Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati University Marksheet Scam:গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা

মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু হস্তক্ষেপৰ পিছতেই বৰপেটা আৰক্ষীৰ মাৰাথন অভিযান, মাৰ্কশ্বীট কেলেংকাৰীৰ তদন্তৰ দায়িত্ব অসম আৰক্ষী- চিআইডিক

publisher by publisher
June 29, 2024
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Guwahati University Marksheet Scam:গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত ৮ জনক গ্ৰেপ্তাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা
2
SHARES
20
VIEWS
ShareShareShareShare

Guwahati University Marksheet Scam

সৰ্বভাৰতীয় পৰ্যায়ত নীট- নেটৰ প্ৰশ্নকাকত ফাদিল,ৰাজ্যত ধনৰ বিনিময়ত চাকৰিকে ধৰি বিভিন্ন কেলেংকাৰীয়ে দেশবাসীক দিকভ্ৰান্ত কৰাৰ সময়তে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত উন্মোচিত দৈছে’ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰী। বিশ্ববিদ্যালয় খনত সক্ৰিয় এটা বিশেষ চক্ৰক নিদিষ্ট পৰিমাণৰ ধন আদায় দিলে পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটত বৃদ্ধি কৰা হয় নম্বৰ৷এই বৃদ্ধি কেলেংকাৰীয়ে এক প্ৰকাৰ জোঁকাৰণিৰ সৃষ্টি কৰিছে। আনকি ধনৰ লেন-দেনেৰে নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ সাজোৰে উদ্থাপিত হৈছে বিশ্ববিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে।

ADVERTISEMENT

স্মতৰ্ৱ্য যে, বৃহস্পতিবাৰে বৰপেটাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল। বিশ্ববিদ্যালয় খনৰ মাৰ্কশ্বীটৰ কম্পিটাৰাইজড্ চিষ্টেমৰ স’তে জড়িত থকা লোক সকলে ধন লৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়াই দিয়াৰ বিস্ফোৰক মন্তব্য দি মুখ্যমন্ত্ৰীয় কয় ইতিমধ্যে এই কেলেংকাৰী তদন্ত কৰিবৰ বাবে যৌথভাৱে দায়িত্ব দিয়া হৈছে আৰক্ষী আৰু চি আইডিক ৷ আনহাতে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই তৎপৰ হৈ পৰে বৰপেটা আৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আৰু কঠোৰস্থিতিত বৰপেটা আৰক্ষীয়ে আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

RelatedPosts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

লক্ষ্যণীয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটা ৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মার্কশিট জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে উন্মোচিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যাহত থকা ধনৰ বিনিময়ত নম্বৰ প্ৰদান কেলেংকাৰিৰ তথ্য। মহাবিদ্যালয়খনৰ সংশ্লিষ্ট ছাত্রজন সম্প্রতি স্নাতক ষষ্ঠ ষাণ্মাসিকত অধ্যয়নৰত। অভিযোগ উঠা মতে ছাত্রজনে প্রথম তৃতীয় চতুর্থ আৰু পঞ্চম যাণ্মাসিক পৰীক্ষাৰ নম্বৰ এই চক্ৰটোৰ জৰিয়তে বৃদ্ধি কৰিছিল। আনকি বিশ্ববিদ্যালয়ৰ নির্দিষ্ট ৱেবছাইটতো আইইউএমএছত সক্রিয় দুষ্ট চক্রটোৱে এনে জালিয়াতিৰে প্রস্তুত কৰা নম্বৰ তালিকা আপলোড কৰিছিল ছাত্ৰ গৰাকীৰ নম্বৰ বঢ়াই তোলাৰ ভয়ংকৰ জালিয়াতিৰ ধৰা পেলাইছিল মহাবিদ্যালয় কতৃপক্ষই ৷

ইয়াৰ পিছে সমস্ত বিষয়টো ৰাজহুৱা হোৱাত বৰপেটা আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আঠজনকৈ লোকক ৷ শীৰ্ঘেই আৰক্ষীৰ তদন্তৰ আওতাত পৰিব বিশ্ববিদ্যালয় খনত কৰ্মৰত আন কে’বাজনো শিক্ষক- কৰ্মচাৰী ৷

ইতিমধ্যে বৰপেটা আৰক্ষীয়ে আটক কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণণ কৃষ্ণমূৰ্তিক ৷ একেদৰে আজি বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতোক আটক কৰিছে ৷

আনহাতে এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা আন সকল অভিযুক্ত হ’ল কলগাছিয়াৰ ইছমাইল হুছেইন আৰু আলোমগীৰ খান , মইনুল হক নগাঁৱৰ হামেজ উদ্দিন , লাংলা কলেজৰ গ্ৰন্থগাৰিক অমিনুল ইছলাম , কলগাছিয়া লাংলাৰ আবুল বাচেৰ ৷ ধৃত লোককেইজনৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে ৭৪/২৪ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৪৬৮/১২০বি/৪৬৭/৪৭/৪২০ ধাৰা পঞ্জীভূক্ত কৰিছে ৷

scam 2গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিয়ন্ত্ৰিত হোৱা মার্কশ্বিটত নম্বৰ বঢ়োৱা কেলেংকাৰিৰ প্ৰসংগত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমানজিত ডেকাই ‘দৈনিক অগ্রদূত’ৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই বহুদিন পূৰ্বৰে পৰা এটা বিশেষ চক্ৰই ধনৰ বিনিময়ত নম্বৰ সলনি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজনে অভিযোগ কৰে যে ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰিৰে জড়িত আছে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ভালেসংখ্যক লোক।

ইয়াৰ উপৰি আন এটা দুষ্ট চক্রও জড়িত থকাৰ সন্দেহ কৰা হৈছে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজনে অভিযোগ কৰে যে এই কেলেংকাৰিত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষার্থীও জড়িত আছে। বিশ্ববিদ্যালয়খনৰ বিভিন্ন পৰীক্ষাত অৱতীর্ণ একাংশ ছাত্র-ছাত্রীয়ে ‘বেক’ত উত্তীর্ণ হ’বলৈ প্রতিটো বিষয়ত ১৬ হেজাৰ পর্যন্ত ধন আদায় দিয়াৰ গুৰুতৰ অভিযোগ তোলে ছাত্র একতা সভাই।

অভিযোগ মতে গোৱালপাৰা জিলাতো আছে এটা বৃহৎ দালাল চক্র। তেওঁ কয়, ‘ছাত্র-ছাত্ৰীৰ কোনো বিষয়ত ‘বেক’ লাগিলে বহী পুনৰ মূল্যায়নৰ বাবে আবেদন কৰে। তেতিয়া পৰীক্ষা নিয়ন্ত্রণ বিভাগে বহীখন কোনো এটা স্থানলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰে। বহীখন ক’লৈ প্ৰেৰণ কৰা হয় সেই কথা আইইউএমএছৰ বিষয়া-কর্মচাৰীয়ে জানে। বহীখন পুনৰ মূল্যায়নৰ পাছত আইইউএমএছলৈ আহে আৰু নম্বৰসমূহ নতুনকৈ আপলোড কৰা হয়। এই সময়খিনিতে কেলেংকাৰি সংঘটিত কৰে
আইইউএমএছে।

অৱশ্যে কেরল আইইউএমএছত বহি থকা কেইজনমান কর্মচাৰীয়ে অকলে এই কাম কৰিব নোৱাৰে,ইয়াত এটা ডাঙৰ চক্ৰ আছে। গোৱালপাৰা জিলাত সবাতোকৈ ডাঙৰ কেলেংকাৰি হৈছে। একোখন প্রশ্নকাতত ‘বেক’ উঠোৱাৰ নামত ১৬ হেজাৰ টকা আৰু সকলো বিষয়তে উত্তীৰ্ণ কৰাৰ নামত এক লাখ টকাকৈ উৎকোচ লয়।

গুৱাহাটীবিশ্ববিদ্যালয় অধীনত প্রায় তিনিশখন মহাবিদ্যালয়ত প্রায় সাত লাখ ছাত্র-ছাত্রী আছে। গতিকে প্রতিখন জিলাতে সক্রিয় এই দালাল চক্রটোরে কিমান অনিয়ম সংঘটিত কৰিব পাৰে সেই কথা স্বাভাৱিকতে অনুমেয়।’ ৰাজ্যৰ বৌদ্ধিক মহলক স্তম্ভিত কৰি তোলা উচ্চ শিক্ষাৰ অন্যতম প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত ধন আদায় দিলে নম্বৰ বঢ়োৱাৰ দৰে এই চৰম শৈক্ষিক স্খলনৰ বিষয়টোৰ সন্দৰ্ভত  প্রতিক্রিয়া প্রকাশ কৰি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড: প্রতাপ জ্যোতি সন্দিকৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন তথ্য তথা পৰীক্ষাৰ নম্বৰসমূহ আইইউএমএছ নামৰ প্ৰতিষ্ঠানটোৰ
জৰিয়তে আপলোড কৰা হয়।

gu3অৱশ্যে এই দায়িত্ব লাভ কৰা প্রতিষ্ঠানটোৰ স’তে ২০২২ত চুক্তিৰ ম্যাদ উকলি গৈছে। তথাপি যিসকল শিক্ষার্থীয়ে বর্তমানেও যষ্ঠ যান্মাসিকত অধ্যয়ন কৰি আছে তেওঁলোকৰ সকলো ডাটা আইইউএমএছৰ লগতে আছে। এই শিক্ষার্থীসকলে ষষ্ঠ ষান্মাসিকৰ পৰীক্ষা দিয়াৰ পাছত সংশ্লিষ্ট ছাত্র-ছাত্রীসকলৰে আইইউএমএছৰ সম্পৰ্কৰ অৱসান ঘটিব। উপাচাৰ্যৰ মতে, নতুন শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ ডাটা এন্ট্রিৰ দায়িত্বত নাই আইইউএমএছ।

তেওঁ লগতে কয় যে ২০২২ত শিক্ষামন্ত্ৰীৰে হোৱা আলোচনা আইইউএমএছৰ বিকল্পৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল। উল্লেখ্য যে ধনৰ বিনিময়ত নম্বৰ প্ৰদানৰ এই বৃহৎ কেলেংকাৰিয়ে ৰাজ্যৰ শৈক্ষিক মহলত জোঁকাৰণিৰ সৃষ্টি কৰাৰ পাছতে
বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নতুন দিল্লীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আইইউএমএছ কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ পৰা স্পষ্টীকৰণ বিচাৰিছে বুলি সদৰী কৰে।

উপাচার্য ড: সন্দিকৈয়ে কয়, ‘আইইউএমএছে ২০১৭ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স’তে চুক্তিবদ্ধ হৈ কাম কৰিছিল। ২০২১ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা শিক্ষার্থীসকলৰ এইবাৰ অন্তিমটো যান্মাসিক অনুষ্ঠিত হৈছে। যিহেতু সমগ্ৰ ব্যৱস্থাটো আইইউএমএছে আৰম্ভণিৰে পৰা সমাপন কৰিছিল সেয়েহে ষষ্ঠ যান্মাসিকৰ পৰীক্ষাৰ্থীসকলৰ নম্বৰ তালিকা প্রকাশৰ পাছত তেওঁলোকৰ দায়িত্ব অন্ত পৰিব।

ইতিমধ্যে ২০২২ৰ পৰা আমি নতুন ব্যৱস্থা আৰম্ভ কৰিছো। ষষ্ঠ যান্মাসিকত ৭০,২৬৩ পৰীক্ষার্থীয়ে পৰীক্ষা দিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বার্থত আমি আইইউএমএছক অন্তিমটো দায়িত্ব উল্লেখ কৰাৰ কর্তৃত্ব দিছো। এই অনিয়ম সন্দৰ্ভত চিআইডিয়ে আৰম্ভ কৰা তদন্তত আমি আদৰণি জনাইছো আৰু এই ক্ষেত্রত প্রয়োজনীয় সহযোগিতা আগবঢ়াম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 8 Person ARRESTEDBarpeta PoliceCIDCm Himanta Biswa SarmaGuwahati University Marksheet Scam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d