Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

    মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

    ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

    যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dilip Saikia Pressmeet:বৰপেটাত সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ অভিযোগ নস্যাৎ দিলীপ শইকীয়াৰ

বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে একো বিষয় নথকাত অখিল গগৈয়ে কেতবোৰ অপপ্ৰচাৰ চলাইছে: দিলীপ শইকীয়া

publisher by publisher
January 6, 2026
in Assam
Reading Time: 1 min read
0
Dilip Saikia Pressmeet:বৰপেটাত সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ অভিযোগ নস্যাৎ দিলীপ শইকীয়াৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Dilip Saikia Pressmeet:

অসমৰ ভোটাৰ তালিকাত বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ নামত শাসকীয় বিজেপি দলে ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে বুলি ব্যাপক অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে সোমবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দাবী কৰে যে বিজেপিয়ে ৬০ টা বিধানসভা সমষ্টিৰ ভোটাৰৰ নাম কৰ্তনৰ ব্যৱস্থা লৈছে আৰু ইয়াৰ বাবে মন্ত্ৰী অশোক সিংহলক দায়িত্ব অৰ্পণ কৰিছে।‌ গগৈয়ে দাবী কৰা অনুসৰি যোৱা চাৰি জানুৱাৰীত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এখন সভাত এই কথা কোৱা বুলি নিজে শুনাৰ দাবী কৰিছিল বিধায়ক গগৈয়ে ।‌

ADVERTISEMENT

আজি এই বিষয়টোক লৈ বৰপেটাত এক সংবাদমেলত দিলীপ শইকীয়াই কয় যে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে একো বিষয় নথকাত অখিল গগৈয়ে এই ধৰণৰ এক অপপ্ৰচাৰ চলাইছে বুলি শইকীয়াই উল্লেখ কৰে যে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰাৰ কথাটোহে সচা । তাৰ বিপৰীতে বাকী সকলো কথা মিছা।‌ এনে মিছা কথাৰ প্ৰচাৰেৰে অখিল গগৈয়ে এক ধৰণৰ ঢৌৰ সৃষ্টি কৰিব বিচাৰিছে।‌ শইকীয়াই কয় যে যদিহে তেও অশোক সিংহলক ৬০ টা সমষ্টিত নাম কৰ্তনৰ কথা কৈছিল তাৰ প্ৰমাণ অখিল গগৈক দিবলৈ প্ৰত্যাহ্বান জনায়।‌ তেতিয়াহে অখিল‌ গগৈৰ বিশ্বাসযোগ্যতা থাকি।‌ অৱশ্যে অখিল গগৈৰ বিশ্বাসযোগ্যতা নিজৰ মিত্ৰজোটতে নাই বুলিও তেও কয়। ইয়াৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি জনে কয় যে খচৰা ভোটাৰ তালিকাক লৈ কাৰোবাৰ যদি কিবা ওজৰ – আপত্তি আছে তেন্তে নিয়ম অনুসৰি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব। সংবাদমেলত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসো উপস্থিত থাকে। উল্লেখযোগ্য আজি বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত সভাপতি শইকীয়া উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akhil Gogoi CommentsBarpetaDilip saikia ReactionPressmeet
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d