Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Panchakarma Block And PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSH Opening: কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীত আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধন

publisher by publisher
January 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Panchakarma Block And PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSH Opening: কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীত আয়ুস মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Panchakarma Block And PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSH Opening:

মহানগৰীৰ ভেটাপাৰাস্থ কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান চৌহদত শুক্ৰবাৰে কেন্দ্ৰীয় আয়ুস,জাহাজ আৰু বন্দৰ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কে’বাটাও কাৰ্যসূচীত অংশলোৱাৰ বাবে উপস্থিত হয় ।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধন কৰাৰ লগতে মাল্টিপল আয়ুস ডেভেলপমেণ্ট প্ৰজেক্টৰো শিলান্যাস স্থাপন কৰে ৷

উদ্বোধন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, আয়ুস নামৰ এই পাৰস্পৰিক চিকিৎসা সেৱা মন্ত্ৰণালয়টোক ২০১৪ বৰ্ষৰ পূৰ্বে দেশৰ কোনো লোকেই পৰিচিত নাছিল ৷ অথচ এই মন্ত্ৰণালয়টোৰ জৰিয়তে আয়ুৰ্বেদিক আৰু হোমিঅ’পেথী চিকিৎসা লাভ কৰিব পাৰে জনসাধাৰণে ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত চাৰে নটা বৰ্ষত সুশাসন এখন বিকশিত ভাৰত গঢ়াৰ লক্ষৰে প্ৰতিটো মন্ত্ৰণালয়ক সক্ৰিয় কৰি তেওঁৰ মাৰ্গদৰ্শনত দেশবাসীয়ে বৈপ্লৱিক পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছে । তাৰে ফচল ৰূপে আজি কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান গুৱাহাটী আঞ্চলিক কাৰ্যালয় আৰু আঞ্চলিক হোমিঅ’পেথী গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ উদ্যোগত পঞ্চকৰ্মা ব্লক আৰু PHARMACOLOGY & CHEMISTRY LABORATORIES FOR AYUSHৰ শুভ উদ্বোধনৰ লগতে মাল্টিপল আয়ুস ডেভেলপমেণ্ট প্ৰজেক্টৰো আধাৰশিলা স্থাপন কৰা হৈছে ৷

প্ৰধানমন্ত্ৰীয়ে উত্তৰ -পূৰ্বৰ অষ্টলক্ষীক ৰাষ্ট্ৰৰ ভিতৰত অধিক বিকশিত কৰাৰ উদ্দেশ্যৰে কেতবোৰ প্ৰকল্প হাতত লৈছে বুলি উল্লেখ কৰি সোনোৱালে কয়,প্ৰধানমন্ত্ৰী মোদীয়ে দেশত শেহতীয়াকৈ যি দ্ৰুত উন্নয়নৰ ঢল বোৱাইছে যাৰ ফলশ্ৰুতিত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ হাব ৰূপে পৰিচিত হৈছে ভাৰত ৷ আগন্তুক দিনত ভাৰত বিশ্বৰ সকলো দেশৰ বাবে আইকন হিচাপে পৰিচিত হোৱাটো ধুৰুপ বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,গুৱাহাটীৰ সাংসদ কুইন ওজা, বিধায়ক সকল অতুল বৰা,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,নৱ দলে,গুৱাহাটী পৌৰনিগমৰ ডেপুটি মেয়ৰ স্মৃতি ৰয় সহ আয়ুস মন্ত্ৰণালয়ৰ কে’বা গৰাকী উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AYUSH OpeningGuwahatiPanchakarma BlockPHARMACOLOGY & CHEMISTRY LABORATORIESUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d