Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Conflict Between Iran and Israel:ইৰান আৰু ইজৰাইলৰ মাজত অব্যাহত সংঘাত

ক্ষেপণাস্ত্র, বায়ুসেনা, নৌবাহিনী, সেনাৰ দিশৰে ইৰান-ইজৰাইলৰ কোন অধিক শক্তিশালী?, সামৰিক দিশৰ পৰা ইৰান বিশ্বৰ ১৪ সংখ্যক শক্তিশালী দেশ, ইজৰাইলৰ স্থান ১৭ সংখ্যক

publisher by publisher
April 16, 2024
in News, International
Reading Time: 2 mins read
0
Conflict Between Iran and Israel:ইৰান আৰু ইজৰাইলৰ মাজত অব্যাহত সংঘাত
2
SHARES
19
VIEWS
ShareShareShareShare

Conflict Between Iran and Israel:

ADVERTISEMENT

ইৰান আৰু ইজৰাইলৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে হঠাতে ইজৰাইলত ধাৰাসাৰ ড্র’ন আক্রমণ চলালে ইৰানৰ সেনাবাহিনীয়ে। এই ঘটনাৰ পাছত ইজৰাইলেও অচিৰে প্রতিশোধ লোৱাৰ হুংকাৰ দিলে ইৰানক।
ইৰানে ক্ষেপণাস্ত্র আৰু ড্ৰনৰ মাধ্যমবে ইজৰাইলত আক্রমণ চলাব বুলি যুদ্ধ বিশেষজ্ঞসকলে ধাৰণা কৰিছে। স্থলপথৰে ইৰানে ইজৰাইলত আক্রমণ চলোৱাৰ সম্ভাৱনা সীমিত। ইজৰাইলৰে এইদৰে ইৰানে সংঘাতত লিপ্ত হোৱাৰ সময়তে প্রশ্ন উঠিছে যে ইজৰাইলক প্রত্যাহ্বান জনোৱাৰ ক্ষমতা ইৰানৰ আছে নে? ইৰান আৰু ইজৰাইলৰ কোনখন দেশ সামৰিক দিশৰ পৰা অধিক শক্তিশালী ? এই বিষয়টোৱে যুদ্ধ বিশেষজ্ঞ সকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে ।

RelatedPosts

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

তথ্য অনুসৰি, ইৰানৰ হাতত এনে ক্ষেপণাস্ত্র আছে যাৰ জৰিয়তে দুহেজাৰ কিলোমিটাৰ দূৰত্বভেদি লক্ষ্যস্থানত আঘাত হানিব পাৰি। ৱৰ্ল্ড ফায়াৰ পাৱাৰৰ তথ্য অনুসৰি ইৰান হৈছে সামৰিক দিশৰ পৰা বিশ্বৰ ১৪ সংখ্যক শক্তিশালী দেশ। আনহাতে, এই তালিকাত ইজৰাইলৰ স্থান হৈছে ১৭ সংখ্যক।

ইৰানৰ ৬,১০,০০০ আৰু ইজৰাইলৰ ১,৭০,০০০ জন সৈনিক আছে। ইৰানতকৈ ইজৰাইল প্ৰতিৰক্ষা বাজেট অধিক শক্তিশালী। একেদবে ইজৰাইলৰ বৈদেশিক মুদ্রাৰ ভাণ্ডাৰো অধিক শক্তিশালী ৷বিমান বাহিনীৰ শক্তিৰ ক্ষেত্রতো ইৰানতকৈ যথেষ্ট আগুৱাই আছে ইজৰাইল। ইৰানৰ ৫৫১ আৰু ইজৰাইলৰ ৬১২ যুঁজাৰু বিমান আছে। তদুপৰি ইজৰাইলৰ হাতত আছে বিশ্বৰ সবাতোকৈ শক্তিশালী এফ১৬ আৰু এফ৩৫ যুঁজাৰু বিমান। অৱশো ইজৰাইলতকৈ ইৰানৰ অধিক সংখ্যক টেংক আছে: ইজৰাইলৰ টেংকৰ সংখ্যা ১৩৭০ আৰু ইৰানৰ হৈছে ১৯৯৬। ইজৰাইলব ৬৫০ আৰু ইৰানৰ ৫৮০ আটিলাৰী ইউনিট আছে। ইৰানৰ ১০১ ৰণতৰী আৰু ইজৰাইলৰ ৬৭ ৰণতৰী আছে। একেদৰে ইৰানৰ ১৩ খন আৰু ইজৰাইলব পাঁচখন ছাবমেৰিন আছে। তথ্য অনুসৰি ইৰানৰ হাতত কোনো পাৰমানৱিক আস্ত্র নাই। কিন্তু ইজৰাইল হৈছে পাৰমাণবিক শক্তিসম্পন্ন দেশ। যুদ্ধ বিশেষজ্ঞৰ মতে, আঠটা সামৰিক দিশৰ দুটা ইৰানতকৈ অধিক শক্তিশালী হৈছে ইজৰাইল। বিশেষকৈ ইজৰাইল পাৰমাণৱিক শক্তিধৰ দেশ হোৱা হেতুকে ইৰানৰে সংঘাতৰ ক্ষেত্রত ই তেল আভিভৰ বাবে এক ইতিবাচক দিশ হ’ব পাৰে।

$ ইৰান-ইজৰাইলৰ সংঘাতত আন্তর্জাতিক বজাৰত বাঢ়িব পাৰে ইন্ধনৰ মূল্য?

যোৱা এক এপ্ৰিলত ইজৰাইলে ছিৰিয়াৰ ইৰানৰ দূতাবাসত আক্রমণ চলাইছিল। এই ঘটনাৰ ১২ দিন পাছত ১৩ এপ্রিলত প্ৰত্যুত্তৰ দিবলৈ ইৰানে ইজৰাইলত প্রায় তিনি শতাধিক ক্ষেপণাস্ত্ৰ আৰু ড্র’নৰে আক্ৰমণ চলাইছিল। ইৰানৰ এই পদক্ষেপৰ পাছত ইজৰাইলে শীঘ্রে প্রতিশোধ লোৱা হ’ব বুলি হুংকাৰ দিছে।

এনে পৰিস্থিতিত মধ্য প্রাচ্যত পুনৰ এখন নতুন যুদ্ধৰ সম্ভাৱনা প্ৰকট হৈছে। মধ্য প্রাচ্যৰ এই সংকটৰ সময়তে আন্তর্জাতিক তৈল বজাৰত খাৰুবা তেলৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা প্রকট হৈছে। সম্প্রতি বিশ্বৰ প্রায় ২০ শতাংশ তেল সৰবৰাহৰ পথত ইৰানে ক্ষেপণাস্ত্র নিয়োগ কৰি ৰাখিছে। ইৰান আৰু ইজৰাইলৰ এই সংঘাতৰ ফলত খাৰুৱা তেলৰ সৰবৰাহ প্ৰভাৱিত হ’লে ভাৰতৰ দৰে দেশত তেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Conflictiran and IsraelWar
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d