Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

লক্ষ্য আইনশৃঙ্খলৰ উন্নতি, জৰুৰী অৱস্থা প্ৰত্যাহাৰ শ্ৰীলংকাৰ

publisher by publisher
May 23, 2022
in International, News
Reading Time: 1 min read
0
লক্ষ্য আইনশৃঙ্খলৰ উন্নতি, জৰুৰী অৱস্থা প্ৰত্যাহাৰ শ্ৰীলংকাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয়ক উদ্ধাৰ বায়ুসেনাৰ

শ্ৰীলংকাৰ চৰকাৰে দুসপ্তাহ আগতে জাৰি কৰা জৰুৰীকালীন অৱস্থা উঠাই লৈছে। এক বিবৃতিত এই কথা জনাইছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে । বিগত ছয় মে’ৰ মাজনিশাৰ পৰা দেশখনত দ্বিতীয়বাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে।

ADVERTISEMENT

জৰুৰী পৰিস্থিতিত আৰক্ষী আৰু নিৰাপত্তা বাহিনীক নিৰ্বিচাৰে গ্ৰেপ্তাৰ আৰু আটক কৰিবলৈ ক্ষমতা দিয়া হৈছিল । তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাত চৰকাৰ বিৰোধী অস্থিৰতাৰ মাজত শ্ৰীলংকাৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে জৰুৰীকালীন অৱস্থা উঠাই লোৱাৰ বাবে পদক্ষেপ লোৱা হৈছে।

অভূতপূৰ্ব অৰ্থনৈতিক সংকটত শ্ৰীলংকা চৰকাৰে যোৱা মাহত ঘোষণা কৰিছিল যে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ইমান হ্ৰাস পাইছে যে তেওঁলোকে আৰু বিদেশী ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই।

দ্বীপৰাষ্ট্ৰখনে ৭০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ডিফল্ট হৈছে। ঋণগ্ৰস্ত শ্ৰীলংকাত, খাদ্য, ঔষধ, ইন্ধন আৰু বিদ্যুতৰ সংকট অধিক অৱনতি ঘটিছে।অৰ্থনৈতিক আৰু বৈদেশিক মুদ্ৰা সংকটৰ বাবে চৰকাৰে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়।

দেশৰ ৰাইজে সংকটৰ বাবে শাসনাধিষ্ঠ ৰাজপক্ষেৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ দাবী ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব লাগে। ভয়ংকৰ বিত্তীয় সংকটত থকা শ্ৰীলংকাৰ লোকসকলে যোৱা মাহৰ পৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।

অৱশ্যে, শেহতীয়া দিনবোৰত প্ৰতিবাদ বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষও সংঘটিত হৈছে। এতিয়ালৈকে, নজন লোক নিহত হৈছে আৰু ২০০ ৰো অধিক লোক আহত হৈছে।

উল্লেখযোগ্য যে , কেইসপ্তাহমান আগতে শ্ৰীলংকাত মাত্ৰ এদিনৰহে পেট্ৰ’ল মজুত আছিল । এই কথা জানিবলৈ দিয়ে নৱনিযুক্ত প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে।

যাক লৈ নতুনকৈ চিন্তিত লংকাবাসীসকল । পৰিস্থিতি ইমান বেয়া যে দিনে প্ৰায় ১৫ ঘণ্টাৰ বাবে বিদ্যুৎ সেৱা বন্ধ থাকে। পেট্ৰ’লৰ অভাৱৰ বাবে, দেশৰ পৰিবহন ব্যৱস্থা সম্পূৰ্ণৰূপে খহি পৰিছে। যি দেশৰ খাদ্য সামগ্ৰী, ঔষধকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰভাৱিত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sri Lanka
publisher

publisher

Related Posts

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d