Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dist Legal Metrology In Nagaon:চৰম প্ৰহসনত পৰিণত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ

জোখ-মাখৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰৱঞ্চিত গ্রাহক ৰাইজ

publisher by publisher
January 18, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Dist Legal Metrology In Nagaon:চৰম প্ৰহসনত পৰিণত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Dist Legal Metrology In Nagaon:

নগাঁৱত এক অকামিলা চৰকাৰী বিভাগ হৈছে বৈধ পৰিমাণ বিজ্ঞান বিভাগ। সৰ্বসাধাৰণ ৰাইজৰে সম্পর্কহীনতা, সততে বাইজৰ দৃষ্টিৰ আওতাৰ বাহিৰত থকা হেতুকে নগাঁও জিলাত বৈধ পৰিমাণ বিজ্ঞান বিভাগটোৰ পৰা ৰাইজ কোনো ধৰণে উপকৃত হ’ব পৰা নাই।

ADVERTISEMENT

নগাঁৱত বিভাগটোৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয় আছে, যত নিয়োগ হৈ আছে এগৰাকী সহকাৰী নিয়ন্ত্রকসহ কে’বাজনো বিষয়া-কর্মচাৰী। তেওঁলোকৰ প্রধান কাম ওজনৰ ক্ষেত্ৰত হেৰফেৰ কৰি গ্রাহক ৰাইজক লুণ্ঠন চলাই অহা ব্যৱসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহক নাকী লগোৱা। কিন্তু বাস্তৱ ক্ষেত্ৰত জিলাখনত এই বিভাগটোৰ কোনো অস্তিত্বই অনুভৱ কৰা নাই গ্রাহক বাইজে।

মাজে সময়ে নগাঁৱকে প্রমুখ্য কৰি জিলাখনৰ কেতবোৰ ঠাইৰ দুই- ব্যবসায়িক প্রতিষ্ঠানত এখন অভিয়ান চলাই দুই-এজন অসাধু ব্যৱসায়িক সামান্য জৰিমনা বিহিয়েই দায়িত্ব সামৰিছে নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে। বিভাগটোৰ বিষয়া-কর্মচাৰীসকলৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ গ্রহণ কৰিয়েই নগাঁৱকে ধৰি জিলাখনৰ বিভিন্ন প্রান্তত কম্পিউটাৰ ‘কাঁটা, ডগা-পাল্লা কৌশলবে ওজনৰ হেবফেৰ কৰি অসাধু ব্যৱসায়ীয়ে জোখ-মাখৰ ক্ষেত্ৰত গ্ৰাহকক লুণ্ঠন চলাই আহিছে।

অথচ এই বিভাগটোৰ পৰিদৰ্শকসকলে জোখ- মাখৰ বিধি আৰু আইন প্ৰৱৰ্তনৰ তদাৰক কৰাৰ লগতে জোখ-মাখ আইন আৰু বিধিসমূহ গ্রাহক ৰাইজৰ উপৰিও ব্যবসায়ীসকলৰ মাজত প্ৰচাৰ চলাব লাগে। জিলাখনৰ দৈনিক, সাপ্তাহিক, অর্ধ-সাপ্তাহিক বজাৰসমূহত প্ৰতি বছৰে জোখ-মাখ সপ্তাহৰ সময়ত সর্ব ভাৰতীয় মেট্রিক পদ্ধতিৰ জোখ মাখৰ সন্দৰ্ভত ব্যাপক প্ৰচাৰৰে ৰাইজক সজাগ আৰু সচেতন কৰি তুলিব লাগে।

কিন্তু কার্যতঃ এইবোৰ কেতিয়াও সঠিকভারে সম্পাদন নকৰে। নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয়টো বাইজৰ সেৱাত উৎসর্গিত হোৱাৰ বিপৰীতে অসাধু ব্যবসায়ীক ৰক্ষণাবেক্ষণ দিয়াতহে প্রাধান্য দি আহিছে বুলি ৰাইজে সঘনাই অভিযোগ উত্থাপন কৰি আহিছে। নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয়টোৰ অসাধু ব্যৱসায়ীৰ প্ৰতি থকা দৰদ উন্মোচিত হৈছে।

বিভাগটো বিগত ২০১৭-২০১৮ৰ পৰা ২০২২- ২০২৩ৰ সময়ছোৱাৰ ভিতৰত জিলাখনৰ বিভিন্ন ঠাইৰ ব্যৱসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানক জোখ- মাখৰ বিভিন্ন আইন আৰু নিয়ম ভংগ কৰা বাবে তেওঁলোকৰ বিৰুদ্ধে পঞ্জীভুক্ত কৰা গোচৰৰ সংখ্যা, জৰিমনা বিহা ধনৰ পৰিমাণৰ লগতে আইন ভংগকাৰী ব্যৱসায়ীসকলৰ পৰা আপোচ মীমাংসাৰ জৰিয়তে সংগৃহীত মাচুলৰ পৰিমাণেই এই বিষয়টো ফটফটীয়া কৰি তুলিছে।

কিন্তু জিলাখনত জোখ-মাখৰ ক্ষেত্ৰত অজস্র ব্যবসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানে প্রতি দিনেই ব্যাপক হাৰত বিভাগীয় নীতি নির্দেশনা ভংগ কৰি আহিছে। জিলাখনৰ নগাঁৱৰ উপৰিও ধিং, ৰূপহী, জুৰীয়া, লাওখোৱা, আমবাগান, নলতলী, পুৰণিগুদাম, চামগুৰি, মিছা, জখলাবন্ধা, ডুমডুমীয়া, বলিকটায়া, জাজৰী, দলংঘাট আদিতো একাংশ অসাধু ব্যৱসায়ীয়ে ব্যাপক হাৰত জোখ-মাখ আইন ভংগ কৰি আছে যদিও সেইবোৰ নগাঁৱৰ জোখ- মাখ বিভাগৰ চকুত নপৰাটো অতি ৰহস্যজনক বিষয়।

স্মর্তব্য যে নগাঁৱকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন ঠাইত থকা একাংশ পেট্র’ল পাম্পেও গ্রাহকে আদায় দিয়া ধনৰ বিনিময়ত পাবলগীয়া তেল বহু কমকৈ দিয়ে বুলি সুদীর্ঘ দিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে। তদুপৰি কেতবোৰ পাইকাৰী ব্যৱসায়িক প্রতিষ্ঠান, এফচিআই, ডাঙৰ ডাঙৰ ব্যৱসায়িক প্রতিষ্ঠানেও জোখ-মাখৰ ক্ষেত্ৰত হেৰফেৰ কৰি গ্ৰাহকক লুণ্ঠন চলাই আছে বুলিও প্রায়েই অভিযোগ উঠে। অনুৰূপ ধৰণে তেল-আটাৰ ক্ষেত্ৰতো একাংশ ব্যৱসায়ীয়ে নিৰ্ধাৰিত ওজনতকৈ বহু কমকৈ পেকেট, টিঙত ভৰাই বিক্রী কৰি থকাৰো অভিযোগ উত্থাপিত হৈছে।

এইবোৰৰ ক্ষেত্ৰত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে চকুমুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে। এই অসাধু ব্যৱসায়ীসকলৰ স’তে বিভাগটোৰ একাংশ কৰ্মচাৰীৰ গোপন বুজা বুজি থকা হেতুকে তেওঁলোকৰ সকলো ‘অনিয়ম দেখিও নেদেখাৰ ভাও ধৰি থাকে দুর্নীতিগ্রস্ত বিষয়া- বিভাগটোবে। কিন্তু ইয়াৰ দুর্ভোগ ভুগিব লগা হয় সর্বসাধাৰণ গ্রাহক ৰাইজে।

নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে প্ৰতিটো বছৰতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কম্পিউটাৰ কাঁটা, ডগা-পাল্লাৰ নৱীকৰণৰ নামত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণো তেনেই নগণ্য। বৃহত্তৰ নগাঁও জিলাত হেজাৰ হেজাৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ব্যৱসায়ী থকাৰ পাছতো ইমান কম পৰিমাণৰ সত্য নিৰূপণ মাচুল সংগ্রহ হোৱাটোও ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

ইয়াৰ জৰিয়তে এটা কথাই প্রতিপন্ন হৈছে যে জিলাখনৰ হেজাৰ হেজাৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ব্যৱসায়ীয়ে নিজৰ ওজন জোখা যন্ত্র, সঁজুলি, ডগা পাল্লাৰ পৰীক্ষা কৰাই নতুনকৈ নৱীকৰণ কৰা নাছিল। জিলাখনৰ মাছ-মঙহৰ দোকান, শাক-পাচলিৰ দোকানসমূহৰ একাংশত অসাধু ব্যৱসায়ীয়ে যি ডগা ব্যৱহাৰ কৰে সেই ডগাত নির্ধাৰিত ওজনতকৈ বহু পৰিমাণে ওজন কম থাকে। সেইসমূহ ডগা হোজাইৰ পৰা সৰবৰাহ হয় বুলিও ৰাইজৰ মুখে মুখে উচ্চাৰিত হৈছে।

ইপিনে, সৰু ডগা নথকাৰ অজুহাত দেখুৱাই শিলগুটিকেই অথবা ইটাৰ টুকুৰাও ডগা হিচাপে ব্যৱহাৰ কৰে জিলাখনৰ একাংশ ব্যৱসায়ীয়ে। কিন্তু এইবোৰলৈ কোনো ভ্রূক্ষেপ নাই নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dist Legal MetrologyNagaon
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d