Loksabha Election2024:75% Voter Turnout Till 5 Pm in Assam: সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ চাৰি সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৫ শতাংশ

VOTE ASSAM

Loksabha Election 2024:74.86% Voter Turnout Till 5 Pm in Assam:

অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মঙলবাৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্ব সন্ধিয়া ৫ বজাত সমাপ্ত হয় ৷ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ এই চাৰি সমষ্টিত  সন্ধিয়া ৫ বজালৈ সামগ্ৰিক ভোটদানৰ হাৰ ৭৪.৮৬ শতাংশ ৷

আনহাতে,গুৱাহাটীত ৬৭ .৬৮ শতাংশ ভোটদানৰ বিপৰীতে বৰপেটাত৭৬. ৮৬শতাংশ, ধুবুৰীত ৭৯.৭০ শতাংশ আৰু কোকৰাঝাত ৭৪.২৪ শতাংশ ভোটদানৰ হাৰ ৷

উল্লেখ্য যে,পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ সামৰণি পৰে আজি সন্ধিয়া ৫ বজাত ।

Exit mobile version