Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cyclone Michaung:দাক্ষিণাত্যৰ পূব উপকূলত ঘূৰ্ণী বতাহ ‘মিগজৌম

চেন্নাইত বাতিল হৈছে ৰে'ল সেৱা, বন্ধ সকলো শিক্ষানুষ্ঠান, বানৰ কবলত বিমান বন্দৰ,বাতিল বিমা সেৱা

publisher by publisher
December 5, 2023
in India, News
Reading Time: 2 mins read
0
Cyclone Michaung:দাক্ষিণাত্যৰ পূব উপকূলত ঘূৰ্ণী বতাহ ‘মিগজৌম
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

Severe heat waves in five cities:গুৱাহাটীকে ধৰি পাঁচখন মহানগৰত স্বাভাৱিকতকৈ অধিক তাপমাত্রা

Thick Fog:প্রচণ্ড শীতে কঁপাইছে ৰাজ্য

Cyclone Michaung:

দাক্ষিণাত্যৰ ৰাজ্য কেই খনত ভয়ংকৰ সাগৰীয় ঘূৰ্ণী মিগজৌমে লৈছে সংহাৰী ৰূপ ৷ পূব উপকূলীয় ঘূৰ্ণী বতাহ‘মিগজৌমৰ কবলত পৰি তামিলনাডুৰ ৰাজধানী চেন্নাইত আজি পৰ্যন্ত মৃত্যু হৈছে আঠজনকৈ লোকৰ।

ADVERTISEMENT

মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে সাগৰীয় ঘূৰ্ণীৰ কবলত পৰা চেন্নাইৰ বাট-পথ, অধিকাংশ আবাস গৃহ- ব্যৱসায়ী প্ৰতিষ্ঠান সকলো জলমগ্ন হৈ পৰিছে । ইতিমধ্যে উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলৰ প্ৰায় তিনিশ লোকক সুকলমে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

চেন্নাই আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠত একাঠু পৰ্যন্ত জলমগ্ন হোৱাত ১৬ খন বিমান বাতিল কৰা হৈছে ৷ বাতিল কৰা হৈছে ৰে’ল সেৱা ৷ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা চৰকাৰৰ ৷তামিলনাডু চৰকাৰে ইতিমধ্যে বানৰ কবলত পৰা লোকসকলৰ বাবে তিনিশটা আশ্ৰয় শিৱিৰ মুকলি কৰিছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাগৰীয় ঘূৰ্ণী বতাহৰ কবলত পৰা তামিলনাডুৰ সামগ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ষ্টেলীনৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰি সকলো প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে।

আনহাতে ,ক্ৰমাৎ শক্তি বৃদ্ধি পোৱা ঘূৰ্ণীবতাহ মিগজৌম দ্ৰুতগতিত দাক্ষিণাত্যৰ উত্তৰ দিশে আগুৱাইছে । বতৰ বিজ্ঞান কেন্দ্ৰই সন্দেহ কৰা মতে আজি দিনটোৰ ভিতৰতে অন্ধ্ৰ প্ৰদেশৰ দক্ষিণ উপকূলৱৰ্তী অঞ্চলত আঘাত হানিব পাৰে ৷

ৰাজ্য খনৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজেৰে বাপাটলা উপকূলত এই ঘূৰ্ণীবতাহে খুন্দা মাৰিব স্থলভাগত। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১১০ কিলোমিটাৰ হ’ব।

আনহাতে আজি পশ্চিমবংগৰ দক্ষিণ প্ৰান্তৰ বংগোপসাগৰৰ উপকূলৱৰ্তী অঞ্চলৰ লগতে ওড়িশা সাগৰীয় উপকুলীয় জিলাসমূহত ঘূৰ্ণীবতাহে খুন্দা মাৰিব পৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই দুয়োটা অঞ্চলত আজিৰ পৰা বৃহস্পতিবাৰলৈকে ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

একেদৰে বংগ আৰু ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত নেৰানেপেৰা বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাও হ’ব পৰাৰ আশংকা কৰি উপকূলৰ মৎস্যজীৱীসকলক সাগৰত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ আনহাতে পুডুচেৰী উপকূলতো মৎস্যজীৱীসকলক সমুদ্ৰলৈ যোৱাত বাধাৰোপ কৰা হৈছে ৷

ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ আগন্তুক চাৰিদিনলৈ অব্যাহত থাকিব অন্ধ্ৰ প্ৰদেশ, কেৰালা, তামিলনাডু, কৰ্ণাটক, পুডুচেৰীৰ অধিকাংশ অঞ্চলত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cyclone Michaunghigh AlertIMD REPORTsouth indian state
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d