Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam’s Irrigation System is Limited to 14 Percent of Agricultural Land:মাত্র ১৪ শতাংশ কৃষি ভূমিতে সীমাবদ্ধ অসমৰ জলসিঞ্চন ব্যৱস্থা

পথাৰত পাবলৈ নাই পানী,কেন্দ্ৰ-ৰাজ্য চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকাৰ পুঁজিহে কেৱল ব্যয় হৈছে নির্বিবাদে, আৰম্ভ হৈছে খাৰিফ শস্যৰ বতৰ, আকাশলৈ চাই ৰৈছে লাখ লাখ কৃষকে

publisher by publisher
May 27, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam’s Irrigation System is Limited to 14 Percent of Agricultural Land:মাত্র ১৪ শতাংশ কৃষি ভূমিতে সীমাবদ্ধ অসমৰ জলসিঞ্চন ব্যৱস্থা
2
SHARES
15
VIEWS
ShareShareShareShare

Assam’s Irrigation System is Limited to 14 Percent of Agricultural Land:

ৰাজ্যত জলসিঞ্চন ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ বাবে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। কৃষি বিভাগৰ হিচাপ মতে চলিত মাহত ৰবি শস্যৰ বতৰ শেষ হ’ব। তাৰ পাছত জুনৰ পৰা আৰম্ভ হ’ব খাৰিফ শস্যৰ বতৰ। অৱশে চৰকাৰী এই হিচাপত কৃষক সমাজ নচলে। অধিকাংশ কৃষকে খাৰিফ শস্যৰ বাবে পথাৰত ইতিমধ্যে নামি পৰিছে,কিন্ত পানীৰ অভাৱত ছিৰাল ফাট দিয়া পথাৰত বহি সকলোৱে মূৰে কপালে হাত দিবলগীয়া হৈছে।

ADVERTISEMENT

তদুপৰি যিসকল কৃষকে ৰবি শস্য কৰিছিল তেওঁলোকৰো বহুতে হামৰাও কাঢ়িবলগীয়া হৈছে। বিশেষকৈ মৰাপাট আৰু ধান উৎপাদক সকলৰ অৱস্থা এই ক্ষেত্রত অধিক কাহিল হৈ পৰে। কাৰণ প্ৰয়োজনীয় সময়ত বৰষুণ নহ’ল। বৰষুণৰ বিকল্প পানী যোগান ব্যৱস্থা অধিকাংশ কৃষকৰ পথাৰতে নাই।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

পথাৰত পানী নথকাৰ বিপৰীতে জলসিঞ্চনৰ বাবে কোটি কোটি টকা অসমৰ নামত ব্যয় কৰা হৈছে। উদাহৰণ স্বৰূপে ২০২২-২৩ত ৰাজহ আৰু মূলধনী বাজেটৰ পৰা আবণ্টন দিয়া হয় মুঠ ১,২৫,১৭৭.২৪ লাখ টকা। ইয়াৰে ব্যয় হয় ৯৭,৮০৭.১১ লাখ টকা। আবণ্টিত ধনৰ ৯৮,৬৩০.৭৭ লাখ টকা ৰাজহ বাজেটৰ আৰু ২৬,৫৪৬.৪৭ লাখ টকা মূলধনী বাজেটৰ পৰা দিয়া হয়। এনেদৰে বছৰি ইমান বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰা সত্ত্বেও পথাৰত পানী নথকাটো দুর্ভাগ্যজনক।

বিভাগীয় তথ্য অনুসৰি, যোৱা মাৰ্চলৈ অসমৰ জলসিঞ্চনৰ প্ৰয়োজন থকা মুঠ কৃষি ভূমিৰ মাত্র ১৪ শতাংশতহে পানী যোগান ধৰাটো সম্ভৱ হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ পৰিমাণ হ’ল ৪০.০৪ লাখ হেক্টৰ। ইয়াৰে জলসিঞ্চনৰ সম্ভাৱনীয়তা থকা ভূমিৰ পৰিমাণ হ’ল ২৭ লাখ হেক্টৰ। তথ্য অনুসৰি ৰাজ্যত থকা ১০টা বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্রকল্পক বিভিন্ন শিতানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুঁজি আবণ্টন দি আহিছে।

সমান্তৰালভাবে ক্ষুদ্র প্রকল্পবোৰৰ নামতো পুঁজি আবণ্টন হয়। ৰাজ্যৰ কৃষক সমাজৰ বাবে দুর্ভাগ্যৰ বিষয় এয়ে যে অসমত ৩,৯১৩ টা ক্ষুদ্র জলসিঞ্চন প্রকল্প আছে যদিও তাৰে ১,৯২০ টাহে কার্যক্ষম হৈ আছে। আকৌ ৩৪২ টাৰ নির্মাণ অসম্পূর্ণ অৱস্থাত আছে। এনে অৱস্থাৰ বাবেই জলসিঞ্চনৰ সম্ভাব্য ব্যৱস্থা আৰু কাৰ্যকৰী হোৱা ব্যৱস্থাৰ মাজত বৃহৎ পাৰ্থক্যৰ সৃষ্টি হৈছে।

বিভাগটোৰ শেহতীয়া এক প্রতিবেদনত এই উল্লেখো কৰা হৈছে যে জলসিঞ্চনৰ লগত সম্পর্কিত বিভাগৰ মাজত সমন্বয় নথকাৰ বাবেও ৰাজ্যৰ কৃষক সমাজে পথাৰত পানীৰ অভাৱত ভুগিবলগীয়া হৈছে। মূলতঃ কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজতে প্রধান সম্পর্ক আছে; কিন্তু দুয়োটা বিভাগৰ মাজত প্রয়োজনীয় সম্পর্ক আজিলৈকে গঢ়ি নুঠিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 14 Percent of Agricultural LandAssamIrrigation System is Limited
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d