Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Attacks And Counterattacks Are The Main Issue In The Elections:আক্রমণ-প্রত্যাক্রমণেই নির্বাচনী মূল বিষয়

চৰকাৰৰ সাম্প্রদায়িক ৰাজনীতি-মূল্যবৃদ্ধিৰ লগতে কংগ্ৰেছৰ নীতিহীনতাও হ'ব এআইইউডিএফৰ নিৰ্বাচনী বিষয়

publisher by publisher
March 5, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Attacks And Counterattacks Are The Main Issue In The Elections:আক্রমণ-প্রত্যাক্রমণেই নির্বাচনী মূল বিষয়
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Attacks And Counterattacks Are The Main Issue In The Elections:

ADVERTISEMENT

লোকসভা নির্বাচনক কেন্দ্র কৰি ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। শাসক দল বিজেপিয়ে প্রার্থী তালিকা ঘোষণা কৰাৰ পাছৰে পৰা নিৰ্বাচনমুখৰ পৰিৱেশ যেন অধিক গাঢ় হৈছে। আগন্তুক এসপ্তাহৰ ভিতৰত কংগ্ৰেছেও প্রার্থীৰ নাম ঘোষণা কৰিব।

নাম ঘোষণাৰ প্রক্রিয়া অব্যাহত ৰাখিছে অসম গণ পৰিষদ,এআইইউডিএফসহ আন আন দলবোৰেও। অৱশ্যে প্রার্থী তালিকা আনুষ্ঠানিকভাবে ঘোষণা নহ’লেও নির্বাচনী কুচকাবাজ পূর্ণমাত্রাই অব্যাহত ৰাখিছে অসম জাতীয় পৰিষদে। আনুষ্ঠানিকভাবে প্ৰচাৰ আৰম্ভ কৰিছে আম আদমী পার্টিয়ে। এইবাৰ অসমত প্রত্যক্ষ যুঁজ অনুষ্ঠিত হোৱাৰ সম্ভাবনা আছে বিজেপি মিত্রজোট আৰু ঐক্যবদ্ধ বিৰোধী মঞ্চৰ মাজত। কিয়নো আটাইকেইটা সমষ্টিতে এই দুই পক্ষৰ প্রার্থী থাকিব। ইউডিএফে তিনিটা সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰিব।

নির্বাচনী এই তৎপৰতাৰ মাজত কোনে কি বিষয় আগত লৈ ভোটাৰৰ মন মুহিবলৈ চেষ্টা চলাব সেয়াও ইতিমধ্যে চূড়ান্ত হৈছে। বিজেপি মিত্রজোটৰ এইবাৰ মূল বিষয় হ’ল বিকাশ আৰু উন্নয়ন। এই বিষয়ৰ আঁত ধৰিয়েই অসম চৰকাৰে নিজাববীয়াকৈ সম্প্রতি জিলাই জিলাই অব্যাহত ৰাখিছে বিকাশ যাত্রা। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই নেতৃত্ব দিয়া এই যাত্ৰাত ৰাজ্যৰ অধিকাংশ জিলাক সামৰি লোৱা হৈছে। প্রায় প্রতিদিনেই ইখনৰ পাছত সিখন জিলাত বিকাশ যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে

এইবোৰত কোটি কোটি টকাৰ নতুন আঁচনি ঘোষণা কৰা হৈছে, কাম সম্পূর্ণ হোৱা প্রকল্প উদ্বোধন কৰা হৈছে অথবা আধাৰশিলা স্থাপন কৰা হৈছে। চৰকাৰৰ ঘোষণা অনুসৰি এই বিকাশ যাত্ৰাৰ জৰিয়তে সমগ্র অসমত ৫০ হেজাৰ কোটি টকাৰ বিভিন্ন আন্তঃগাঁথনিৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব। আৰম্ভণিতে পাতলীয়াকৈ এই কার্যসূচী অনুষ্ঠিত হৈছিল। নিৰ্বাচন দুৱাৰৰ্ডলিত উপস্থিত হোৱাত প্রতিদিনেই মুখ্যমন্ত্ৰীয়ে ইখনৰ পাছত সিখন জিলালৈ ঢপলিয়াই গৈ বিকাশ যাত্রা অনুষ্ঠিত কৰিছে। বিকাশ আৰু উন্নয়নেই হৈছে বিজেপিৰ নিৰ্বাচনৰ মূল বিষয় বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

কলিতাই কয় যে প্রধানমন্ত্রী নবেন্দ্র মোদীৰ নেতৃত্বত ভাৰতৰ উন্নয়ন ক্ষিপ্ৰতৰ হৈছে। ২০৪৭ত ভাৰতক উন্নত ৰাষ্ট্ৰৰ শাৰীত অৱস্থান কৰোৱাৰ যি লক্ষ্য নির্ধাৰণ কৰা হৈছে তাৰ ফলতে ভাৰতৰ বিকাশৰ গতি মোদীৰ নেতৃত্বত ক্ষিপ্ৰতৰ হৈছে। সেই ধাৰাৰে অসমতো বিকাশ আৰু উন্নয়নৰ নতুন জোৱাৰ অব্যাহত আছে।

প্রসংগক্রমে দলটোৰ সূত্রই কয় যে বিকাশ মূল বিষয় হ’লেও তাৰ লগতে বিজেপিয়ে অসমক দি অহা গুৰুত্ব, বিৰোধীক সমালোচনা, কংগ্ৰেছৰ পৰিয়ালকেন্দ্রিকতা আদি হ’ব প্ৰচাৰ সভাবোৰৰ মূল বিষয়। বিকাশৰ শ্ল’গান বিজেপিৰ মিত্রদল অসম গণ পৰিষদ আৰু ইউপিপিএলেও গ্রহণ কৰিছে।

বিজেপি মিত্ৰজোঁটৰ বিপৰীতে ঐক্যবদ্ধ বিৰোধীৰ নিৰ্বাচনী মূল বিষয় হ’ব নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰ, বিজেপিৰ সাম্প্রদায়িক নীতি, চৰকাৰৰ দুর্নীতি, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত কেলেংকাৰিৰ অভিযোগ, মূল্যবৃদ্ধি, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা আদি।

এই সন্দৰ্ভত বিৰোধী মঞ্চ অসমৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, ‘আমি যিহেতু ঐক্যমঞ্চ হিচাপে নির্বাচনত অৱতীৰ্ণ হৈছো, গতিকে প্ৰচাৰৰ মূল বিষয়বোৰো একে। কাৰণ ঐক্যবদ্ধভাৱে আমি প্ৰচাৰ চলাম।’ অৱশ্যে গগৈৰ এনে বক্তব্যৰ প্ৰসংগৰে বিৰোধী মঞ্চৰ নেতাৰ সূত্রই কয় যে দলভেদে তেওঁলোকৰ গুৰুত্ব দিয়া নিৰ্বাচনী বিষয়বোৰ ভিন ভিন হ’ব। উদাহৰণ স্বৰূপে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সর্বাধিক সৰৱ হ’ব জাতীয় পৰিষদ।

কংগ্রেছৰ এই ক্ষেত্রত সীমাবদ্ধতা থাকিব। ইয়াৰ মূল কাৰণ হ’ল কংগ্ৰেছে আইনখনক লৈ ব্রহ্মপুত্র উপত্যকাত সৰৱ হোৱাৰ বিপৰীতে বৰাকত সিমান সৰৱ হ’ব নোৱাৰে। সেয়েহে আইনখনৰ বিষয়টোক জাতীয় পৰিষদে সর্বাধিক গুৰুত্ব দিব। কংগ্ৰেছে মূল গুৰুত্ব দিব মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি-অন্যান্য কেলেংকাৰিৰ অভিযোগক।

প্রসংগক্রমে উল্লেখ্য যে ডিব্রুগড়ত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া গগৈয়ে তেওঁৰ প্রতিদ্বন্দ্বী কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক নাগৰিকত্ব আইনখনক লৈয়ে কাবু কৰাৰ পৰিকল্পনা কৰিছে।

ইপিনে, এআইইউডিএফৰ মূল নির্বাচনী বিষয় হ’ব বিজেপিৰ সাম্প্রদায়িকতা, মূল্যবৃদ্ধি ইত্যাদি। দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে এই দুটা বিষয়ৰ উপৰি সাধাৰণ নাগৰিকৰ জীৱন যিবোৰ ক্ষেত্ৰত চৰকাৰে দুর্বিষহ কৰি তুলিছে সেই আটাইবোৰেই তেওঁলোকৰ প্ৰচাৰত গুৰুত্ব পাব।

কংগ্রেছৰ ৰাজনীতিকো দলটোৱে সমালোচনা কৰিব। কংগ্ৰেছৰ ইজনৰ পাছত সিজন নেতাই বিজেপিত যোগ দিয়াৰ মূল কাৰণ যে দল দুটাৰ মাজত থকা গোপন বুজাবুজি সেই কথাই প্ৰচাৰ সভাবোৰত দাঙি ধৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPAgpAJPAssamBJPCongressLoksabha Election 2024
publisher

publisher

Related Posts

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ
Assam

Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

September 10, 2026
শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d