Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এটা শতিকাত কাজিৰঙাত তিনিশ বৰ্গকিলোমিটাৰ বননি হ্রাস পালে

publisher by publisher
October 12, 2025
in Assam, News
Reading Time: 1 min read
0
এটা শতিকাত কাজিৰঙাত তিনিশ বৰ্গকিলোমিটাৰ বননি হ্রাস পালে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

Kaziranga:✒️বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ১১০ বছৰত হেৰুৱালে তিনিশ বর্গকিলোমিটাৰৰো অধিক মনোমোহা তৃণভূমি। এই তথ্য প্ৰকাশ কৰিছে ডেবাডুনস্থিত ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠান (ডব্লিউআইআই)-এ।

ADVERTISEMENT

ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ গৱেষক ওমৰ ছয়িদে শেহতীয়াভাবে প্রকাশ কৰা অনুসৰি ১৯১৩ৰ পৰা ২০২৩ৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি ৩১৮.৩ বর্গকিলোমিটাৰ সংকুচিত হয়। স্বাভাৱিকতে ইয়ে গড়, হাতী আৰু দল হৰিণৰ দৰে তৃণভোজী প্ৰাণীৰ প্ৰতি আশংকা কঢ়িয়াই আনে। কাৰণ এই প্রাণীসমূহে খাদ্যৰূপে ঘাঁহ, বন গ্রহণ কৰে।

বিগত ১১০ বছৰত কাজিৰঙাই হেৰুওৱা তৃণভূমিৰ মাটিকালি সমগ্ৰ কলকাতা মহানগৰৰ সমান তথা মুম্বাই নগৰৰ আধা হ’ব। ব্রহ্মহ্মপুত্ৰ বান-সমতলত জলবায়ুৰ গতিময়তা, ভূমি ব্যৱহাৰ পৰীক্ষা কৰাৰ উদ্দেশ্যে ১৯৮০ৰ পৰা ২০২২লৈ জলবায়ু তথ্য আৰু বিগত ১১০ বছৰক সামৰি লোৱা উপগ্ৰহীয় চিত্র তথা সংহত মানচিত্র অধ্যয়ন কৰি ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানে কাজিৰঙা সম্পর্কীয় এই তথ্য প্রকাশ কৰিছে।

প্রতিষ্ঠানটোৰ গৱেষকে আঙুলিয়াই দিছে যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙাই হৈছে দেশৰ অন্যতম সবাতোকৈ জৈৱ বৈচিত্র্যৰ বান-সমতল পৰিৱেশতন্ত্র। যোৱা শতিকাত কাজিৰঙাৰ উল্লেখনীয় পৰিৱেশতন্ত্রগত পৰিৱৰ্তন সাধন হয়। ভাৰতীয় বন্যপ্রাণী প্ৰতিষ্ঠানৰ বিশ্লেষণত লগতে পোহৰলৈ আহিছে যে কাজিৰঙাত তৃণভূমি হ্ৰাসৰ সমান্তৰালভাৱে বন আৱৰণি বৃদ্ধি পায়।

১৯১৩ত উদ্যানখনৰ বন আৱৰণিৰ পৰিসৰ মাথোঁ ০.৬ বর্গকিলোমিটাৰ আছিল। ইয়াৰ বিপৰীতে ২০২৩ত উদ্যানখনৰ বন আৱৰণিৰ পৰিসৰ ২২৯.২ বর্গকিলোমিটাৰলৈ বৃদ্ধি পায়। একেদৰে ২০১৩লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাধাৰৰ পৰিসৰো বৃদ্ধি পায়। অৱশ্যে তাৰ পাছৰে পৰা বিগত ১০ বছৰত উদ্যানখনত জলাধাৰ সংকুচিত হ’বলৈ ধৰে। ইয়াৰ জৰিয়তে উদ্যানৰ নদীৰ গঠন আৰু জলবিজ্ঞানক ফুটাই তুলিছে।

ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ আন এক তথ্য অনুসৰি আপেক্ষিক গাঢ়তা বৃদ্ধিৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষাৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে। ফলত উদ্যানখনৰ ভূমি সিক্ত হৈ থাকে। লক্ষ্যণীয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন আৱৰণি বৃদ্ধি পালেও উদ্যানখনৰ তৃণভূমি হ্রাসক লৈ বিশেষজ্ঞসকলে উদ্বেগ প্রকাশ কৰিছে।

বিশেষজ্ঞসকলৰ মতে তৃণভূমি হ্ৰাসৰ ফলত তৃণভোজী প্রাণীসমূহ খাদ্য সংকটৰ সম্মুখীন হোৱাৰ আশংকা আছে। এই সম্পৰ্কত ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ গৱেষক ছয়িদ আৰু ৰশ্মি দাসে কয়, ‘গগঁড়ে বিশাল তৃণভূমি ভাল পায়। দল হৰিণ, সুগৰী পহু, শৰ পহুৰ বাবে তৃণভূমি থাকিবই লাগে। সহজে বংশ বৃদ্ধি ঘটা উদ্ভিদৰ উপস্থিতিয়ে কাজিৰঙাত তৃণভূমিৰ ওপৰত প্ৰভাৱ পেলাইছে। মধ্য এছিয়া আৰু ভাৰতত একমাত্ৰ কাজিৰঙাতে মূল প্ৰজাতিৰ বনৰীয়া ম’হ পোৱা যায়।’ গতিকে উদ্যানখনৰ তৃণভূমি সযতনে ৰখাত কর্তৃপক্ষই গুৰুত্ব দিয়া উচিত বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

এই সম্পর্কত গৱেষক ছয়িদে লগতে কয়, ‘ডাঙৰ তৃণভোজী প্রাণীসমূহে কাজিৰঙাৰ পৰিৱেশতন্ত্ৰৰ সমগ্ৰ খাদ্য শৃংখলত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছে। যদি তৃণভূমি সংকুচিত হৈ থাকে তেতিয়া প্রাণীসমূহৰ খাদ্যাভ্যাসত বিৰূপ প্রভাব পৰাৰ আশংকা আছে।’ সেয়েহে সময় থাকোতে উদ্যানখনৰ তৃণভূমি বৰ্তাই ৰখাৰ প্ৰতি কর্তৃপক্ষক গুৰুত্ব দিবলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kaziranga National Park
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d