Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mizuram Election Polling :আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,দিনৰ ১ বজালৈ ৫২.৭৩ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত

ৰাজ্যখনত মুঠ বিধানসভা আসনৰ সংখ্যা ৪০খন, ১,২৭৬টা ভোটকেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ,ছাৰ্চিপ সমষ্টিত এই পৰ্যন্ত সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত, ভোট দিবলৈ আহি প্ৰায় আঢ়ৈ ঘণ্টা অপেক্ষা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ

publisher by publisher
November 7, 2023
in India, News
Reading Time: 2 mins read
0
Mizuram Election Polling :আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,দিনৰ ১ বজালৈ ৫২.৭৩ শতাংশৰো অধিক ভোটাধিকাৰ সাব্যস্ত
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

MNF To Vote Against NDA Govt:অনাস্থা প্ৰস্তাৱ:এন ডি এৰ সহযোগি মিজো নেচনেল ফন্টৰ ঘোষণা

Tripura Election2023:আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

Mizuram Assembly Election Polling :

ADVERTISEMENT

পাৰ্বত্য ৰাজ্য মিজোৰামৰ ৪০ টা বিধানসভা সমষ্টিৰ বাবে আজি পুৱাৰে পৰা ভোটদান পৰ্ব অব্যাহত আছে ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৫২.৭৩শতাংশ ভোটাৰে ইতিমধ্যে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ মুঠ ১,২৭৬টা ভোটকেন্দ্ৰত পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ৷

ৰাজ্যৰ ৮,৫১,৮৯৫ গৰাকী ভোটাৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰা ১৬ গৰাকী মহিলাকে ধৰি ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

উল্লেখ্য যে, ছাৰ্চিপ সমষ্টিত দিনৰ এক বজা লৈকে সৰ্বাধিক ৬০.৩৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। একেদৰে খাওজাল সমষ্টিত ৬০.২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হোৱাৰ বিপৰীতে আটাইতকৈ কম ৪৪.৭১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে আইজন সমষ্টিত ৷

আনহাতে পুৱাতে ভোটদান সাব্যস্ত কৰিবলৈ আহি প্ৰায় আঢ়ৈ ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটদান কৰিবলৈ অহা আইজল উত্তৰ-দ্বিতীয় বিধানসভা সমষ্টিৰ ভেংলাই ১ YMA  ভোটকেন্দ্ৰটোৰ ইভিএমৰ হঠাতে বিসংগতি হোৱাৰ বাবে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীগৰাকী ৷ প্ৰায় আঢৈ ঘন্টাৰ অপেক্ষাৰ অন্তত
ভোটাধিকাৰ সাব্যস্ত কৰে মুখ্যমন্ত্ৰী জোৰামথাংগাই ৷

উল্লেখ্য যে,শাসনাধিষ্ঠ এম এন এফ, কংগ্ৰেছ আৰু জোৰাম পিপলছ মোভমেণ্টৰ মাজত অনুষ্ঠিত হ’ব ত্ৰিকোণীয় যুঁজখন। পূৰ্বানুৎ অনুসৰি কোনো এটা দলেই লাভ কৰিব নোৱাৰিব পাৰে সংখ্যাগৰিষ্ঠতা। এই ক্ষেত্ৰত কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ৰাজ্য খনৰ অন্যতম আঞ্চলিক দল’ জোৰাম পিপলছ মোভমেণ্টে।

আনহাতে জোৰাম পিপলছ মোভমেণ্টে দাবী কৰিছে এইবাৰ ৰাজ্যখনত তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব। আজি ভোটাধিকাৰ সাব্যস্ত কৰি জোৰাম পিপলছ মোভমেণ্টৰ কাৰ্যকৰী সভাপতি কে ছাপডাঙ্গাই দৃঢ়তাৰে কয় যে, আমি পূৰ্ণ বহুমত লাভ কৰিম।

মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই পুনৰ ক্ষমতা পাম বুলি যি সপোন দেখিছে । সেইয়া সপোন হৈয়ে থাকিব বুলি সদৰি কৰে জেড পি এমৰ শীৰ্ষ নেতা গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mizu Cm ZoramthangaMizuram Assembly Election Pollingvoting
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d