিৰ গঞাৰ

বছৰজুৰি গামোচা-অসমীয়া পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ প্ৰস্তুত কৰি জীৱন নিৰ্বাহ, মহম্মদ আলী-মতিয়াৰ ৰহমান-ফুল বানুহঁতৰ জীৱন চলে গামোচা বিক্ৰীৰে

publisher by publisher
April 3, 2024
in India, Assam, News
Reading Time: 3 mins read
0
They Make Their Living By Making Gamocha-Assamese Traditional Textiles Throughout The year:মাকোৰ শব্দত ৰাতি পুৱায় সৰুক্ষেত্ৰীৰ হেলচাপাম-পিঠাদিৰ গঞাৰ
4
SHARES
42
VIEWS
ShareShareShareShare

They Make Their Living By Making Gamocha-Assamese Traditional Textiles Throughout The year:

সমাগত ৰঙালী বিহুৰ বাবে চেনেহৰ গামোচাখন বৈ উলিয়াবলৈ শিপিনীৰ গাত এতিয়া তত নাই। এই একেই সময় নোহোৱা হৈছে বৰপেটা জিলাৰ কে’বাখনো গাঁৱৰ বাসিন্দাৰ। জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ ভক্তৰদবাৰ হেলচাপাম, পিঠাদি আদিকে ধৰি কে’বাখনো গাঁৱৰ পুৰুষ-মহিলাসকল এতিয়া নিজৰ নিজৰ শালত উশাহ নোপোৱাকৈ ব্যস্ত।

ADVERTISEMENT

এই ব্যস্ততা অৱশ্যে গাঁওকেইখনত বছৰৰ সকলো সময়তে থাকে। বিহুৰ সময়ত সেয়া কেৱল তুংগত উঠে। উল্লেখ্য যে ধর্মীয় সংখ্যালঘু লোকৰ বসতি এই গাঁওকেইখনত ঘৰে ঘৰে আছে তাঁতশাল। গাঁওকেইখনৰ অধিকাংশ পুৰুষ-মহিলাই শাল বব জানে। গোটেই বছৰজুৰি তেওঁলোকে সেই শালত অসমীয়া ফুলাম গামোচা, অসমীয়া মেখেলা-চাদৰ, অসমীয়াৰ বিভিন্ন ৰীতি-নীতিত ব্যৱহাৰ হোৱা ভিন ভিন বস্ত্র আদি বৈ উলিয়ায়।

RelatedPosts

Barpeta circut House:বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

Dilip Saikia Pressmeet:বৰপেটাত সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ অভিযোগ নস্যাৎ দিলীপ শইকীয়াৰ

gamocha 2সেইবোৰ নিজে দোকানত বিক্ৰী কৰে অথবা মহাজনে নিজে ঘৰৰ পৰা সংগ্ৰহ কৰি নি বিক্ৰী কৰে। গাঁওকেইখনৰ কে’বাগৰাকী শিপিনীয়ে জনায় যে তেওঁলোকে পুৰুষানুক্রমে শালৰ লগত জড়িত হৈ আহিছে। শালেই হৈছে তেওঁলোকৰ জীৱিকা। গাঁওকেইখনৰ বহু পৰিয়াল সম্পূৰ্ণৰূপে শালৰ লগতে জড়িত। শালেই হৈছে তেওঁলোকৰ একমাত্ৰ জীৱিকা।

অন্য উপার্জনমুখী কোনো কাম তেওঁলোকে নকৰে। গতিকে গোটেই বছৰ জুৰি তেওঁলোক শালৰ কামত ব্যস্ত থাকে। ৰঙালী বিহু আৰু বিবাহৰ শুভ মাহবোৰত সেই ব্যস্ততা যথেষ্ট বাঢ়ে। কাৰণ দোকানবোৰৰ পৰা লাভ কৰা অৰ্ডাৰবোৰ সময়মতে শেষ কৰিব লাগে।

হেলচাপামৰ মহম্মদ আলীৰ ঘৰত দুখন শাল আছে। পত্নী আৰু তেওঁ শাল দুখনত বহে। আলীয়ে জনায় যে গোটেই বছৰ জুৰি তেওঁলোকে বিভিন্ন আকাৰৰ গামোচা বয়। তদুপৰি মেখেলা-চাদৰো বয়। বছৰত এহেজাৰৰো অধিক গামোচা বৈ উলিয়াই বুলি জনোৱা আলীয়ে কয়, ‘বিহুৰ সময়ত আমাৰ ব্যস্ততা স্বাভাৱিকতে বাঢ়ে। দোকানৰ লগতে আমাৰ পৰা গামোচা কিনি নিয়া মহাজনৰ পৰা অৰ্ডাৰ আহে। অৰ্ডাৰ মতে আমি বিভিন্ন আকাৰৰ গামোচা ববলগীয়া হয়।’

আলীয়ে জনায় যোৱা ৪০ বছৰে তেওঁ এই বয়ন শিল্পৰ লগত জড়িত হৈ আছে। এই শিল্পৰ ওপৰতে তেওঁৰ পৰিয়াল চলে। খেতি অথবা উপাৰ্জনৰ অন্য পথ তেওঁলোকৰ নাই। তাঁতশালত দৈনিক পাঁচখনকৈ হাত গামোচা বৈ উলিওৱা হয় বুলিও আলীয়ে সদৰী কৰে। তেওঁ লগতে কয় যে আকাৰ আৰু প্ৰকাৰ ভেদে একোখন গামোচা এশ, ডেৰশ টকাত বিক্ৰী কৰে। অৱশ্যে তেওঁলোকৰ পৰা এই দৰত কিনি নিয়া ব্যৱসায়ীসকলে খুচুৰা বজাৰত নিজৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰাৰ অভিযোগ আছে। প্রসংগক্রমে আলীয়ে কয় যে তেওঁ সকলো প্রয়োজনীয় সূতা বৰপেটাৰ বজাৰৰ পৰা ক্ৰয় কৰি আনে।

সূতাৰ দাম সঘনে বৃদ্ধি হোৱাটোৱে তেওঁলোকক যথেষ্ট সংকটত পেলাইছে। সূতাৰ দাম বাঢ়ি যোৱাত গামোচাৰ দামো বৃদ্ধি হৈছে। তেনেক্ষেত্রত অধিক দামত সাধাৰণ গ্রাহকে হাতে বোৱা গামোচা কিনিব নোখোজে। গ্রাহকৰ অসুবিধাৰ সেই সুযোগ অসমৰ বাহিৰৰ গামোচা ব্যৱসায়ীয়ে লৈ আহিছে। হেলচাপামৰে আন এজন পুৰুষ শিপিনী হ’ল মতিয়াৰ ৰহমান।

গামোচাৰ উপৰি ৰহমানে বিশেষভাৱে আন কেধাপ্ৰকাৰৰ অসমীয়া পৰম্পৰাগত বস্তু তৈয়াৰ কৰে। সেইবোৰৰ ভিতৰত অন্যতম হ’ল অসমীয়া দৰা-কইনাই বিবাহৰ সময়ত ব্যৱহাৰ কৰা বস্ত্ৰ, কঠৰ ওপৰত পাৰি লোৱা বস্ত্ৰ আৰু নৱজাতকৰ গাত দিয়া কাপোৰ। গাঁওখনৰে ফুলবানু নামৰ মহিলা শিপিনীগৰাকীয়েও কয় যে তেওঁ গোটেই বছৰজুৰি কেৱল গামোচাই বয়। সেই গামোচা বিক্ৰী কৰিয়েই তেওঁৰ ঘৰ চলে।

নিজৰ একমাত্র হাতশালখনত দিনটোৰ বেছি সময় ব্যস্ত থকা ফুলবানুৰো বিহুৰ বাবে মাত লগাবলৈ সময় নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। শিপিনীগৰাকীয়ে কয় যে মাজতে কেইবছৰমান তেওঁলোকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল। এতিয়াও সেই প্রত্যাহ্বান একেবাৰে শেষ হৈ যোৱা নাই। তেওঁ কয়, বাহিৰৰ পৰা অহা গামোচাৰ বাবে আমাৰ গামোচা মানুহে নিকিনা হৈছিল।

কাৰণ সেইবোৰ গামোচা আমাৰ তুলনাত যথেষ্ট কম দামত পোৱা যায়।’ সেই পৰিৱেশ এতিয়া আগতকৈ যথেষ্ট কমিছে। একাংশ গ্রাহকেও তেনে গামোচা পছন্দ নকৰা হৈছে। প্ৰতিগৰাকী শিপিনীয়ে আক্ষেপেৰে জনায় যে সূতাৰ বৰ্ধিত মূল্যৰ বিপৰীতে তেওঁলোকে কাপোৰ বিক্ৰী কৰি পৰ্যাপ্ত দাম নাপায়।

তদুপৰি চৰকাৰৰ পৰাও আজিলৈকে কোনো ধৰণৰ সাহায্য পোৱা নাই। হস্ততাঁত-বস্ত্রশিল্প বিভাগৰ সূতা বেংক থকাৰ কথাও তেওঁলোকে নাজানে। এই প্রসংগতে বৰপেটা জিলা হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ কাৰ্যালয়ৰ বিষয়াৰ সূত্ৰই জনায় যে কে’বাবছৰ পূৰ্বে বিভাগৰ পৰা গাঁওকেইখন পৰিদৰ্শন কৰা হৈছিল। তেতিয়া নামমাত্র দুই-এক শিপিনীয়ে মেচিনৰ ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছিল।

যিহেতু অসম চৰকাৰৰ বিভাগটো হস্ততাঁতৰ লগতহে জড়িত, সেয়েহে মেচিনৰ কামত সহযোগিতা কৰা নহয়। ইয়াৰ বিপৰীতে বাস্তৱত গাঁওকেইখনৰ বয়ন শিল্পৰ লগত জড়িত অধিকাংশ শিপিনীয়ে হাতেৰেহে শাল বয়। মেচিন ক্রয় কৰিবলৈ তেওঁলোকৰ আৰ্থিক সম্বলেই নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese Traditional TextilesBarpetaMaking GamochaRangali Bihu
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d