Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APDCL New Rule:ঘৰ-সম্পত্তি মূল্যায়ন-এপিডিচিএলৰ নম্বৰ সংযুক্তকৰণ বাধ্যতামূলক হ’ল

কৰ সংগ্ৰহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ , বেআইনী বিদ্যুৎ সংযোগ বন্ধ সম্ভাৱনা ব্যক্ত বিভাগৰ

publisher by publisher
July 25, 2023
in Assam, India, News
Reading Time: 3 mins read
0
APDCL New Rule:ঘৰ-সম্পত্তি মূল্যায়ন-এপিডিচিএলৰ নম্বৰ সংযুক্তকৰণ বাধ্যতামূলক হ’ল
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

APDCL New Rule:

ৰাজ্যৰ নগৰ অঞ্চলত বাস কৰা বিদ্যুৎ উপভোক্তাসকলে ঘৰৰ নম্বৰ, সম্পত্তি মূল্যায়ন নম্বৰ আৰু অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিডিএল)ৰ গ্ৰাহক নম্বৰ সংযুক্ত কৰাটো বাধ্যতামূলক কৰিলে ৰাজ্য চৰকাৰে ।

ADVERTISEMENT

অসম ৰাজপত্রযোগে এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, ষ্ট্ৰীট লাইট, কৃষি-জলসিঞ্চনৰ ব্যৱস্থা, এপার্টমেণ্টৰ সংযোগ অস্থায়ী সংযোগ আদিৰ ক্ষেত্ৰত এই নিৰ্দেশনা কার্যকৰী নহ’ব।

উল্লেখ্য যে ইয়াৰ দ্বাৰা এপিডিচিত্ৰলে বেআইনীভাৱে বিদ্যুৎ সংযোগ ব্যৱস্থাটো নোহোৱা কৰিব বিচৰা বুলি যুক্তি দাঙি ধৰিছে; কিন্তু এই প্ৰক্ৰিয়াৰ অন্তৰালত কৰ সংগ্ৰহ আৰু বৃদ্ধিৰ কৌশল নিহিত হৈ আছে ।

ব্যৱস্থাটোৰ বিৰোধিতা স্বয়ং অসম বিদ্যুৎ নিয়ামক আয়োগে কৰিছিল। অধিসূচনা জাৰি কৰা বিষয়টো যোৱা এপ্ৰিলতে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ বিচাৰিছিল; কিন্তু সেই সময়ত নিয়ামক আয়োগে এয়া অপ্রয়োজনীয় বিষয় বুলি নাকচ কৰিছিল।

বিদ্যুৎ আইনতো বিষয়টো নাই বুলি আয়োগে স্পষ্ট কৰিছিল। তাৰ ফলত চৰকাৰৰ তৎপৰতাত সেই সময়ত বন্ধ হয়; কিন্তু আশ্চর্যকভাৱে শেহতীয়াকৈ আয়োগে নম্বৰবোৰ সংযুক্ত কৰাৰ পক্ষে স্থিতি গ্ৰহণ কৰে।

ৰাজ্যৰ বিদ্যুৎ খণ্ডটোৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, অধিসূচনা জাৰিৰ লগে লগে নতুন বিদ্যুৎ সংযোগৰ ক্ষেত্ৰতো ঘৰৰ নম্বৰ আৰু সম্পত্তি মূল্যায়ন নম্বৰ দাখিল বাধ্যতামূলক হ’ল। এই নম্বৰ বহু লোকৰে নাই ।

বিশেষকৈ বিভিন্ন কাৰণত চৰকাৰী ভূমিত বাস কৰা লোক, জনজাতীয় বহু লোক আদিৰ এনে নম্বৰ নাই। ইয়াৰ ফলত সেইসকল লোক এতিয়াৰ দৰে বিদ্যুৎ সংযোগ লাভৰ পৰা বঞ্চিত হ’ব। তেনে লোকসকলক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাটোও হ’ব অতি সহজ। কাৰণ চৰকাৰে বহু স্থানত উচ্ছেদ কৰিব নোৱৰাৰ অন্যতম এটা কাৰণ হ’ল চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ থকা বিদ্যুৎ সংযোগ।

যিহেতু এইসকল লোকৰ ঘৰৰ নম্বৰ নাথাকে, গতিকে তেওঁলোকে নতুন নির্দেশনা অনুসৰি, এপিডিচিএলৰ সংযোগ নম্বৰ, ঘৰৰ নম্বৰ, সম্পত্তি মূল্যায়নৰ নম্বৰ সংযুক্ত কৰিব নোৱাৰিব। ফলত তেওঁলোকৰ বিদ্যুৎ সংযোগ কর্তন সহজ হ’ব। তদুপৰি সূত্ৰটোৱে উল্লেখ কৰে যে নতুন ব্যৱস্থাটোত সকলো তথ্য বিভাগবোৰত জমা হ’ব বাবে তাৰ আধাৰত পৌৰসভা, পৌৰ নিগম, নগৰ সমিতি আদিয়ে কৰ আৰোপ কৰাও সহজ হ’ব।

ৰাজ্য চৰকাৰে নগৰ অঞ্চলৰ সম্পত্তি মূল্যায়নৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ কৰিছে । এই প্ৰক্ৰিয়াত ঘৰৰ নম্বৰৰ সংখ্যা যথেষ্ট বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে। গতিকে ঘৰৰ নম্বৰ এপিডিচিএলৰ গ্ৰাহক নম্বৰৰ লগত সংযুক্ত কৰাৰ ফলত কৰ সংগ্ৰহৰ পৰিমাণো বৃদ্ধি হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLProperty Tax
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d