Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

HSLC Examination :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল !

পৰীক্ষাৰ বাতিলৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া,সদনত প্ৰশ্নকাকত ফাদিলক লৈ বিৰোধীৰ উত্তাল প্ৰতিবাদ,সদন স্থগিত,আমি দোষ মানি লৈছো, এনে কাম হ'ব নালাগিছিলঃ মন্ত্ৰী পিযুষ হাজৰিকা

publisher by publisher
March 13, 2023
in Assam, India
Reading Time: 2 mins read
0
HSLC Examination :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

HSLC Examination:ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

Gaurav Gogoi:একলগ হোৱাৰ দিশে ৩গগৈ ! আনুষ্ঠানিকতা বাকী

HSLC Examination :

আজি অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত দেওবাৰে মাজনিশা ম’বাইল ম’বাইলে ভাইৰেল হোৱাৰ বাবে ছেবাই বাতিল কৰে বিজ্ঞান বিষয়ৰ পৰীক্ষা।
প্ৰশ্নকাকত ফাদিলৰ পাছতে সমগ্ৰ ৰাজ্যতে আছু সহ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। ছেবা কৰ্তৃপক্ষ আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

ADVERTISEMENT

আনকি প্ৰশ্নকাকত ফাদিলক লৈ আজি বিধানসভা মজিয়া উত্তাল কৰি তোলে কংগ্ৰেছ ,আই ইউ ডি এফ সহ সকলো বিৰোধী বিধায়ক সকল ৷

চলিত বৰ্ষৰ হাইস্কুল পৰীক্ষা আৰম্ভণিৰ পৰাই নানান বেমেজালিৰে সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ইংৰাজী বিষয়ৰ পৰীক্ষাও কাছাৰৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যদিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইয়া নাকচ কৰিছিল ৷

কিন্ত দেওবাৰে নিশা পুনৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ আজি পুৱা সদনৰ কামকাজ আৰম্ভ হওতেই কংগ্ৰেছ আৰু আন আন বিৰোধী বিধায়ক নিজ নিজ আসনত থিয় হৈ শিক্ষামন্ত্ৰী আৰু ছেবাৰ দায়িত্বহীনতাক ধিক্কাৰ দি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

আনকি কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছেৰমান আলীয়ে অধ্যক্ষৰ বাৰম্বাৰ সকীয়নিকো কেৰেপ নকৰট সদনত বহু সময় ধৰি হুলস্থূলীয়া অব্যাহত ৰখাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ছেৰমান আলীক মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিয়ে ৷

আনহাতে সদনত বহু সময় ধৰি সদনত শাসক- বিৰোধীৰ হুলস্থূল অব্যাহত থকাত অধ্যক্ষই সদনৰ স্থগিত ঘোষণা কৰে ৷

ইপিনে প্ৰশ্নকাকত ভাইৰেল বিষয়ক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে , এয়া অতি গৰিহণা যোগ্য, যিয়ে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব।

ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। লগতে কয় যে, সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো। চৰকাৰক ৱদনাম কৰিবলৈও এনে কাম কৰে ।

দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই। দোষ মানি লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো। এনে ভুল হ’ব নালাগিছিল।

মনকৰিবলগীয়া যে, বিজ্ঞানৰ প্ৰশ্নকাকত জাগুনত ফাদিল হোৱা বুলি সন্দেহ কৰিছে বিভিন্ন মহলে ৷
তিনিচুকীয়া আৰু ডিব্ৰুগড়ত ফাদিলৰ সন্দেহ কৰা হৈছে ৷

ছেবাৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি বাতিল হোৱা বিজ্ঞানৰ বিষয়ৰ পৰীক্ষা পুনৰ পাতিবলৈ সময় লাগিব পাৰে অন্তত ২০ দিন ৷

শেহতীয়া খবৰ অনুসৰি প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam AssemblyHSLC ExaminationOpposition Mla ProtestSEBA
publisher

publisher

Related Posts

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 29, 2026
শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে
Assam

শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

September 29, 2026
এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d