Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Amit Shah Pressmeet In Guwahati:মহানগৰীৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন অমিত শ্বাহৰ

দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি ১০০ৰো অধিক আসন পাম':গৃহমন্ত্রী অমিত শাহ

publisher by publisher
April 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Amit Shah Pressmeet In Guwahati:মহানগৰীৰ বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন অমিত শ্বাহৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Amit Shah Pressmeet In Guwahati:

ইতিমধ্যে সম্পন্ন হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি ১০০ৰো অধিক আসন পাম ৷ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ গুৱাহাটীৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ সোমবাৰে বিয়লী মহানগৰীত ৰোড শ্ব’ত অংশ গ্ৰহণ কৰি নিশাটো গুৱাহাটীত কটোৱাৰ পাছত আজি দুপৰীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়,দক্ষিণ ভাৰতৰ তামিলনাডু,কৰ্ণাটক, তেলেংগানা, কেৰালাত আমি ৰাইজৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছো ।

ADVERTISEMENT

এনে প্ৰেক্ষাপটত এইবাৰ দাক্ষিণাত্যত এক ভাল ফলাফল পাব ৷ আনহাতে অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।”

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

amit shah 2অসমত অতি কমেও বাৰখন আসন লাভ কৰিব বুলি দৃঢ় বিশ্বাস আৰু দুই-এখন আসন বৃদ্ধিৰ সম্ভাৱনা আছে ৷ কিয়নো ইতিমধ্যে অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি হৈছে ৷

গৃহমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কংগ্ৰেছ সহ বিৰোধীক তীব্ৰ কটাক্ষ কৰি কয়,আমি কংগ্ৰেছ দৰে সংখ্যাগৰিষ্ঠতা পাবৰ ৰাইজৰ বিভান্ত কৰি এক অপপ্ৰচাৰ চলোৱা নাই ৷ কিন্ত শেহতীয়াকৈ কংগ্ৰেছে এইবোৰ কাম কৰি দিল্লী দখলৰ চেষ্টা কৰিছে ৷ আমি আমাৰ উন্নয়নৰ কামৰ জৰিয়তে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি অমিত শ্বাহে কয়,কংগ্ৰেছে দেশত জৰুৰীকালীন অৱস্থা আনিছিল ৷এইয়া আজিও দেশবাসীৰ সন্মুখত সজীৱ হৈ আছে ৷ বিজেপি এছটি,এছ চি আৰু অবিচিৰ সংৰক্ষণৰ সমৰ্থক নহয় ৷ ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ পক্ষত বিজেপি কেতিয়াও নাই ৷

আনহাতে,সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ তেওঁক লৈ প্ৰস্তুত কৰা এটা ভুৱা ভিডিঅ’ সন্দৰ্ভত কয়, মোৰ বিৰুদ্ধে ফেক ভিডিঅ’ প্ৰস্তুত কৰা হৈছিল। কিন্তু সেয়া এতিয়া ‘দুধ কা দুধ পানী কা পানী’ হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰূমৰ পৰাই মোৰ বিৰুদ্ধে প্ৰস্তুত কৰা হৈছিল ভুৱা ভিডিঅ ৷ অৱশ্যে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ৷

ইয়ে প্ৰমাণ কৰে যে,কংগ্ৰেছৰ আত্মবিশ্বাসৰ অভাৱ। কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক নিন্দা কৰিছো। আনহাতে, বিজেপিয়ে সমগ্ৰ দেশত ইউচিচি প্ৰযোজ্য কৰিবও । এইক্ষেত্ৰত পিছ হুহুঁকি অহাৰ প্ৰশ্নই নুঠে ৷

গৃহমন্ত্ৰী গৰাকীয়ে বহু চৰ্চিত উত্তৰ প্ৰদেশৰ আমেঠি আৰু ৰায়বেৰলীত কংগ্ৰেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম কিয় ঘোষণা কৰা নাই বুলি কংগ্ৰেছে কটাক্ষ কৰি কয়,
এই দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দূৰ্গ হিচাপে আছিল যদিও বিগত ২০১৯ ৰ লোকসভা নিৰ্বাচনত আমেঠি বিজেপিয়ে গান্ধী পৰিয়ালৰ পৰা আনিবলৈ সক্ষম হৈছিল ৷

ৰায়বেৰলী আৰু আমেঠিৰ ২০০৪ ৰ পৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে । কিন্ত প্ৰিয়ংকা বা ৰাহুল গান্ধীয়ে এইবাৰ দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ সাহস গোটাব পাৰিবনে ৷ ইতিমধ্যেই ৰায়বেৰেলীৰ পৰা সাংসদ হিচাপে জিকি অহা ছোনীয়া গান্ধীয়ে ৰাজ্যসভালৈ নিৰ্বাচিত হয় ৰাজস্থানৰ পৰা ৷

ইয়ে প্ৰমাণ কৰে আমেঠি আৰু ৰায়বেৰলীত পুনৰ ফুলিব পদুম ৷ সংবামেলত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী উপস্থিত আছিল ৷ সংবাদমেল সম্বোধন কৰি পোনে পোনে ৰাওনা হয় বৰঝাৰ এয়াৰপৰ্টলৈ ৷ তাৰ পৰাই বিশেষ বিমানেৰে দিল্লীলৈ উৰা মাৰে গৃহমন্ত্ৰী গৰাকী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shah PressmeetGuwahatiLoksabha Election 2024stste bjp office
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d