Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Remal is Coming:আহিছে ৰেমাল, প্ৰৱল বৃষ্টিপাতৰ সতর্কবাণী

সামুদ্রিক ঘূর্ণীয়ে পশ্চিমবংগ-বাংলাদেশত চলাব পাৰে তাণ্ডৱ প্ৰভাৱ পৰিব অসমতো, তিনিদিন ধৰি বৰষুণৰ আগজাননী প্ৰচণ্ড গৰমৰ পৰা এইবাৰ সকাহ পাবনে ৰাজ্যবাসীয়ে?

publisher by publisher
May 27, 2024
in India, Assam, News, weather, Weather
Reading Time: 3 mins read
0
Remal is Coming:আহিছে ৰেমাল, প্ৰৱল বৃষ্টিপাতৰ সতর্কবাণী
7
SHARES
72
VIEWS
ShareShareShareShare

Remal is Coming:

পাৰান্তস্তই ৪০.১ ডিগ্রী ছেলডিয়াছ স্পর্শ বৰাৰ সময়তে স্বস্তিৰ বতৰা কঢ়িয়াইছে এজাক সামুদ্রিক ঘূর্ণীয়ে। চুবুৰীয়া পশ্চিমবংগ আৰু বাংলাদেশৰ বাবে বিপদৰ আগলি বতৰা কঢ়িওৱা সামুদ্রিক ঘূর্ণী ‘ৰেমাল’ৰ আগমনে অসমতো বৰষুণ কঢ়িয়াই আনিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি)-এ দেওবাৰে পূর্বানুমান কৰিছিল ৷ সেইয়া সত্য প্ৰমাণিত হয় । দেওবাৰে নিশাৰে পৰা গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত অব্যাহত আছে কিনকিনিয়া বৰষুণ ৷

ADVERTISEMENT

উল্লেখ্য যে, বংগোপসাগৰৰ পৰা উত্তৰ-পূব অভিমুখে ধাবমান হোৱা ৰেমালে প্রতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত পশ্চিমবংগৰ দক্ষিণ-পূর্ব প্রান্ত আৰু চুবুৰীয়া বাংলাদেশৰ ফেলুপাৰা অঞ্চলত প্রতি ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত তাণ্ডৱ চলাব বুলি আইএমডিয়ে সর্বোচ্চ সতর্কতা জাৰি কৰিছে।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

remal 2সম্প্রতি মহাসমুদ্রৰ বুকুত সৃষ্টি হোৱা সামুদ্রিক ঘূর্ণীজাকে ১২০ কিলোমিটাৰ বেগেৰে শক্তিৱন্ত হৈ উঠিছে। আইএমডিয়ে সদৰী কৰা মতে, দেওবাৰে নিশা পশ্চিমবংগ আৰু বাংলাদেশৰ সীমান্তৱতী অঞ্চলত খুন্দা . মাৰিবলগীয়া ৰেমালে সমুদ্রপৃষ্ঠৰ পৰা আহি ভূপৃষ্ঠত অৱতৰণৰ লগে লগে বতাহৰ গতিবেগ আৰু অধিক বৃদ্ধি পাব।

আইএমডিয়ে পশ্চিমবংগত দেওবাৰে নিশাৰে পৰা অতি প্ৰবল বৰষুণৰ লগতে ধুমুহাৰ আগজাননী দিয়াৰ উপৰি ওড়িছাতো ইয়াৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰেমালৰ প্ৰভাৱত অহা ২৭ আৰু ২৮ মে’ত অসমৰ লগতে মিজোৰাম, ত্ৰিপুৰা, দক্ষিণ মণিপুৰ, মেঘালয়, অৰুণাচল, নগালেণ্ডতো প্রবল বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। অহা দুদিনত অসমত ঠায়ে ঠায়ে ২০ ছেন্টিমিটাৰতকৈও অধিক বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ইফালে, ২৭ মে’ত অর্থাৎ কাইলৈ অসমত প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰ সৃষ্টি হ’ব বুলি আইএমডিয়ে আজি অসমৰ কে’বাখনো জিলাত ‘ৰেড এলার্ট’ জাৰি কৰিছে। উল্লেখ্য যে সামুদ্রিক ঘূর্ণীজাকৰ ফলত চুবুৰীয়া পশ্চিমবংগত বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে আৰু আজিৰে পৰা দুদিন ধৰি সাগৰত মাছ ধৰিবলৈ নাযাবলৈ মাছমৰীয়াসকলক জৰুৰী নির্দেশ দিয়া হৈছে।

আইএমডিয়ে  প্রকাশ কৰা সতৰ্কবাণী অনুসৰি,  অসমত বৰষুণৰ ফলত দৃশ্যমান হ্রাস পোৱাৰ লগতে প্রবল বৰষুণে অঞ্চলভেদে কৃত্রিম বানপানীৰো সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত ভূমিস্খলন আৰু বজ্রপাতৰো আগজাননী দিছে আইএমডিয়ে। উল্লেখ্য যে আজিৰ পৰা অসমত সামুদ্রিক ঘূর্ণীৰ প্ৰভাৱত ঠাই ভেদে দুর্যোগৰ সৃষ্টি হোৱাৰ আশংকা কৰি আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ভাৰতীয় বতৰ পূর্বানুমান বিভাগে  অসমৰ মুখ্য সচিবলৈয়ো বার্তা প্ৰেৰণ কৰিছে।

ৰেমালৰ প্ৰভাৱত ৰাজ্যখনৰ গোৱালপাৰা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত প্রবলৰ পৰা অতি প্ৰবল বৰষুণ (৬৪.৫-২০৮.৮ মিলিমিটাৰ পৰ্যন্ত) হ’ব বুলি আইএমডিয়ে আজি এই জিলাকেইখনত ‘ৰেড এলার্ট’ জাৰি কৰিছে। এই সময়ছোৱাত প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰো সতৰ্কবাণী দিয়া হৈছে। সংশ্লিষ্ট জিলাকেইখনৰ উপৰি ৰাজ্যখনৰ প্ৰতিখন জিলাতে বিজুলী, ঢেৰেকনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী দিয়া হৈছে। কাইলৈৰ দিনটোত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু বঙাইগাঁও জিলাতো ৰেমালৰ প্ৰভাৱত বতৰে জটিল ৰূপ ধাৰণ কৰিব বুলি সতৰ্ক কৰি দিছে।

ইফালে, ২৮ মে’তো চিৰাং, বাসা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত অতি প্ৰবল বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিয়ে পৰিস্থিতি জটিলতৰ কৰিব বুলি ‘ৰেড এলার্ট’ জাৰি কৰা হৈছে। আকৌ উক্ত দিনা কোকৰাঝাৰ, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং জিলাত বজ্রপাতৰ স’তে প্ৰবল বৰষুণৰ ‘য়েল’ এলার্ট’ জাৰি কৰিছে আইএমডিয়ে। আকৌ ২৯ মে’তো ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে বিজুলী- ঢেৰেকনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত বজ্রপাতৰ সম্ভাৱনাৰে ‘য়েল’ এলার্ট‘ জাৰি কৰা হৈছে।

৩০ মে’তো ৰাজ্যৰ আটাইকেইখন জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী দিছে আইএমডিয়ে। ইফালে, বৰঝাৰস্থ আঞ্চলিক বতৰ পূর্বানুমান কেন্দ্ৰই আজি ৰেমালৰ আগমন প্রসংগত এক বিবৃতিযোগে কয় যে উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা সাগৰীয় ঘূর্ণী বতাহ ৰেমালে আজি দিনৰ ১১-৩০ বজাত বাংলাদেশৰ খেপুপাৰাৰ পৰা ২২০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু পশ্চিমবংগৰ কেনিঙৰ ২৩০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থান কৰি উত্তৰ দিশে অগ্ৰসৰ হৈছে।

আজি মাজনিশা পশ্চিমবংগৰ সাগৰ দ্বীপ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চল মংলা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। বেমালৰ পার্শ্বক্রিয়াত অসমত অতি প্ৰবল বৰষুণৰ সম্ভাৱনা জাৰি কৰি পৰৱৰ্তী ২৪ ঘণ্টাত ঠাই বিশেষে প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে।

উল্লেখ্য যে আইএমডিৰ সতর্কবাণীৰ পাছতে কৰিমগঞ্জ আৰু বঙাইগাঁও জিলা প্রশাসনে দেওবাৰে সংশ্লিষ্ট জিলাবাসীক পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে সাবধানে থাকিবলৈ সতর্কবাণী জাৰি কৰিছে। কৰিমগঞ্জ জিলা প্রশাসনে জিলাখনত দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সকলো আগতীয়া ব্যৱস্থা গ্রহণৰ লগতে এই সময়ছোৱাত জনসাধাৰণক পৰাপক্ষত ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

জিলাখনত দেওবাৰে সন্ধিয়াৰে পৰা ঘূর্ণীৰ প্ৰভাৱত আৰম্ভ হৈছে ধুমুহা-বৰষুণ। নিশা পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰি জিলা প্রশাসনে বিয়লিৰে পৰা সমগ্র জিলাখনতে বিদ্যুৎ সংযোগ কর্তন কৰিছে। ধুমুহা বৰষুণৰ সময়ত যাতে কোনো হানি-বিঘিনি নহয়, সেয়া নিশ্চিত কৰিবলৈ আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে।

ইফালে, বঙাইগাঁও জিলা প্রশাসনেও জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহা-বৰষুণৰ বাবে নদীত মাছ মৰা কার্যত নিষেধাজ্ঞা আৰোপৰ লগতে সৃষ্টি হ’ব যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ ৰাইজক আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCyclone RemalHeavy RainfallIMD REPORT
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d