Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price Increase of Rs 8,000 Each in Rods:ৰডত আঠ হেজাৰ টকাকৈ বৃদ্ধি !

পৰিবহণ ব্যয়, উৎপাদনী ব্যয় বা কৰ-কাটলো বঢ়া নাই যদিও হোৰা হোৰে অসমত বঢ়াইছে ৰডৰ দাম, ৰাজনৈতিক দলক নির্বাচনী পুঁজি আদায়ৰ সুযোগ লৈ ৰাইজৰ মূৰত কঁঠাল ভঙা বুলি ব্যৱসায়ী মহলৰ

publisher by publisher
April 23, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Price Increase of Rs 8,000 Each in Rods:ৰডত আঠ হেজাৰ টকাকৈ বৃদ্ধি !
1
SHARES
10
VIEWS
ShareShareShareShare

Price Increase of Rs 8,000 Each in Rods:

একাংশ অসাধু ব্যৱসায়ীয়ে শাসক পক্ষৰে বুজাবুজি কৰি বিভিন্ন সামগ্রীৰ দাম বৃদ্ধি কৰাৰ পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি চলিত লোকসভা নিৰ্বাচনৰ সময়তে ৰাজ্যত বৃদ্ধি কৰিলে গৃহ নির্মাণত ব্যৱহৃত লোহাৰ ৰডৰ মূল্য। উৎপাদনী ব্যয় এপইচাও বড়া নাই বা কৰ কাটলো বৃদ্ধি নোপোৱা সত্ত্বেও একমাত্র নির্বাচনৰ গইনা লৈয়ে ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত ৰডৰ দাম বৃদ্ধি কৰিছে ব্যৱসায়ী গোষ্ঠীসমূহে।

ADVERTISEMENT

ৰহস্যজনকভাৱে ৰাজ্যৰ বজাৰত ৰঙৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা সত্ত্বেও সম্পূর্ণ নীৰৱে ৰৈছে চৰকাৰ প্ৰশাসন। ৰাজনৈতিক দলসমূহক নির্বাচনী পুঁজি আদায়ৰ গইনা লৈ ৰডৰ মূল্য ব্যাপক হাৰত বৃদ্ধি ঘটাই ব্যৱসায়ীসকল অতিৰিক্ত মুনাফা লুটাৰ প্রতিযোগিতাত নামি পৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

RelatedPosts

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

নতুন কৰ, উপ-কৰ আৰোপ কেন্দ্ৰৰ 

নিয়ন্ত্রণহীন ৰাজ্যৰ বজাৰ ব্যৱস্থা : ১৫ টকা পর্যন্ত মূল্যবৃদ্ধি মিঠাতেলৰ

উল্লেখ্য যে প্রথম পৰ্যায়ৰ ভোটগ্রহণৰ প্ৰাকমুহূৰ্তত ৰঙালী বিহুৰ পাছতে ৰাজ্যত প্ৰতি টন ৰডৰ দাম আঠ হেজাৰ টকাকৈ বৃদ্ধি কৰা হৈছে। বহিঃৰাজ্যৰ পৰা অহা সকলোবোৰ কোম্পানীৰে ৰডৰ দাম অসমত বৃদ্ধি কৰা হৈছে। বিশেষকৈ চুবুৰীয়া পশ্চিমবংগৰ দুৰ্গাপুৰৰ পৰা অহা সকলো ৰডৰে দাম প্রতি কুইণ্টলত আঠশ টকাকৈ অর্থাৎ প্রতি টনত আঠ হেজাৰ টকাকৈ বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে অসমৰ বজাৰত দুর্গাপুৰৰ ৰডৰ বিশেষ চাহিদা আছে।

প্রতিষ্ঠিত ব্ৰেণ্ডৰ ৰডৰ তুলনাত দুর্গাপুৰত উৎপাদিত ৰডৰ দাম কম হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত দুর্গাপুৰ ৰডৰ বিক্ৰীও অধিক। এই বৃহৎ বজাৰখনৰ সুযোগ গ্ৰহণ কৰি দুর্গাপুৰৰ ৰড উৎপাদনকাৰী প্রতিষ্ঠানসমূহে নিজ খেয়াল খুচি মতে এই কেইদিনত বৃদ্ধি কৰিছে ৰডৰ দাম। বিশেষকৈ দুর্গাপুৰৰ অহা ঝাৰা, ল’টাছ, ছুপাৰ এক্স, ত্রিশক্তি আদি বিভিন্ন ব্ৰেণ্ডৰ ৰডৰ দাম বিগত এটা পষেকৰ ভিতৰতে প্রতি টনত আঠ হেজাৰ টকা পর্যন্ত বৃদ্ধি পাইছে।

ইফালে, প্রতিষ্ঠিত ব্ৰেণ্ডৰ ৰডৰ দামো সমহাৰতে বৃদ্ধি পাইছে। ৰাজ্যত বজাৰ দখল কৰি থকা মাইথান, জিন্দাল, ছুপাৰ শক্তি, টাটাৰ ৰডৰ দামো এই সময়ছোৱাতে প্রতি টনত আঠ হেজাৰ টকাকৈ বৃদ্ধি ঘটোৱা হৈছে। গুৱাহাটীৰ পাইকাৰী ব্যৱসায়ী মহলে সদৰী কৰা তথ্য মতে, দুর্গাপুৰকে ধৰি আন প্রতিষ্ঠিত ব্ৰেণ্ডসমূহে পৰৱৰ্তী যিকোনো সময়তে ৰডৰ দাম আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

জিন্দাল গোষ্ঠীয়ে কোম্পানীটোৰ দ্বাৰা উৎপাদিত ৰডৰ প্ৰতি টনৰ দাম পুনৰ পাঁচশ টকাকৈ বৃদ্ধি কৰিছে। অর্থাৎ ১৫ দিনৰ ভিতৰত জিন্দাল ৰডৰ দাম প্রতি টনত আঠ হেজাৰ পাঁচশ টকাকৈ বৃদ্ধি পালে। বিভিন্ন ব্ৰেণ্ডৰ ৰডৰ দাম প্রতি টনত আঠ হেজাৰ টকাকৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যত সম্প্ৰতি দুর্গাপুৰৰ বিভিন্ন ব্ৰেণ্ডৰ ৰডৰ দাম প্রতি টনত ৬৫,০০০ টকালৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে এপ্ৰিলৰ প্ৰথম পষেকত ৰাজ্যত দুর্গাপুৰৰ পৰা অহা বিভিন্ন ব্ৰেণ্ডৰ ৰডৰ দাম প্রতি টনত ৫৬,০০০ টকাৰ পৰা ৫৭,০০০ টকা আছিল; কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ বিহুৰ ঠিক পাছতে অসমত দুর্গাপুৰৰ পৰা অহা সকলো ৰডৰ দাম প্রতি টনত ৬৪,০০০ টকাৰ পৰা ৬৫,০০০ টকা পর্যন্ত বৃদ্ধি পাইছে। পিছ পৰি ৰোৱা নাই প্রতিষ্ঠিত ব্রেণ্ডসমূহো। মাইথান, জিন্দাল, ছুপাৰ শক্তি, টাটাৰ দ্বাৰা উৎপাদিত সকলো ৰডৰ দামো প্রতি টনত ৮০,০০০ টকা পর্যন্ত স্পৰ্শ কৰিছে।

বহিঃৰাজ্যৰ পৰা অহা বিভিন্ন ব্ৰেণ্ডৰ ৰডৰ দাম বৃদ্ধি কৰাৰ লগে লগে অসমত উৎপাদন অব্যাহত ৰখা থলুৱা প্রতিষ্ঠানসমূহেও সমহাৰতে ৰডৰ দাম বৃদ্ধি কৰি মুনাফা লুটিছে। ৰঙিয়াত উৎপাদিত তথা গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত মুখ্য কার্যালয় থকা ‘এক্স টেক’ নামৰ প্ৰতিষ্ঠানটোৱেও বিহুৰ সময়তে অসমত প্রতি টন ৰডৰ দাম সাত হেজাৰ টকা পর্যন্ত বৃদ্ধি কৰিছে।

ইফালে, অসমত উৎপাদিত আন কেইটামান প্রতিষ্ঠান ক্রমে ছুপাৰশক্তি, এছ. শক্তি দুর্গাপুৰ, দুৰাঘাট দুর্গাপুৰ আদি ব্ৰেণ্ডৰ ৰডৰ দামো পশ্চিমবংগৰ কোম্পানীসমূহে বঢ়োৱাৰ দৰে সমহাৰত দাম বৃদ্ধি কৰিছে। গুৱাহাটীৰ ৰডৰ পাইকাৰী ব্যৱসায়ী মহলে সদৰী কৰা মতে, ৰাজ্যত প্রতি বছৰে নৱেম্বৰৰ পৰা প্ৰতিটো স্তৰৰ লোকে ঘৰ বন্ধা কাম আৰম্ভ কৰে। গতিকে এপ্রিল, মে’ পর্যন্ত ৰডৰ চাহিদা তুংগত থাকে। সেই সূত্রে কোনো কাৰণ নোহোৱাকৈ হঠাতে ৰডৰ দাম বৃহৎ হাৰত বৃদ্ধি কৰি সৰ্বসাধাৰণ জনতাৰ গৃহ নিৰ্মাণৰ অংকত আউল লগাইছে।

উল্লেখ্য যে বৃহৎ অট্টালিকাৰ কথা বাদেই, ৰাজ্যৰ গ্ৰামাঞ্চলত প্রধানমন্ত্রী আবাস যোজনাৰ পৰা আৰম্ভ কৰি নিম্ন-মধ্যবিত্ত শ্ৰেণীৰ লোকেও সপোনৰ ঘৰটো নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ সময়তে এনেদৰে ৰডৰ দাম ঊর্ধ্বমুখী হোৱাত হতাশাত ভুগিবলগীয়া হৈছে। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি আন সকলো সামগ্ৰীৰে ঊর্ধ্বমুখী বজাৰ মূল্যই জুৰুলা কৰা সৰ্বসাধাৰণ নাগৰিকৰ বাবে এতিয়া গৃহ নিৰ্মাণৰ অন্যতম সামগ্ৰী ৰডৰ দাম বৃদ্ধি সহিব নোৱাৰা বোজা হৈ পৰিছে।

পাইকাৰী ব্যৱসায়ী মহলৰ মতে, ৰডৰ দাম বৃদ্ধিৰ বাবে কোনো এটা প্রতিষ্ঠানে গ্রহণযোগ্য যুক্তি আগবঢ়াব পৰা নাই। ব্যৱসায়ী মহলৰ মতে, এই সময়ছোৱাত ৰাজ্যত পৰিবহণ ব্যয়ো বৃদ্ধি পোৱা নাই। ৰাজ্য চৰকাৰে নতুনকৈ কোনো কৰ-কাটলো আৰোপ কৰা নাই। তেনে স্থলত ৰড উৎপাদনকাৰী প্রতিষ্ঠানসমূহে কিয় হঠাতে দাম বৃদ্ধি কৰিলে সেয়া ৰহস্যজনক। ব্যৱসায়ী মহলে সন্দেহ কৰা মতে, চলিত লোকসভা নির্বাচন উপলক্ষে উৎপাদনকাৰী প্রতিষ্ঠানসমূহে ভিন্ন ৰাজনৈতিক দলক বৃহৎ অংকৰ চান্দা আদায় দিবলগীয়া হৈছে।

তাৰেই সুযোগ লৈ নির্বাচনী প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে সংশ্লিষ্ট প্রতিষ্ঠানসমূহে নিজ খেয়াল খুচি মতে ৰডৰ দাম নির্ধাৰণ কৰি মুনাফা লুটাত ব্যস্ত হৈছে। উল্লেখ্য যে ৰাজ্যত ৰডৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা সত্ত্বেও সাধাৰণ জনতাৰে জড়িত এই বিষয়টোক লৈ কোনো লৰচৰ কৰা নাই ৰাজ্য চৰকাৰে। নিৰ্বাচনৰ অজুহাতত বণিক গোষ্ঠীৰ হাতত ৰাজ্যৰ বজাৰ গতাই দি নির্বাচনী প্রচাৰ অভিযানত চৰকাৰ ব্যস্ত হৈ থকাৰ পূৰ্ণ সুযোগ গ্রহণ কৰি কোম্পানীসমূহে বৃদ্ধি কৰিছে ৰডৰ মূল্য।

লক্ষ্যণীয় যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগই দুর্গাপুৰত উৎপাদিত ঝাৰা, লটাছ, ছুপাৰ এক্স, ত্রিশক্তি আদি যিসমূহ ব্ৰেণ্ডৰ ৰডে অসমৰ বজাৰ দখল কৰি আহিছে সেইসমূহ ব্ৰেণ্ডৰ ৰডৰ দাম উৎপাদনকাৰী ৰাজ্য পশ্চিমবংগত এপইচাও বঢ়া নাই। ইয়াৰ বিপৰীতে অসমত নিৰ্বাচনৰ সময়তে হোৰা হোৰে বৃদ্ধি কৰা হৈছে ঘৰ বন্ধা সামগ্ৰীৰ ভিতৰত অন্যতম প্রয়োজনীয় ৰডৰ দাম। যাৰ ফলত এতিয়া ৰাজ্যৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ইতিমধ্যে আৰম্ভ কৰা গৃহ নিৰ্মাণ কাৰ্যৰ বিত্তীয় পৰিকল্পনাত আউল লগাৰ উপক্রম ঘটিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 000 Each in RodPrice increaseRs 8
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d