Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manager Of Charaideu Parbat Tea Estate Beaten Up: চৰাইদেউৰ পৰ্বত চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

বাগিচাখনৰ পৰিচালকক শ্ৰমিকৰ গণ প্ৰহাৰ, গুৰুতৰভাৱে আহত পৰিচালক চামিল হুচেইনক ভর্তি চিকিৎসালয়ত

publisher by publisher
November 1, 2023
in Uncategorized
Reading Time: 2 mins read
0
Manager Of Charaideu Parbat Tea Estate Beaten Up: চৰাইদেউৰ পৰ্বত চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Ulfa(I)-NSCN Linkman Arrested: ডিমাপুৰৰ পৰা আটক আলফা (স্বাঃ),এনএছচিএনৰ লিংকমেনক

Charaideo Dist Court Judgement:চৰাইদেউৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

Five people have fallen ill after eating poisonous Mushroom:চৰাইদেউত অঘটন !

Manager Of Charaideu Parbat Tea Estate Beaten Up:

চৰাইদেউ পৰ্বত চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি ৷একাংশ উত্তেজিত শ্ৰমিকৰ গণ প্ৰহাৰৰ সন্মুখীন হ’ল বাগিছ খনৰ পৰিচালক চামিল হুচেইন। শ্ৰমিকৰ দলবদ্ধ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বাগিছাৰ পৰিচালক চামিল হুচেইন।

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি, পৰ্বত চাহ বাগিছা খনৰ পৰিচালকৰ অকমন্যতা আৰু গাফিলতিৰ বাবেই দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে বাগিছাখন ৷

ইয়াৰ ফলত বাগিছাৰ শ্ৰমিকসকল সন্মুখীন হৈছিল তীব্ৰ আৰ্থিক সংকটৰ ৷ আনকি যোৱা দুৰ্গা পূজাৰ সময়তো পৰিচালকৰ চৰম ব্যৰ্থতাৰ বাবেই বোনাচৰ পৰা বঞ্চিত হয়  শ্ৰমিকসকল ৷

আৰ্থিক অনাতন আৰু বোনাচৰ পৰা বঞ্চিত হোৱাৰ পাছতে ক্ষোভত ফাটি পৰে শ্ৰমিকসকল ৷ বুধবাৰে ক্ষোভৰ বহি:প্ৰকাশ ঘটে ৷ বাগিছাৰ পৰিচালক
চামিল হুচেইন বাগিছাখনত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি দুপৰীয়াভাগত একাংশ ক্ষুব্ধ শ্ৰমিকে তেওঁক দলবদ্ধভাৱে উপযুপৰি প্ৰহাৰ কৰে ৷

শ্ৰমিকৰ দলবদ্ধ প্ৰহাৰত পৰিচালকজনে মূৰত আৰু বুকুত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পাছত আৰক্ষীয়ে বাগিছা খনত সংঘটিত উত্তপ্ত পৰিস্থিতিৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিচালকজনক ক্ষুব্ধ শ্ৰমিকৰ কবলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে ৷

সম্প্ৰতি চাহ বাগিছা খনত চেপা উত্তেজনা অব্যাহত আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CharaideoInjured ManagerMob Beating Up ManagerPurbat Tea EstateTea Labour
publisher

publisher

Related Posts

কেলেণ্ডাৰৰ ২৬ সংখ্যাটো সঁচাকৈয়ে অশুভ নেকি!
Uncategorized

September 2, 2026
নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত
Uncategorized

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ
Uncategorized

পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

September 1, 2026
নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত
Uncategorized

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

September 1, 2026
মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ
Uncategorized

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ

August 30, 2026
মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল
Uncategorized

মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d