Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Loksabha Election 2024:কিহৰ আগজাননী ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
April 29, 2024
in India, Assam, News
Reading Time: 1 min read
0
Loksabha Election 2024:কিহৰ আগজাননী ?
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

ADVERTISEMENT

Loksabha Election 2024:কিহৰ আগজাননী?

#প্রাঞ্জলসেন ডেকা

প্রতিটো নির্বাচনেই যিকোনো এখন দেশৰ বাবে গুৰুত্বপূৰ্ণ; কিন্তু চলিত সাধাৰণ নির্বাচন ভাৰতৰ বাবে বিশেষভাবে দিশ নির্ণায়ক হ’ব বুলি চর্চিত হৈ আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুটাকৈ কার্যকাল সমাপ্ত কৰাৰ পাছত এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতা দখল কৰিবলৈ সৰ্বশক্তি প্রয়োগ কৰিছে। বৰঞ্চ এইবাৰ চাৰি শতাধিক আসন দখলৰ ধ্বনিৰে নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

এই কথাত সন্দেহ নাই যে ধনবল-জনবলকে ধৰি সৰ্বদিশেৰে বিজেপি দেশৰ যিকোনো ৰাজনৈতিক দলৰ তুলনাত যথেষ্ট শক্তিশালী। আনকি আজিও আন আন দল-সংগঠনৰ নেতাক দলত অন্তর্ভুক্ত কৰি বিজেপিয়ে শক্তি বর্ধনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সেয়েহে আপাত দৃষ্টিত বিজেপিৰ পুনৰ চৰকাৰ গঠনৰ দাবী অযুক্তিকৰ বুলি একেষাৰে ক’ব নোৱাৰি। কিন্তু বাস্তৱ পৰিস্থিতি নিশ্চয় বিশ্লেষণৰ যোগ্য।

ইতিমধ্যে সম্পন্ন হৈ যোৱা দুটা পৰ্যায়ৰ ভোটগ্রহণক লৈ প্রতিটো দলৰ মাজতে হিচাপ-নিকাচ আৰম্ভ হৈছে। কিন্তু দুয়োটা পৰ্যায়তে ভোটৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্রাস পোৱাটোৱে বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছে। নিৰ্বাচনৰ সাতটা পৰ্যায়ৰ ভিতৰত সৰ্বাধিক সংখ্যক ১০২ টা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত প্ৰথমটো পৰ্যায়ৰ ভোটৰ হাৰ পূৰ্বৰ তুলনাত প্রায় সাত-আঠ শতাংশ হ্রাস পোৱাটোরে দলসমূহক চিন্তিত কৰিছে। তেনেদৰেই ৮৮টা লোকসভা সমষ্টিত অনুষ্ঠিত দ্বিতীয়টো পৰ্যায়তো ভোটৰ হাৰ ৬৪ শতাংশতে সীমাবদ্ধ আছে। লক্ষ্যণীয়ভাবে কে’বাখনো ৰাজ্যত ভোটৰ হাৰ ৫০ শতাংশতকৈও কম হোৱা পৰিলক্ষিত হৈছে।

এনেদৰে ভোটৰ হাৰ হ্ৰাসৰ আঁৰত কে’বাটাও কাৰণ আছে বুলি চর্চিত হৈছে। প্রথমতে, চলিত বৰ্ষত এপ্ৰিলৰ আৰম্ভণিৰে পৰা দেশৰ বিভিন্ন অঞ্চলত অসহনীয় গৰম অনুভূত হৈছে। এনে উত্তাপৰ বাবেই অধিকাংশ ভোটাৰে ভোটদানৰ পৰা বিৰত থকা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই কথাক লৈ দ্বিমত নথকাও নহয়; কিয়নো বিগত দুয়োটা পর্যায়ত পশ্চিমবংগত ৮০ শতাংশৰ ওচৰা-ওচৰি ভোটদান হয়। অথচ এইখন ৰাজ্যত উত্তাপ ৪০ৰ পৰা ৪৫ ডিগ্রী চেলচিয়াছৰ ভিতৰত আছে ।

এপ্ৰিলৰ পৰা জুনলৈকে বিস্তৃত সাতটাকৈ পর্যায়ত ভোটগ্রহণ হ’লে সমগ্র দেশ এই সময়ছোৱাত গ্রীষ্মপ্রবাহত পৰিব বুলি নির্বাচন আয়োগ অৱগত নোহোৱাৰ নিশ্চয় কোনো কাৰণ থাকিব নোৱাৰে। তৎসত্ত্বেও এনে দীঘলীয়া কাৰ্যসূচী গ্ৰহণৰ আঁৰত যে শাসকপক্ষক অহেতুক সুযোগ দিয়াৰ উদ্দেশ্য নিহিত হৈ আছে তাকে লৈ বিভিন্ন মহলত চর্চা আৰম্ভ হৈছে।

দ্বিতীয়তে, একাংশই ক’ব খোজে যে নির্বাচন জয়ক লৈ দলৰ অত্যধিক আত্মবিশ্বাসৰ ফলস্বৰূপে বিজেপিৰ বহু ভোটাৰে ভোটদানৰ বাবে আগ্রহী হোৱা নাই। দলে যিহেতু সহজে জয়লাভ কৰিবই, সেয়ে এনে প্রচণ্ড গৰমত সেইসকলে ভোটদানৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে বুলি কোৱা হৈছে। তৃতীয় আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে-দেশৰ বৃহৎসংখ্যক নাগৰিকে চলিত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নেকি? সেইবাবে ভোটদানৰ অন্তঃসাৰশূন্যতাক উপলব্ধি কৰিয়েই তেওঁলোক ভোটদানৰ পৰা বিৰত থকা বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে ইয়াৰ কেতবোৰ যথার্থ কাৰণ নথকাও নহয়। দেশে বিকাশৰ দিশত দ্রুতগতিত অগ্ৰসৰ হৈছে বুলি বিগত সময়ছোৱাত জোৰদাৰ দাবী কৰি অহা হৈছে যদিও নির্বাচনত কিন্তু এনে কোনো বিষয় চর্চালৈ অহা নাই। মোদী চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতিত পৰিণত হোৱাই নহয়, শীঘ্রে তৃতীয় বৃহৎ অর্থনীতি হ’ব বুলি বাৰম্বাৰ দাবী কৰিছে।

তদুপৰি আন্তর্জাতিক প্রেক্ষাপটত ভাৰতৰ স্থিতি অভাৱনীয়ভাৱে ঊর্ধ্বগামী হোৱা বুলিও অহৰহ প্ৰচাৰ চলাই অহা হৈছে। তেনেদৰেই দেশজুৰি আন্তঃগাঁথনি উন্নত আৰু শক্তিশালী হোৱাৰ লগতে প্রায় প্রতিটো ক্ষেত্ৰতে ভাৰত আত্মনির্ভৰশীল হ’বলৈ সক্ষম হোৱা বুলি কোৱা হৈছে । আশা কৰা হৈছিল যে দাবী কৰি অহা এনেবোৰ সাফল্যক সন্মুখত ৰাখিয়েই প্রধানমন্ত্রী মোদী আৰু বিজেপি নির্বাচনত অৱতীৰ্ণ হ’ব। এনেবোৰ বিষয় দেশবাসীৰ সম্মুখত দাঙি ধৰি তেওঁলোকে বিৰোধীক পুনৰ ধৰাশায়ী কৰি দিল্লীৰ মছনদ তৃতীয়বাৰৰ বাবে অধিকাৰ কৰিব। কিন্তু অতি দুর্ভাগ্যজনকভাবে নির্বাচনী প্ৰচাৰ অভিযানত এনেবোৰ বিষয় অদৃশ্য হৈ পৰিছে।

যিকোনো উন্নত দেশৰ পৰিচয় তাৰ নিৰ্বাচনত ইছ্যু হোৱা বিষয়বোৰে দাঙি ধৰে। আন্তঃগাঁথনিৰ বিকাশৰ লগে লগে নাগৰিকৰ মানসিক বিকাশৰো যে প্রয়োজন, তাৰ ব্যাখ্যা নিষ্প্রয়োজন; অর্থাৎ চৰকাৰে দাবী কৰা বিকাশ নাগৰিকে অনুভৱ কৰাৰ লগতে এনে এক সুষম পৰিৱেশ সৃষ্টিৰ প্ৰয়োজন, যাৰ জৰিয়তে সমান্তৰালভাৱে নাগৰিকসকলৰ মানসিক বিকাশ সাধনো সম্ভৱ হৈ উঠে। তাৰ পৰিৱৰ্তে এইবাৰ এনে অবাঞ্ছিত বিষয় নহয়।

এখন অতি শক্তিশালী, স্থিৰ আৰু নিৰ্ণায়ক চৰকাৰে ১০ বছৰ ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ পাছতো প্রধানমন্ত্রী মোদী আৰু বিজেপিয়ে ‘সবকা সাথ সবকা বিকাশ’ৰ বিপৰীতে কেতিয়াবা মন্দিৰ, কেতিয়াবা হিন্দু-মুছলমান আৰু কেতিয়াবা হিন্দু নাৰীৰ মংগলসূত্রসহ আ-অলংকাৰ কাঢ়ি নি মুছলমান আৰু অনুপ্রবেশকাৰীক বিতৰণৰ দৰে অবাস্তৱ প্ৰসংগৰ অৱতাৰণাৰে ৰাইজৰ পৰা ভোট বিচাৰিবলগীয়া হৈছে। নির্বাচনৰ প্ৰাকক্ষণত দেশজুৰি সম্পন্ন হোৱা এটি সমীক্ষাৰ ফলাফলত প্রকাশ পায় যে এইবাৰৰ নিৰ্বাচনত নিবনুৱা সমস্যা অর্থাৎ কর্ম সংস্থাপনহীনতাৰ বিষয়টো প্রধান বিষয় হ’ব।

তাৰ পাছতে নিত্য প্রয়োজনীয় সামগ্রীকে ধৰি সকলো ক্ষেত্ৰতে হোৱা আকাশলংঘী মূল্যবৃদ্ধি নির্বাচনী ইছ্যু হোৱা উচিত বুলি সমীক্ষাতে কোৱা হৈছে। অথচ এনে জনমতৰ বিপৰীতে একেৰাহে ১০ বছৰ কাল শাসনাধিষ্ঠিত হৈ থকা দেশৰ সবাতোকৈ শক্তিশালী দলটোৱে নির্বাচনী ইছ্যুৰূপে কিবোৰ বিষয় ব্যৱহাৰ কৰিছে সেয়া দেশবাসীয়ে প্রত্যক্ষ কৰিছে। এনে কাৰ্যই মোদী চৰকাৰৰ বিগত ১০ বছৰীয়া সাফল্যৰ দাবীকেই সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে।

ফোন:৯৪৩৫০-১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesLoksabha Election 2024PM Modipranjal sen deka
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d