Flood In Kaziranga National Park:
➡️বছৰৰ প্ৰথমটো ভয়ংকৰ বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
➡️ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বন্যহস্তীৰ জাক পাৰ হৈছে কাৰ্বি আংলং পাহাৰৰ দিশে ৷
➡️ৰাষ্ট্ৰীয় অভয়াৰণ্য খনৰ মুঠ ২২৩টা শিবিৰৰ ৬১টা আছে পানীৰ তলত ৷
➡️ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ব্যৱসায়ীক যানবাহন চলাচলত নিষেধাজ্ঞা ৷
➡️নিদিষ্ট গতিবেগত যাব পাৰিব ব্যক্তিগত যানবাহন ৷
➡️নিশা স্থানীয় যানবাহনকহে আহযাহত অনুমতি ৷
➡️কাজিৰঙাৰ অন্তৰ্গত বোকাখাতৰ ধাবা সহ আন আন স্থানত ন’ পাৰ্কিং জন’ঘোষণা ৷
➡️ধাবাত গধুৰ যানবাহন ৰখোৱাত বাধাৰোপ ৷
➡️কলিয়াবৰৰ তিনিআলিৰ পৰা যাবলৈ দিয়া নাই গধুৰ যানবাহন ৷
➡️কাজিৰঙা অভিমুখী গধুৰ যানবাহন যাব লাগিব তেজপুৰ অভিমুখে ৷
➡️জীৱ-জন্তৰ সুৰক্ষাৰ বাবে লোৱা হৈছে এই পদক্ষেপ ৷