Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet:ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ-ৰাজেশ শৰ্মা

প্ৰশাসনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰে ব্যাহত কৰিছে অসমৰ উন্নয়ন-আপ

publisher by publisher
May 14, 2024
in India, Assam, News
Reading Time: 4 mins read
0
App Assam Pressmeet:ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ-ৰাজেশ শৰ্মা
1
SHARES
12
VIEWS
ShareShareShareShare

App Assam Pressmeet:

২০১৬ চনত জাতি- মাটি – ভেটি ৰক্ষাৰ শ্ল’গান লৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে ক্ষমতাত অধিষ্ঠিত হৈছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ ৫ বছৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ আৰু ২০২১ চনৰ পৰা ২০২৪ চনলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মুঠ ৮ টা বছৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ চৰম ব্যৰ্থতাৰ সময়। ২০১৬ চনত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ বিজেপিয়ে ১০ বছৰৰ বাবে এক ভিজন ডকুমেন্ট প্ৰকাশ কৰিছিল।

ADVERTISEMENT

কিন্তু বিগত ৮ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। বিজেপি চৰকাৰৰ ৮ বছৰৰ ইতিহাস প্ৰতাৰণাৰ ইতিহাসত পৰিণত হৈছে।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

aap pressmeet 2অসমত বিজেপি চৰকাৰৰ ৮ বছৰীয়া ব্যৰ্থতাৰ প্ৰসংগত আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত দলৰ নেতাগৰাকীয়ে কয়,অসমবাসীৰ বহু আকাংক্ষিত এন আৰ চি উন্নীতকৰণ হ’লেও সেয়া ত্ৰুটিমুক্ত নোহোৱাৰ অভিযোগত চৰকাৰে এন আৰ চি ৰূপায়নত ব্যৰ্থ হৈছে । এন আৰ চি ৰূপায়নৰ ক্ষেত্ৰত বিফল হোৱা চৰকাৰে বিদেশী বহিস্কাৰ কৰা দূৰৰে কথা “কা” (CAA) বলবৎ কৰাৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। বিগত ৮ বছৰে বিজেপি চৰকাৰে অসম চুক্তিৰ ৬ নং দফাও কাৰ্যকৰী নকৰিলে।

পূৰ্বৰ সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দৰেই বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰো সম্পূৰ্ণ ধাৰত চলা চৰকাৰ। ২০১৬ চনত চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা। বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছেগৈ ১,৪২,০০০ কোটি টকা। ৰাজ্যখনৰ জনমূৰি ঋণৰ বোজা ৪০ হাজাৰ টকা হৈছে। দলীয় আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সৃষ্টি আৰু ঋণৰ বোজা বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনীতি কোঙা কৰি পেলাইছে।

সংবাদমেলত আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ অভিযোগ, ২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিজেপি চৰকাৰে ৰাজ্যৰ ২৩ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল। ২০২১ চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেও বছৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ’ল। মুখ্যমন্ত্ৰীয়ে সততে ঘোষণা কৰা দুৰ্নীতিমুক্ত, নিকা, স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াও ঘোষণাতে সীমাৱদ্ধ থাকিল।

অন্যহাতে, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধালে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হ’ল। ইয়াৰ বিপৰীতে চৰকাৰে কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই। কৃষকক আবন্টন দিয়া ৰাজ সাহায্যযুক্ত সামগ্ৰী আৰু কৃষি সঁজুলি বিতৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈছে।

ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী বিজেপি চৰকাৰে মানি নললে। ২০১৯চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু অৱশেষত চৰকাৰে প্ৰতাৰণাহে কৰিলে। দেশৰ ভিন্ন ৰাজ্যৰ ১৭ টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ল। মাথোঁ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী।

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো বিফল ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰতিখন চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এতিয়াও বিদ্যমান। আনহাতে, বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ চৰকাৰে ৰোধ কৰিব পৰা নাই। মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যৰ আবকাৰী বিভাগে প্ৰতিদিনে ৪,৫০০ লিটাৰ মদ বিক্ৰী কৰিবলৈ মদৰ বিপনী সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

আনহাতে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান মাথোঁ শ্ল’গান হৈয়েই থাকিল। গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সংকট সমাধানত চূড়ান্ত ব্যৰ্থ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ইয়াৰ মাজতে ৰাজ্যত অস্বাভাৱিক হাৰত বিদ্যুত মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিলে।

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতা সন্দৰ্ভত আপৰ অভিযোগ – বিজেপি চৰকাৰৰ বিগত ৮ বছৰে অসমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে। চৰকাৰে ৰাজ্যৰ ৮ হাজাৰতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মান বা উন্নীতকৰণত ব্যৰ্থ হৈছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰতো সীমাহীন বিসংগতিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিছে।

ৰাজ্যৰ চাহ বাগিছা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অৱস্থা তথৈবচ। বাগিছা অঞ্চলৰ ৪২১ খন বিদ্যালয় চৰকাৰে প্ৰাদেশিকীকৰণ নকৰিলে। পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ পৰাও চাহ শ্ৰমিক সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিলে। চাহ বাগিছা অঞ্চলৰ লোকৰ মাটিৰ পট্টা নিদিলে। বাগিছা শ্ৰমিকৰ দৈনিক মজুৰিও ২৩২ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি নকৰিলে। এয়া জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰৰ প্ৰৱঞ্চনা।বৰাক উপত্যকাৰ আৰ্থ সামাজিক উন্নয়নত বিফল ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।

সংবাদমেলত আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ লগতে উপ- সভাপতি মনোজ ধানোৱাৰ, দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মুখপাত্ৰ পুনম গগৈ উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap Assam PressmeetGuwahati
publisher

publisher

Related Posts

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 
India

পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

May 12, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d