Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Final Phase of The State Election Will be Held on Tuesday:মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন

চাৰি সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব ৪৭গৰাকী প্ৰাৰ্থীৰ

publisher by publisher
May 6, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Final Phase of The State Election Will be Held on Tuesday:মঙলবাৰে ৰাজ্যৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন
1
SHARES
9
VIEWS
ShareShareShareShare

Final Phase of The State Election Will be Held on Tuesday:

মঙলবাৰে লোকসভা নিৰ্বাচনত দেশৰ ৯৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ১৩৫২ জন প্ৰাৰ্থীৰ ৷ আনহাতে অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ত নিৰ্বাচনত মুঠ ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ সাত মে’ত ৮১,৭৭,২০৭ গৰাকী ভোটাৰে বৰপেটা, গুৱাহাটী, কোকৰাঝাৰ আৰু ধুবুৰীৰ প্ৰতিদ্বন্দ্বী প্রার্থীসকলৰ মাজৰ পৰা পছন্দৰজনক নিৰ্বাচন কৰিব।

ADVERTISEMENT

ইয়াৰে ৪১,২৭,০৯৯ জন পুৰুষ আৰু ৪০,৮৪,১৩০ গৰাকী মহিলা ভোটাৰ। তেওঁলোকে ৯,৫১৬ টা কেন্দ্রত ভোটদান কৰিব তৃতীয় পৰ্যায়ৰ -নিৰ্বাচনত ৪৭ গৰাকী বিভিন্ন দল আৰু নির্দলীয় প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে। বিজেপি, কংগ্রেছ, অগপ, বিপিএফ, ইউপিপিএল, এআইইউডিএফ আদিকে ধৰি সকলো দলৰে প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

নির্বাচনী আয়োগৰ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ ১০ টা বিধানসভা সমষ্টিৰ ১৯,৪৯,৮৭৩ গৰাকী ভোটাৰে এইবাৰ ১৪ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব। ইয়াৰে ৯,৮৮,৫৭০ জন পুৰুষ আৰু -৯,৬১,২৭৬ গৰাকী মহিলা ভোটাৰ। মুঠ তৃতীয় লিংগৰ ২৭ গৰাকী ভোটাৰ আছে ৷ সমীক্ষা অনুসৰি ১৪ গৰাকীৰ প্ৰাৰ্থীৰ ভিতৰত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী,কংগ্ৰেছৰ দীপ বায়ন আৰু চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰৰ মাজতে মুল যুঁজখন সীমাবদ্ধ থাকিব পাৰে ৷

আনহাতে বড়োভূমিৰ অন্যতম লোকসভা সমষ্টি কোকৰাঝাৰৰ অন্তৰ্গত নটা বিধানসভা সমষ্টি আছে আৰু সৰ্বমুঠ ভোটাৰৰ সংখ্যা হ’ল ১৪,৭২,৯০১ গৰাকী। ইয়াৰে ৭,৩৬,৩৪৯ জন পুৰুষ, ৭,৩৬,৫৪৬ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ হ’ল ছগৰাকী।
সমষ্টি অনুসৰি ভোটাৰৰ সংখ্যা হ’ল ক্রমে এক নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত ১,১৩,২৮২ গৰাকী, দুই নম্বৰ দোেতমা (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিত ১,০৫,৬৪৯ গৰাকী, তিনি নম্বৰ কোকৰাঝাৰ (জনজাতি সংৰক্ষিত) সমষ্টিত ১,৪২,১৬৬ গৰাকী, চাৰি নম্বৰ বাওখুংগ্ৰী সমষ্টিত ১,৬০,৪৫৩ গৰাকী, পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিত ১,৬৮,২৫২ গৰাকী, ২০ নম্বৰ বিজনী সমষ্টিত ১,৭৭,৬০৭ গৰাকী, ৪১ নম্বৰ মানাহ সমষ্টিত ২,০০,৪০৩ গৰাকী আৰু ৪২ নম্বৰ বাকসা (জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিত ১,৯৪,৪৫১ গৰাকী ভোটাৰ আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিত এহেজাৰ আঠশ ৬২ টা প’লিং ষ্টেছন আছে। ইয়াত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হ’ল ৩২৪ গৰাকী আৰু ৮৫ বছৰ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা হ’ল সাত হেজাৰ গৰাকী । ইপিনে, জনগাঁথনিৰ দিশৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো ভোটাৰ সৰ্বাধিক । বড়োৰ পাছতেই সংখ্যালঘু মুছলমান ভোটাৰে দ্বিতীয় স্থান আৰু কোঁচ ৰাজবংশী ভোটাৰে তৃতীয়স্থান দখল কৰিছে। ৰাজনৈতিক দলৰ হাতত মজুত থকা তথ্য মতে সমষ্টিটোত বড়ো ভোটাৰৰ সংখ্যা হ’ল ৫,১৩,৬৭৩ গৰাকী, সংখ্যালঘু মুছলমান ভোটাৰ ৩,২১,১৬২ গৰাকী, কোঁচ ৰাজবংশী ভোটাৰ ১,৫১,১৭৭ গৰাকী, বঙালী ভোটাৰৰ সংখ্যা হ’ল ১,৪৪,৬৯৫ গৰাকী, আদিবাসী ১,১৯,৬৩৪ গৰাকী, অসমীয়া ভোটাৰ ৮৭,৬০২ গৰাকী, গোর্খা ৩৩,১২১ গৰাকী,ৰাভা ২৮,৯৯৮ গৰাকী, নাথ-যোগী ২০,৫০০ গৰাকী, হিন্দীভাষী ১৪,৬৪২ গৰাকী, সূত্ৰধাৰ ৮৭০২ গৰাকী, শৰণীয়া ৫৮৮০ গৰাকী, মদাহী ৭০৮৪ গৰাকী, গাৰো ৭৭০৫ গৰাকী, হাজং ৩৪৮ আৰু অন্যান্য ৭৯৭৮ গৰাকী ভোটাৰ আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিত ১২ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। কিন্ত মূল যুঁজ বিপিএফৰ খাম্ফা বৰগৰায়ী আৰু ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু গণ সুৰক্ষা পার্টিৰ প্রার্থী বিনীতা ডেকাৰ মাজত।

আনহাতে ৰাজ্য ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হ’ল ধুবুৰী ৷ ধুবুৰীত মুঠ ২৬ লাখ ৬০ হাজাৰ ৮২৭গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ৬২ হাজাৰ ২১৭ জন, মহিলা ভােটাৰ ১২ লাখ ৯৮ হাজাৰ ৫৮৫ গৰাকী আৰু ২৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। সমষ্টিটোত মুঠ ভোটকেন্দ্র আছে ৩,০২৪টা। প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী ৷ মুল আকৰ্ষণীয় যুজঁ খন তিনিকোণীয়া হ’ব ৷ এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল , কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন আৰু অসম গণ পৰিষদৰ জাবেদ ইছলামৰ মাজতে যুঁজ খন সীমাবদ্ধ থাকিব ৷

আনহাতে উত্তৰ- পূৰ্বৰ দুৱাৰ মুখ স্বৰূপ সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত ১০ টা বিধানসভা সমষ্টিৰ পূব গোৱালপাৰা, দুধনৈ, চমৰীয়া, বকো- ছয়গাঁও, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, চেন্ট্রেল গুৱাহাটী, জালুকবাৰীৰ মুঠ ২০,৩৯,৭৬৫ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব আঠ গৰাকী প্ৰাৰ্থীৰ ৷ দুই কোণীয়া যুঁজত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজতেই মুখামুখী যুঁজ খন হ’ব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamFour Loksabha ConstituenciesLoksabha Election 2024Third Phase Poll
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d