Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

79 Sub-Districts have Not been Formed in 10 Months:১০ মাহে ওলমি ৰ’ল ৭৯খন উপ-জিলা

প্রয়োজনীয় ১৫০ এচিএছ বিষয়াৰ অভাৱ, কার্যালয় নিৰ্মাণৰ বাবে পুঁজি নথকাত পৰি থকা চৰকাৰী গৃহৰ সন্ধান, নতুন পদ সৃষ্টিত বাধাৰ বাবে কৰ্মচাৰীও যোগাৰ কৰিব পৰা নাই

publisher by publisher
June 12, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Proposal to Pay old Pensions to Employees Appointed after January 2025:২০০৫ৰ জানুৱাৰীৰ পাছত নিযুক্ত কৰ্মচাৰীক পুৰণি পেন্সন প্ৰদানৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ !
2
SHARES
23
VIEWS
ShareShareShareShare

79 Sub-Districts have Not been Formed in 10 Months:

মহকুমাৰ ধাৰণা অতীত কৰি ৰাজ্যত একেকোবে ৭৯ খনকৈ উপ-জিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰি এতিয়া অসম অসামৰিক সেৱা (এচিএছ)ৰ বিষয়া আৰু অন্যান্য কর্মচাৰীৰ অভাৱত বিপাঙত পৰিছে ৰাজ্য চৰকাৰ। ৰাজ্যিক কেবিনেটে ৭৯খনকৈ উপ-জিলা গঠনৰ তালিকাত অনুমোদন জনোৱাৰ পাছত যোৱা ২০২৩ৰ ১২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে উপ-জিলা গঠনৰ জাননী জাৰি কৰিছিল; কিন্তু বিগত ১০ মাহ অতিক্ৰমৰ পাছতো কামৰূপ মহানগৰ জিলাত ঘোষিত চাৰিখন উপ-জিলাৰ কাম জোৰা-টাপলি মাৰি অৰম্ভ কৰাৰ বাদে আন ৭৫ খন উপ-জিলা গঠনৰ প্রস্তাৱ আজিকোপতি ওলমি ৰ’ল।

ADVERTISEMENT

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ এক শীর্ষ সূত্ৰই সদৰী কৰা মতে,৭৫ খন উপ-জিলা গঠনৰ বাবে প্ৰতিখনতে প্ৰস্তাৱ বিচাৰিলে ৰাজ্য চৰকাৰে এজনকৈ অতিৰিক্ত জিলা আয়ুক্ত আৰু এজনকৈ সহকাৰী জিলা আয়ুক্তসহ মুঠতে ১৫০ জনকৈ এচিএছ বিষয়াৰ প্ৰয়োজন হৈছে। পিছে ইমান বৃহৎসংখ্যক প্রশাসনিক বিষয়া নতুনকে নিযুক্তিব বাবে ৰাজ্য চৰকাৰৰ সামৰ্থ্য নাই। আকৌ বিভিন্ন বিভাগত কর্মৰত বিষয়াসকলক উপ-জিলাৰ দায়িত্ব ল’বলৈ বদলি কৰিলেও তেওঁলোকে কৰ্মৰত অৱস্থাত থকা বিভাগসমূহত অচলাৱস্থাই দেখা দিব বুলি শংকাত ভুগিছে।

RelatedPosts

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল

Nalbari:নলবাৰী এনএইছ এমৰ ৬ গৰাকী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি

এই প্রসংগত দিছপুৰৰ কৰ্মচাৰী বিভাগৰ সূত্রই সদৰী কৰা মতে, জনতা ভৱনত বিভিন্ন বিভাগত কৰ্মৰত অবৰ সচিবসকলক উপ-জিলাৰ দায়িত্ব অর্পণৰ বাবে চৰকাৰক বিভাগে প্রস্তাৱ দিছে যদিও এই ক্ষেত্রত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই। কেৱল প্রশাসনিক বিষয়াই নহয়, ৭৫ খনকৈ উপ-জিলা গঠনৰ বাবে আন্তঃগাঁথনিৰ অভাৱেও এই সিদ্ধান্ত ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে।

সাধাৰণ প্রশাসন বিভাগৰ সূত্ৰটোৱে সদৰী কৰা মতে, আন্তঃগাঁথনিৰ অভাৱৰ উপৰি এটা পূর্ণাংগ উপ- জিলাৰ প্ৰশাসনিক কার্যালয় চলোৱাৰ বাবে প্রয়োজনীয় কর্মচাৰীৰো অভাব ঘটিছে। কিয়নো মুখ্যমন্ত্রীয়ে ইতিপূর্বে মুখ্য সচিবক নির্দেশ দিছে যে উপ-জিলা গঠন হ’লেও সংশ্লিষ্ট কার্যালয়সমূহত নতুনকৈ পদ সৃষ্টি কৰা নহয়। সম্প্রতি জিলা আয়ুক্ত কার্যালয়সমূহৰ পৰাই কিছুসংখ্যক কৰ্মচাৰীক উপ-জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বদলিৰ পৰামৰ্শ দিয়া হৈছে। সেই সূত্রে বিভাগটোৱে ইতিমধ্যে প্রতিখন জিলাবে আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলৰ সম্পূর্ণ তালিকা সংগ্ৰহ কৰিছে।

ইফালে, উপ-জিলাৰ প্রশাসনিক কার্যালয় এটা স্থাপন কৰিবলৈ হ’লে তাৎক্ষণিকভাবে প্রয়োজন হোৱা বিত্ত, ৰাজহ, আবকাৰী, যোগান, কৃষি, মীন আদিকে ধৰি সংশ্লিষ্ট বিভাগসমূহ পৰিচালনাৰ বাবে সংশ্লিষ্ট বিভাগক উপযুক্ত কর্মচাৰী যোগান ধৰাৰ দায়িত্ব দিয়া হৈছে যদিও সেয়াও এই পর্যন্ত সম্ভৱ হৈ উঠা নাই।

সাধাৰণ প্রশাসন বিভাগৰ সূত্ৰটোৰ মতে, উপ-জিলা গঠনৰ বাবে বিগত ১০ মাহে প্রস্তুতি চলোৱা হৈছে যদিও উপ- জিলা গঠনৰ বাবে প্রথম প্রয়োজনীয় দিশ কার্যালয় গৃহ স্থাপনৰ বাবে চৰকাৰৰ হাতত নাই কোনো ধৰণৰ পুঁজি। এই মুহূৰ্তলৈকে উপ-জিলাৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে কোনো অতিৰিক্ত পুঁজি আবণ্টন দিয়া হোৱা নাই। সেয়েহে তাৎক্ষণিকভাৱে উপ-জিলাৰ প্ৰশাসন আৰম্ভ কৰিবলৈ সংশ্লিষ্ট অঞ্চলত চৰকাৰী কোনো বিভাগৰ অব্যৱহৃত ঘৰৰ সন্ধান কৰিছে সাধাৰণ প্রশাসন বিভাগে। বিভাগীয় সূত্রটোৱে জনোৱা মতে, যদি কোনো অঞ্চলত এনে চৰকাৰী পৰি থকা ঘৰ উপলব্ধ নহয়, তেন্তে সংশ্লিষ্ট অঞ্চলত ভাড়াঘৰতে চলাব লাগিব উপ-জিলাৰ কাৰ্যালয়।

cm pressmeetঅৱশ্যে এই বিকল্প সন্দৰ্ভত বাজ্য চৰকাৰে কোনো সেউজ সংকেত নিদিয়া বাবে সাধাৰণ প্রশাসন বিভাগে কার্যালয় স্থাপনৰ বিষয়টোত অগ্ৰসৰ হ’ব পৰা নাই। উল্লেখ্য যে স্বয়ং মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই চোৱা-চিতা কৰি থকা হৈছে উপ-জিলা গঠনৰ কাম-কাজ। ফলত বিষয়টোৰ অগ্রগতিক লৈ অন্ধকাৰত আছে সাধাৰণ প্রশাসন বিভাগ বা কৰ্মচাৰী বিভাগ।

দিছপুৰৰ এক সূত্রই সদৰী কৰা মতে, অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমাপন কৰিবলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ, নৱগঠিত সমষ্টিয়ে প্রতি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থাপনৰ বাবে প্রক্রিয়া আদিকে ধৰি আনুষংগিক কাম-কাজসমূহক অগ্রাধিকাৰ দিবলগীয়া হোৱাৰ ফলত বিগত ১০ মাহে বাস্তৱায়িত কৰিব নোৱৰা ৭৯ খন উপ-জিলা গঠনৰ প্ৰস্তাৱ অনির্দিষ্ট কাললৈ ওলমি ৰোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে।

# উপ-জিলাৰ মুখ্য কার্যালয় ক’ত হ’ব? জিলা আয়ুক্তৰ পৰা প্ৰস্তাৱ বিচাৰিলে দিছপুৰে:

বিগত ১০ মাহে গেঁঠেলা মৰাৰ পাছতো এইবাৰ অহা ১৫ আগষ্টৰ পূৰ্বে উপ-জিলাসমূহ কাৰ্যকৰীকৰণৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশৰূপে মঙলবাৰে দিছপুৰত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্রতিখন জিলাৰে আয়ুক্তসকলৰ স’তে এক ভিডিঅ’ কনফাৰেন্স। বৈঠকত উপ-জিলা সন্দর্ভত বিস্তৃতভাবে আলোচনা কৰা হয় আৰু ২৪ খন জিলাক সামৰি তথা ১২৬ টা বিধানসভা সমষ্টিক লৈ গঠন হ’বলগীয়া সর্বমুঠ ৭৮ খন উপ-জিলাসমূহ ১৫ আগষ্টৰ পূৰ্বে কাৰ্যকৰী কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা কৰা হয়।

কে’বাজনো জিলা আযুক্তই প্রস্তাবিত উপ-জিলাৰ সদৰ স্থান ক’ত হ’ব, কি কি দিশৰ ভিত্তিত উপযুক্ত সদৰ স্থান নির্ণয় কৰা হ’ব সেই সম্পৰ্কত চৰকাৰৰ পৰা পৰামৰ্শ বিচাৰে। লগতে সদৰ স্থান নির্ণয়ক কেন্দ্ৰ কৰি সংশ্লিষ্ট উপ-জিলাসমূহত অসন্তুষ্টিৰ সৃষ্টিও হ’ব পাৰে বুলি কয়। এই ক্ষেত্রত বিভিন্ন পক্ষৰে আলোচনাৰ ভিত্তিত স্থান নির্ণয় কৰিবলৈ পৰামৰ্শ দিয়া হয়। উল্লেখ্য যে বৈঠকখনত মুখ্য সচিবে জিলা আয়ুক্তসকলক উপযুক্ত আন্তঃগাঁথনি থকা অঞ্চলত উপ -জিলাৰ সদৰ স্থান বাছনি কৰি প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 79 Sub-DistrictsAssam GovtCabinet decisionNot been Formed in 10 Months
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d