Sahitya Akademi Awards Announced:
👉সাহিত্য অকাডেমীৰ বঁটা ঘোষণা।
ADVERTISEMENT
👉সাহিত্যিক – উপন্যাসিক ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য পুৰস্কাৰ।
👉’বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে এই সন্মান লাভ সাহিত্যিক গৰাকীৰ ।
👉জাল কটা জুই’ গল্প সংকলনৰ বাবে ২০২৪ বৰ্ষৰ যুৱ সাহিত্য অকাডেমি বঁটা ডা° নয়নজ্যোতি শৰ্মালৈ ৷
👉ছেলফ মেড ৰাণী বড়োলৈ সাহিত্য অকাডেমিৰ যুৱ বঁটা ৷
👉বড়ো ভাষাৰ ছুটি গল্প সংকলন ‘ছৈখলুম’ৰ বাবে ছেলফ মেড ৰাণীলৈ এই বঁটা ৷
👉’দেৰাজে হলদু ফুল’শীৰ্ষক বাংলা কবিতা সংকলৰ বাবে শিলচৰৰ সূতাপা চক্ৰৱৰ্তীলৈ যুৱ সাহিত্য বঁটা ৷
👉বড়ো ভাষাত ‘বুহুমা বৈনিবৌ’ শীৰ্ষক বড়ো কবিতা সংকলৰ বাবে ভাৰ্জিন জেকভা মুছাহাৰীলৈ শিশু সাহিত্য পুৰস্কাৰ ৷