Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Migration Abroad in Search of Employment:কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি

ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংন্থাৰ প্ৰতিবেদনত উন্মোচিত অসমৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ, লক্ষ লক্ষ নিবনুৱাৰ হাহাকাৰ, সৰ্বাধিক কর্মসংস্থাপনহীনৰে ভাৰাক্ৰান্ত ৰাজ্যৰ ১৩ নম্বৰ স্থানত অসম

publisher by publisher
July 12, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Migration Abroad in Search of Employment:কর্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি
1
SHARES
11
VIEWS
ShareShareShareShare

Migration Abroad in Search of Employment:

২২ লক্ষাধিক শিক্ষিত পঞ্জীভুক্ত নিবনুৱাবে ভাৰাক্রান্ত অসমৰ পৰা শেহতীয়াকৈ বহিঃৰাজ্যলৈ অভাবনীয় গতিত কর্মসংস্থান বিচাৰি প্রব্রজন কৰিবলৈ লৈছে নিবনুৱা যুৱক-যুৱতীয়ে। কেৱল এটা বছৰতে ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ প্রব্রজন ঘটা ২৩.৭ শতাংশ লোকৰ ভিতৰত ৫৪.৭ শতাংশই ঢাপলি মেলিছে কর্মসংস্থানৰ সন্ধানত।

ADVERTISEMENT

যি সময়ত ৰাজ্য চৰকাৰে ব্যাপক হাৰত চৰকাৰী চাকৰিত নিযুক্তি আৰম্ভ কৰা বুলি প্রচাৰ চলাইছে, সেই সময়তে চৰকাৰী চাকৰিৰ পৰিসংখ্যা যে এপাচি শাকত এটা জালুকৰ লেখীয়াহে সেই কথা উন্মোচিত কৰিছে প্রতিদিনে কর্মসংস্থান বিচাৰি দেশৰ ভিন্ন ৰাজ্যলৈ প্রব্রজন কৰা শ শ যুৱক-যুৱতীয়ে।

RelatedPosts

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Nalbari:নলবাৰী এনএইছ এমৰ ৬ গৰাকী চিকিৎসকক চাকৰিৰ পৰা অব্যাহতি

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থা’ৰ ‘ইনষ্টিটিউট ফৰ হিউমেন ডেভলপমেন্ট’ৰ উদ্যোগত শেহতীয়াকৈ প্রকাশ পোৱা ‘ভাৰতৰ নিয়োগ প্রতিবেদন ২০২৪, যুৱ সংস্থাপন, শিক্ষা আৰু দক্ষতা’ শীর্ষক প্রতিবেদনত প্রকাশ পোৱা তথ্য মতে, নিবনুৱাৰ পৰিসংখ্যাৰে দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমৰ স্থিতিও অতি শোচনীয়। অভাৱনীয় হাৰত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে সংস্থাপন লাভৰ পথ মুকলি নোহোৱাত দিনে দিনে জটিল ৰূপ ধাৰণ কৰিছে দেশৰ লগতে অসমৰো নিবনুৱা সমস্যাই। এই প্রতিবেদনত প্রকাশ পোৱা তথ্য মতে, সমগ্র দেশতে প্রব্রজিত ২৮.৯ শতাংশ লোকৰ ভিতৰত ৪৯.৬ শতাংশই ইখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কর্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে।

unemloyment 77আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাই প্রকাশ কৰা চলিত বৰ্ষৰ ভাৰতৰ নিবনুৱা সমস্যাৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি, বিগত ২০২২ লৈ দেশৰ ভিতৰতে সর্বাধিক নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যখন হৈছে বিহাৰ। দেশৰ ২২ খন বৃহৎ ৰাজ্যৰ ভিতৰত নিবনুৱাৰ সৰ্বাধিক সংখ্যাৰে শীৰ্ষত বিহাৰ চিহ্নিত কৰাৰ বিপৰীতে এই তালিকাখনত শোচনীয়তাৰ ১৩ নম্বৰ স্থানত আছে অসম। প্রতিবেদনৰ মতে, নিবনুৱাক সংস্থাপিত কৰাৰ দিশৰে সফলতা অৰ্জন কৰা ৰাজ্যখন হ’ল দিল্লী। দিল্লীৰ পাছতে সফল ৰাজ্যৰ তালিকাৰ দ্বিতীয় স্থানত আছে হিমাচল প্রদেশ আৰু তৃতীয় স্থানত আছে তেলেংগানা।

একেদৰে চতুৰ্থ স্থানত উত্তৰাখণ্ড আৰু পঞ্চম স্থানত আছে গুজৰাট। উল্লেখ্য যে এই তালিকাত অতি শোচনীয় অৱস্থাৰ ৰাজ্যকেইখনৰ শীৰ্ষত বিহাৰৰ পাছতে আছে ওড়িছা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, পশ্চিমবংগ, পঞ্জার, ছত্ৰিশগড় আৰু কর্ণাটক। ইয়াৰ পাছতে তালিকাৰ ১৩ নম্বৰ স্থানত আছে অসম। বৃহৎসংখ্যক নিবনুৱাৰে ককবকাই থকা ৰাজ্যখনত উদ্যোগ, কাৰখানাৰ অভাৱৰ বাবে নিবনুৱাৰ সংস্থাপনৰ হাৰো তুলনামূলকভাৱে দ্রুতগতিত হ্রাস পাইছে

প্রতিবেদনত লগতে প্রকাশ কৰা হৈছে যে অসমত নিবনুৱাৰ সংখ্যা ২০২১ত মুঠ জনসংখ্যাৰ ২৭.৮ শতাংশ থকাৰ বিপৰীতে ২০৩১ত কেৱল ১৫ৰ পৰা ২৯ বছৰ বয়সৰ নিবনুৱাৰ সংখ্যাই ২৪.৮ শতাংশ হ’ব বুলি ঠাৱৰ কৰা হৈছে। আকৌ ২০৩৬ লৈ অসমৰ মুঠ জনসংখ্যাৰ ভিতৰত কেৱল ১৫ৰ পৰা ২৯ বছৰ বয়সৰ নিবনুৱাৰ সংখ্যা ২২.৯ শতাংশ হ’ব বুলিও প্রতিবেদনত আগজাননী দিয়া হৈছে। উল্লেখ্য যে সমগ্ৰ দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত ২০২১ত অসমৰ মুঠ নিবনুৱাৰ ২.৬ শতাংশ থকাৰ বিপৰীতে ২০৩১৩ এই হাৰ ২.৭ শতাংশলৈ বৃদ্ধি পাব বুলি আগজাননী দিয়া হৈছে। প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে ২০২২ত অসমৰ উচ্চ শিক্ষিত নিবনুৱাৰ হাৰ আছিল ৩৫.৪ শতাংশ।

ইফালে, ৰাজ্যখনত যুৱকৰ নিযুক্তিৰ হাৰেৰে ২২ খন ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থানত আছে অসম। আকৌ যুৱতীৰ নিযুক্তিৰ হাৰেৰে তালিকাৰ অষ্টম স্থানত আছে অসম। একেদৰে নিয়মীয়া আনুষ্ঠানিক শ্ৰমিকৰ হাৰেৰে (১৫ বছৰৰ ঊর্ধ্বৰ) দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ’ল নৱম। তালিকা মতে, মুঠ শ্রমিকৰ ১২.৮৮ শতাংশইহে নিয়মীয়া আনুষ্ঠানিক কর্মচাৰীৰূপে কার্যনির্বাহ কৰিছে অসমত।

ইয়াৰ বিপৰীতে অনিয়মীয়া বা অস্থায়ীভাৱে কৰ্মৰত শ্ৰমিকৰ দিশেৰে দেশৰ ২২ খন ৰাজ্যৰ ভিতৰৰ্ত অসমৰ স্থান হ’ল ১১ নম্বৰ। ৰাজ্যখনৰ ২০.৬১ শতাংশ শ্রমিকে অস্থায়ী ৰূপত কৰ্মৰত অৱস্থাত আছে। লক্ষ্যণীয় যে দেশৰ ২২ খন বৃহৎ ৰাজ্যৰ ভিতৰত অসমত স্বনিয়োজনৰে জীৱন নিৰ্বাহ কৰাসকলৰ ভিতৰত অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিবলগীয়া হৈছে।

সাধাৰণ কোনো ব্যৱসায়-বাণিজ্যৰে জীৱনৰ প্ৰত্যাহ্বান নেওচি অগ্ৰসৰ হ’বলৈ চেষ্টা কৰাসকলৰ ভিতৰত ২২.১৫ শতাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে উল্লেখ্য যে ব্যৱসায়-বাণিজ্য বা আন কোনো অসংগঠিত খণ্ডৰে জড়িত হৈ আত্মসংস্থাপন লাভ কৰাসকলৰ ভিতৰত বৃহৎসংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিবলগীয়া হোৱাৰ হাৰেৰে দেশৰ আন ৰাজ্যসমূহৰ তালিকাত চতুর্দশ স্থানত আছে অসম। উল্লেখ্য যে আত্মসংস্থাপনবে সফলতা অর্জন কৰা অতি কমসংখ্যক অর্থাৎ ২.৬৮ শতাংশ স্বনিয়োজিত কর্মীহে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাজ্যখন হ’ল দিল্লী।

ইফালে, তালিকাৰ ২২ নম্বৰ স্থানত আছে ছত্ৰিশগড়। আকৌ অসংগঠিত খণ্ডত অস্থায়ী শ্রমিকৰূপে কৰ্মৰত শ্ৰমিকসকলৰ মাহিলি গড় মজুৰি হ’ল ১০,২৯৯ টকা সাম্প্রতিক মুদ্রাস্ফীতিৰ ঊর্ধ্ব হাৰে মধ্যবিত্ত শ্রেণীকে ঢোকে ঢোকে পানী খুওৱাৰ সময়ত মাহিলি ১০,২৯৯ টকাৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে অসমৰ অস্থায়ী ভিত্তিত নিয়োজিত একো একোজন শ্রমিকে।

প্রতিবেদনত দেশৰ আটাইকেইখন ৰাজ্যৰ ১৫ৰ পৰা ২৯ বছৰ বয়সৰ শিক্ষিত নিবনুৱাৰ হাৰৰ দিশেৰে ২০২২ পর্যন্ত অসমৰ স্থান হ’ল ১১। পৰিসংখ্যা মতে, ৰাজ্যখনত ২০২২ লৈ শিক্ষিত নিবনুৱাৰ হাৰ আছিল ২৩.৬৬ শতাংশ। ইয়াৰে ভিতৰত ১৮.৯৮ শতাংশ যুৱক আৰু ৩৬.৩০ শতাংশ যুৱতী। ইফালে, ৰাজ্যখনৰ ১৫ৰ পৰা ২৯ বছৰ বয়সৰ শিক্ষা বা কোনো ধৰণৰ প্ৰশিক্ষণ নথকা নিবনুৱাৰ হাৰ হ’ল ৩৩.৭৩ শতাংশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtMigration AbroadSearch of Employment
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d