Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Brothers Vikas and Vivek Sahay named DGPs of Gujarat, West Bengal:এক অস্বাভাৱিক পৰিঘটনাত দুই ভাতৃ কৰ্মৰত দুই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান

বিবেক আৰু বিক্ৰম সহায় পশ্চিম বংগ আৰু গুজৰাটৰ ডিজিপি ৰূপে নিয়োজিত, নিৰ্বাচনৰ দিন ঘোষণা পিছতে পশ্চিমবংগৰ ডিজিপিক সলনি নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে

publisher by publisher
March 19, 2024
in India, News
Reading Time: 2 mins read
0
Brothers Vikas and Vivek Sahay named DGPs of Gujarat, West Bengal:এক অস্বাভাৱিক পৰিঘটনাত দুই ভাতৃ কৰ্মৰত দুই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

Brothers Vikas and Vivek Sahay named DGPs of Gujarat, West Bengal:

দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে চুবুৰীয়া পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধানক সলনি কৰাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে ৷

ADVERTISEMENT

সেই নিৰ্দেশানুসৰি পশ্চিমবংগৰ চৰকাৰে ৰাজ্যৰ ডিজিপি সলনি কৰি সোমবাৰে নতুন ডিজিপি হিচাপে নিযুক্তি দিয়ে বিবেক সহায়ক ৷

উল্লেখ্য যে,বিবেক সহায়ৰ আন এজন ভাতৃ বিকাশ সহায়ে গুজৰাটৰ ডিজিপি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷
আনহাতে, দুই ভাতৃৰ কনিষ্ঠজন ভাতৃ বিক্ৰম সহায় কাৰ্যৰত হৈ আছে দিল্লীৰ আয়কৰ বিভাগত ৷ তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া।

উল্লেখযোগ্য,পশ্চিমবংগৰ নৱনিযুক্ত ডিজিপি বিবেক সহায় ১৯৮৮ বেটচৰ আই পি এছ বিষয়া হোৱাৰ বিপৰীতে তেওঁৰ ভাতৃ তথা গুজৰাটৰ ডি জি পি বিকাশ সাহায় ১৯৮৯ বেটচৰ আই পি এছ বিষয়া।

দুই ভাতৃ দুখন বৃহৎ ৰাজ্যৰ আৰক্ষী মুৰব্বী ৰূপে নিয়োজিত হৈ থকাৰ সন্দৰ্ভত বিকাশ সহায়ে কয় যে, “আমি তিনিওজনে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাইছিলো আৰু আমি দুজনে ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ত যোগদান কৰাৰ বিপৰীতে আমাৰ কনিষ্ঠ ভাতৃয়ে যোগদান কৰে ভাৰতীয় ৰাজহ সেৱাত ৷ নিজৰ ব্যস্ততাপূৰ্ণ কত্তৰ্ব্যৰ বাবে আমি শেষবাৰৰ বাবে তিনিও জন একলগ হৈছিলো প্ৰায় এবছৰৰ পূৰ্বে ৷

গুজৰাটৰ ডিজিপিয়ে গৰাকীয়ে আৰু কয় যে, যেতিয়া তেওঁ ভাতৃ বিবেক সহায়ক লগ পায় তেতিয়া তেওঁলোকে সাধাৰণতে আৰক্ষী সম্পৰ্কীয় জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

উল্লেখ্য যে, পশ্চিমবংগৰ তদানীন্তন ডিজিপি ৰাজীৱ কুমাৰক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচন আয়োগে সলনিৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰক ৷ সেই অনুসৰি ইচিৰ নিৰ্দেশনা জাৰি কৰাৰ কেইঘণ্টামানৰ পিছতে সোমবাৰে পশ্চিমবংগ চৰকাৰে বিবেক সহায়ক নতুন ডিজিপি হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে বিবেক সহায় কৰ্মৰত হৈ আছিল ৰাজ্য খনৰ গৃহৰক্ষীৰ সঞ্চালক প্ৰধান আৰু কমাণ্ডেণ্ট জেনেৰেল হিচাপে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Brothers Vikas and Vivek SahayDGPs of GujaratECIWEST BENGAL
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d