Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Weather : আইএমডিৰ সঞ্চালক প্ৰধানৰ আগজাননী

এপ্ৰিল- জুনলৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিব

publisher by publisher
April 3, 2023
in India, News
Reading Time: 2 mins read
0
Weather : আইএমডিৰ সঞ্চালক প্ৰধানৰ আগজাননী
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

weather :

প্রচণ্ড গৰমৰে সহাৱস্থান কৰিবলৈ সাজু হওঁক। চলিত এপ্রিলতে প্রচণ্ড গ্ৰীষ্মপ্ৰৱাহে বিপর্যস্ত কৰিব পাৰে জনজীৱন। গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱত এইবাৰ আগতীয়া তথা অস্বাভাৱিক গৰমে দেশৰ কে’বাখনো ৰাজ্যত অভিলেখ ৰচিব।

ADVERTISEMENT

এই আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্রধান মৃত্যুঞ্জয় মহাপাত্ৰৰ। আইএমডিৰ সঞ্চালক প্রধানজনে শেহতীয়াকৈ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন প্ৰসংগত কয় যে এপ্ৰিলৰ পৰা জুনলৈকে প্ৰচণ্ড গ্রীষ্মপ্রবাহে জনজীৱন বিপর্যস্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মূলতঃ মধ্য ভাৰত, পূৰ্বোত্তৰ আৰু দক্ষিণ-পশ্চিম ভাৰতৰ ৰাজ্যকেইখনত তিনিমাহজোৰা গ্ৰীষ্ম প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।

আইএমডিৰ সঞ্চালক প্রধানজনে শেহতীয়াকৈ এই কথাও কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত সেউজ গ্ৰহটোৰ তাপমাত্রা বৃদ্ধি পোৱাৰ সূত্ৰে বতৰৰ পৰিৱৰ্তনেও ভাৰসাম্যতা হেৰুৱাইছে।

এনে ভাৰসাম্যহীনতাৰ পৰিণতিতে যোৱা মাৰ্চত সমগ্ৰ দেশতে স্বাভাৱিক হাৰতকৈ অধিক পৰিমাণে বৰষুণ পৰিছে। মাৰ্চত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ঘেঁহু, সৰিয়হ আৰু পিঁয়াজৰ খেতি বিনষ্ট হোৱাৰ সূত্ৰে পৰৱৰ্তী সময়ছোৱাত দেশত এইকেইবিধ সামগ্ৰীৰ দাম বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে।

আইএমডিৰ সঞ্চালক প্রধানজনৰ মতে, মাৰ্চত সমগ্ৰ দেশতে স্বাভাৱিক হাৰতকৈ ২৬ শতাংশ অধিক হাৰত বৰষুণ হৈছে। বৰষুণৰ অস্বাভাৱিক পৰিমাণৰ দৰেই এপ্ৰিলৰ মাজভাগৰ পৰাই প্ৰচণ্ড গৰমে দহিব বুলিও বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে।

উল্লেখ্য যে আইএমডিৰ আগজাননীৰ সূত্ৰে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্রচণ্ড গ্ৰীষ্ম প্ৰৱাহে সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে।

বিশেষকৈ গৰমৰ মাত্ৰা বঢ়াৰ লগে লগে দেশত বিদ্যুতৰ চাহিদাও বৃদ্ধি পাব। সেই সূত্রে কেন্দ্রীয় শক্তি মন্ত্রণালয়ে ইতিমধ্যে সম্ভাৱনা প্ৰকাশ কৰিছে যে এপ্ৰিলত বিদ্যুতৰ সৰ্বাধিক ব্যৱহাৰৰ সময়ত চাহিদাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাতানুকুল, ফেন, ৰেফ্রিজাৰেটৰ আদি অধিক পৰিমাণে ব্যৱহাৰ হোৱাৰ সূত্ৰে বিদ্যুতৰ চাহিদা বৃদ্ধি পাব। সেয়েহে শক্তি মন্ত্রণালয়ে ইতিমধ্যে শক্তি প্রকল্পসমূহলৈ নির্দেশ দিছে যাতে আগতীয়াকৈ প্ৰয়োজনীয় কয়লাকে ধৰি ইন্ধন আমদানিৰে মজুত কৰি ৰখা হয়।

একে সময়তে ডিজেলৰ চাহিদাও বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’লিয়াম মন্ত্রণালয়ে গ্ৰহণ কৰিছে আগতীয়া প্ৰস্তুতি। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, মাৰ্চত বৰষুণৰ বাবে তুলনামূলকভাৱে গ্ৰীষ্ম প্ৰৱাহৰ হাৰ স্বাভাৱিক হাৰতকৈ কম আছিল আৰু বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ অধিক আছিল।

কিন্তু এপ্ৰিলৰ মাজভাগৰে পৰা দেশবাসীয়ে প্রচণ্ড গৰমেৰে সহাৱস্থান কৰিবলৈ বাধ্য হ’ব লাগিব। বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িছা, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা আৰু চত্তিছগড়ত এপ্ৰিলৰ পৰাই প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে জনজীৱন অতিষ্ঠ কৰি তুলিব বুলি আইএমডিৰ সঞ্চালক প্রধানজনে আগজাননী দিছে।

তেওঁ এই কথাও কয় যে ২০১৫ৰ পৰা ২০২০লৈ পৰিসংখ্যা অধ্যয়ন কৰিলে দেখা যায় যে ২০১৫ৰ তুলনাত ২০২০ৰ পৰা গ্ৰীষ্ম প্ৰৱাহে বিপর্যস্ত কৰাৰ ৰাজ্যৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। ২০২৩ত জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত দেশত গ্ৰীষ্ম প্ৰৱাহে বিপর্যস্ত কৰিব নতুন নতুন অঞ্চলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamIMDWeather
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d