One Youth went Missing after Arriving at GMCH for Treatment:জিএমচিএইছত চাঞ্চল্যকৰ ঘটনা

চিকিৎসা কৰিবলৈ আহি সন্ধানহীন এজন যুৱক, অভিভাৱকে চিকিৎসকৰ স'তে কথাপাতি থাকোতেই চিকিৎসকৰ পৰা সন্ধানহীন, ৩০ বছৰীয়া যুৱকজন আছিল মূকবধিৰ

missing 1

One Youth went Missing after Arriving at GMCH for Treatment:

মহানগৰীৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধানহীন এজন ৰোগী ৷ চাৰি জুলাইত ওদালগুৰিৰ হাতীগড় চাহ বাগিচাৰ ৩০ বছৰীয়া বীৰচা কেৰকাটা নামৰ যুৱকজনক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে আনিছিল জিএমচিএইছলৈ ৷

পৰিয়ালৰ লোকে চিকিৎসকৰে কথা পাতি থাকোতেই চিকিৎসালয় খনৰ ভিতৰৰ পৰাই হঠাতে নিখোজ হয় যুৱকজন। উল্লেখ্য যে, ৩০ বছৰীয়া যুৱকজন আছিল মূকবধিৰ । ইতিমধ্যে পৰিয়ালৰ লোকে যুৱকজনৰ নিৰুদ্দেশ সন্দৰ্ভত ভঙাগড় থানাত দাখিল কৰিছে এজাহাৰ

Exit mobile version