Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিয়ন্ত্রণহীন ৰাজ্যৰ বজাৰ ব্যৱস্থা : ১৫ টকা পর্যন্ত মূল্যবৃদ্ধি মিঠাতেলৰ

publisher by publisher
July 21, 2025
in Assam, News
Reading Time: 1 min read
0
নিয়ন্ত্রণহীন ৰাজ্যৰ বজাৰ ব্যৱস্থা : ১৫ টকা পর্যন্ত মূল্যবৃদ্ধি মিঠাতেলৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

নতুন কৰ, উপ-কৰ আৰোপ কেন্দ্ৰৰ 

Price Increase of Rs 8,000 Each in Rods:ৰডত আঠ হেজাৰ টকাকৈ বৃদ্ধি !

Cooking oils:✒️ৰাজ্যৰ বজাৰত নিশাৰ ভিতৰতে দাম বৃদ্ধি হ’ল মিঠাতেলৰ। বজাৰৰ পৰিচিত প্ৰতিটো ব্ৰেণ্ডৰ মিঠাতেলৰ মূল্য লিটাৰত ১৫ টকা পর্যন্ত বৃদ্ধি হ’ল।

ADVERTISEMENT

ৰাজ্যৰ নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থাত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উর্ধ্বমুখী বজাৰ দৰৰ মাজতে মিঠাতেলৰ দামৰ এই বৃদ্ধিয়ে গ্ৰাহকৰ মূৰত যেন নতুনকৈ এক মাধমাৰ শোধালে।

এই মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত মিঠাতেলৰ বৃহৎ পাইকাৰী ব্যৱসায়ী সূত্রই কয় যে এই সময়ত তেল উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে সৰিয়হ ক্ৰয় কৰি সম্পূৰ্ণৰূপে গুদামত জমা কৰিছে। ভৱিষ্যতৰ দিনৰ বাবে কৰা এনে মজুতকৰণৰ প্ৰভাৱ পৰিছে তেলৰ উৎপাদনত।

বৃহৎ প্রতিষ্ঠানবোৰৰ কৌশলপূর্ণ এই ব্যৱস্থাত বজাৰত সৰিয়হৰ নাটনি হৈছে। এই নাটনিকে দেখুৱাই প্রতিষ্ঠানবোৰে তেল উৎপাদনৰ পৰিমাণ সাময়িকভাৱে হ্রাস কৰিছে।

উৎপাদন হ্রাস হোৱাৰ বিপৰীতে চাহিদা একেই থকাত বজাৰৰ সূত্র অনুসৰি দাম বৃদ্ধি কৰিছে। প্রসংগক্রমে সূত্ৰটোৱে কয় যে অসমত প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপাদন হয়। বৃহৎ বৃহৎ তেল উৎপাদনকাৰী প্ৰতিষ্ঠানৰ বাবে অসম সৰিয়হৰ অন্যতম ক্রয় ক্ষেত্র হৈ আহিছে।

অসমৰ কৃষকৰ পৰা ইতিমধ্যে সৰিয়হ ক্ৰয় কৰি মজুত কৰিছে প্রতিষ্ঠানবোৰে। সেই মজুতৰ বিপৰীতে সম্প্ৰতি মুকলি বজাৰত সৰিয়হৰ অভাৱ ঘটা বুলি দেখুওৱা হৈছে। যিখিনি সৰিয়হ মুকলি বজাৰত এতিয়াও আছে, তাৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ দর্শাই তেলৰ দাম বৃদ্ধি কৰা হৈছে।

ইয়াৰ বিপৰীতে সৰিয়হ উৎপাদক প্ৰকৃততে কিমান লাভৱান হৈছে, সেয়া এক প্ৰশ্নৰ বিষয়। এইবাৰ অসমৰ বাদে সৰিয়হ উৎপাদন কৰা দেশৰ আগশাৰীৰ কে’বাখনো ৰাজ্যত পলমকৈ ফচল পোৱা যায়। পলমকৈ হোৱা উৎপাদনেও বজাৰত প্ৰভাৱ পেলায়।

ইয়াৰো সুযোগ লৈছে তেল উৎপাদন কৰা প্ৰতিষ্ঠানবোৰে। অসমৰ উপৰি ৰাজস্থান আৰু উত্তৰ প্ৰদেশত প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপাদন হয়। কিন্তু দুয়োখন ৰাজ্যত এইবাৰ বতৰৰ প্ৰভাৱত উৎপাদনৰ সময় পিছুৱাই যায়।

বৃহৎ পাইকাৰী ব্যৱসায়ী সূত্ৰটোৱে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দুটা সংস্থা নাফেড আৰু হাফেডে এইবাৰ সৰিয়হ যথেষ্ট পৰিমাণে ক্রয় কৰে। ইয়াৰ প্ৰভাৱো সৰিয়হৰ বজাৰত পৰে। চৰকাৰী সংস্থা দুটাই সৰিয়হ ক্ৰয় কৰাৰ ফলত বজাৰত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে, তাৰ ওপৰত চৰকাৰে গুৰুত্ব নিদিলে।

যাৰ পৰিণাম এতিয়া তেলৰ মূল্যৰ জৰিয়তে সাধাৰণ গ্রাহকে ভুগিবলগীয়া হৈছে।অসমৰ বজাৰত ইঞ্জিন, ধাৰা, অনুপম আদি ব্ৰেণ্ডৰ তেল সৰ্বাধিক চলে। ইঞ্জিন তেলৰ প্ৰতি লিটাৰৰ মূল্য ১৯০ৰ পৰা ২১০ টকালৈ বৃদ্ধি হৈছে। ধাৰাৰ মূল্যও ১৮০ৰ পৰা ১৯৫ টকালৈ।

অনুপম তেলৰ মূল্যও প্রতি লিটাৰত ১৮০ৰ পৰা ১৯৫ টকালৈ বৃদ্ধি হৈছে। এনেদৰে বজাৰত আন যিবোৰ ব্ৰেণ্ডৰ তেল উপলব্ধ হয়, তাৰ প্ৰতিবিধৰে মূল্য নিশাৰ ভিতৰতে বৃদ্ধি হৈছে। এই মূল্যবৃদ্ধিয়ে গ্রাহকক যিদৰে মাধমাৰ শোধাইছে, খুচুৰা ব্যৱসায়ীসকলো একে যন্ত্ৰণাৰ সন্মুখীন হৈছে।

গুৱাহাটীৰ বেহাৰবাৰীৰ পৰিচিত ব্যৱসায়িক প্ৰতিষ্ঠান ডেকা ব্ৰাডাৰ্ছৰ গৰাকী সঞ্জীৱ ডেকাই কয় যে নিয়মীয়া গ্রাহকসকলকে তেওঁলোকে এনে মূল্যবৃদ্ধিক লৈ উপর্যুপৰি প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে। অথচ তেওঁলোকৰ হাতত উত্তৰ একো নাই। পাইকাৰী ব্যৱসায়ীৰ পৰা তেওঁলোকে সামগ্রী ক্রয় কৰে আৰু খুচুৰা গ্ৰাহকক বিক্ৰী কৰে।

পাইকাৰী ব্যৱসায়ীয়ে তেওঁলোকৰ পৰা অধিক মূল্য আদায় কৰিছে আৰু তেওঁলোকেও গ্রাহকক অধিক মূল্যত বিক্রী কৰিবলগীয়া হৈছে। পাইকাৰী ব্যৱসায়ীৰ লগত খুচুৰা গ্ৰাহকৰ সম্পৰ্ক নাই। গতিকে তেওঁলোকে গ্রাহকক উত্তৰ দিব নালাগে। তেল উৎপাদনকাৰী প্রতিষ্ঠানবোৰে নিজৰ খেয়াল-খুচিমতে কাম কৰাৰ পৰিণাম ভুগিবলগীয়া হৈছে খুচুৰা গ্ৰাহকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cooking oilsPrice increase
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d