Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভাৰতীয় আভ্যন্তৰীণ জল-পৰিবহণ প্ৰাধিকৰণ-এন আৰ এলৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পন্ন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যাপক উন্নয়ন সাধন হ'ব : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

publisher by publisher
August 26, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভাৰতীয় আভ্যন্তৰীণ জল-পৰিবহণ প্ৰাধিকৰণ-এন আৰ এলৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পন্ন
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ঐতিহাসিক অসম চুক্তিৰ ফচল নুমলীগড় শোধনাগাৰৰ বহু প্ৰত্যাশিত প্ৰকল্প সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱালৈ মাজত আৰু কেইটামান মাহ বাকী আছে। তেনে সময়তে শোধনাগাৰৰ সম্প্ৰসাৰণৰ নিমিত্তে প্ৰয়োজনীয় কিছুমান অত্যাধিক গধুৰ সামগ্ৰীসমূহ জলমাৰ্গেৰে অনাৰ উদ্দেশ্যে আজি নুমলীগড় শোধনাগাৰৰ কুঞ্জ-কাননত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

ADVERTISEMENT

ভাৰতৰ আভ্যন্তৰীণ জল-পৰিবহন প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত অনুষ্ঠিত হোৱা এই বুজাবুজি চুক্তিয়ে অনাগত সময়ত এন আৰ এলৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী জাহাজেৰে পশ্চিমবংগৰ হালদিয়াৰ পৰা নুমলীগড় হৈ ধনশিৰি নদীৰে পোনপটীয়াকৈ নুমলীগড় শোধনাগাৰলৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ব্যাপক উন্নয়ন সাধন হ’ব। প্ৰথমে এক্ট ইষ্ট প’লিচি আৰু এতিয়া লোক ইষ্ট প’লিচিৰে অসম তথা পূৰ্বাঞ্চলৰ আঠোটাকৈ ৰাজ্যৰ বিকাশ কৰা হ’ব।

ইংৰাজ শাসন কালত অসমৰ এক সুকীয়া সুনাম আছিল আৰু পুনৰ এই সুনাম ঘূৰাই আনিব লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে এই জলমাৰ্গ স্থায়ী কৰি তুলিব লাগে আৰু অসমত উৎপাদিত সামগ্ৰী সমূহ সহজতে বিদেশলৈ ৰপ্তানি কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ৫০ মিটাৰ দীঘল আৰু ১২ মিটাৰ পৰ্যন্ত উচ্চতাৰ এহেজাৰ টন ভৰৰ সামগ্ৰী কঢ়িয়াই অনাৰ বাবে জলপথেই আটাইতকৈ সুবিধাজনক হয়। সেয়েহে, হালদিয়াৰ পৰা নুমলীগড় পৰ্যন্ত মুঠ এহেজাৰ কিলোমিটাৰ জলমাৰ্গ সুচল কৰি তোলাৰ আঁচনি গ্ৰহণ কৰা হয়।

আজি ভাৰতীয় আভ্যন্তৰীণ জল-পৰিবহন প্ৰাধিকৰণ(আই ডব্লিউ এ আই)ৰ কাৰিকৰী সদস্য আশুতোষ গৌতম উপস্থিত থাকি জাহাজ পৰিবহনৰ উপযোগী কৰি তোলাৰ বাবে ব্ৰহ্মপুত্ৰৰ ৫৩৫ কিলোমিটাৰ আৰু ধনশিৰি নদীৰ ৩৬ কিলোমিটাৰ খনন কৰিব লাগিব বুলি প্ৰকাশ কৰে।

ধনশিৰিত একৰ পৰা ডেৰ মিটাৰ খনন চলাই ২.২ৰ পৰা ২.৫ মিটাৰ দ কৰিব লাগিব। ছয়-সাত কুবিক মিটাৰ খনন কৰা হ’ব বুলিও তেওঁ জনায়। তেওঁ জনোৱা মতে ২০২২ৰ ছেপ্টেম্বৰ মাহত প্ৰথমটো জাহাজ অনাৰ লক্ষ্যৰে ইয়াৰ ছয় মাহৰ আগত কাম আৰম্ভ কৰা হ’ব বুলিও প্ৰকাশ কৰে আৰু এই প্ৰক্ৰিয়াত মুঠ দহৰ পৰা বাৰ কোটিটকাৰ ব্যয় হ’ব বুলিও সদৰী কৰে।

অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহন কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ইপিনে, অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাওঁ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক সৌমেন্দ্ৰ কুমাৰ বৰুৱা, কাৰিকৰী সঞ্চালক ভাস্কৰ জ্যোতি ফুকন আৰু শোধনাগাৰটোৰ বিত্তীয় সঞ্চালক আই মিত্ৰা উপস্থিত থাকে৷ নুমলীগড় শোধনাগাৰে বৰ্তমানৰ বছৰি তিনি নিযুত মেট্ৰিক টন শোধন ক্ষমতাৰ তিনিগুণ বৃদ্ধি কৰি ন নিযুত মেট্ৰিক টন কৰিবলৈ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ কাম আৰম্ভ কৰিব।

এই সম্প্ৰসাৰিত প্ৰকল্পটোৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ পৰা এহেজাৰৰো অধিক বৃহৎ সঁজুলি জল পথেৰে শোধনাগাৰটোলৈ অনা হ’ব । এই সঁজুলিবোৰৰ কে’বাটাও সঁজুলি অভাৰ ডাইমেনশ্যনেল কনচাইনমেণ্ট আৰু অত্যাধিক ওজন কনচাইনমেণ্ট শ্ৰেণীৰ। ইয়াৰ বাবে এই সঁজুলিসমূহ আনিবৰ বাবে নুমলীগড় শোধনাগাৰে ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলপথ ব্যৱহাৰ কৰিব। ইয়াৰ বাবে আনকি দেশৰ পশ্চিমাঞ্চলৰ মুখ্য বন্দৰবোৰক উত্তৰ-পূব অঞ্চলক সংযোগ কৰিবলৈ সাগৰ আৰু নদীৰ পথবোৰ ব্যৱহাৰ কৰিব বুলি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পাছতে শোধনাগাৰ কৰ্তৃপক্ষ আৰু আভ্যন্তৰীণ জল পথ প্ৰাধিকৰণৰ দ্বাৰা একোটাকৈ তথ্য-চিত্ৰ উপস্থাপনেৰে এই জল-পথৰ সবিশেষ তথ্য দাঙি ধৰে। অনুষ্ঠানৰ প্ৰাকক্ষণত নুমলীগড় ৰৌদুৱাৰ গাওঁত ধনশিৰি নদীত থকা নুমলীগড় শোধনাগাৰৰ নদী বন্দৰটোও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰে।

প্ৰেক্ষাগৃহ আৰু শীতলিকৰণ ভঁৰাল নিৰ্মাণ কৰাৰ ঘোষণা : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নুমলীগড় শোধনাগাৰে অতি শীঘ্ৰেই গোলাঘাট জিলাৰ পাঁচোটা বিধানসভা সমষ্টি ক্ৰমে সৰুপথাৰ, বোকাখাত, গোলাঘাট, দেৰগাঁও আৰু খুমটাই সমষ্টিত ৰাইজৰ সুবিধা হোৱাকৈ একোখনকৈ সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব বুলি আজি পৰিচালন সঞ্চালক এছ কে বৰুৱাই ঘোষণা কৰে। তদুপৰি, এন আৰ এলৰ সমীপৱৰ্তী লৱনঘাটৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত আনাৰসকে আদি কৰি কৃষকৰ উৎপাদিত ফচল সংৰক্ষণৰ নিমিত্তে এটা শীতলিকৰণ ভঁৰালো নিৰ্মান কৰা হ’ব বুলিও ঘোষণা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiSarbananda Sonowal
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d