Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব হৃদৰোগ, বৃক্ক সংস্থাপন, স্নায়ুৰোগ, কৰ্কটৰ চিকিৎসা

অটল অমৃত অভিযানৰ তালিকাভুক্ত হাস্পতালত অন্তৰ্ভুক্ত শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

publisher by publisher
July 12, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
অসমৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব হৃদৰোগ, বৃক্ক সংস্থাপন, স্নায়ুৰোগ, কৰ্কটৰ চিকিৎসা
6
SHARES
55
VIEWS
ShareShareShareShare

দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগ-হাস্পতাল কৰ্তৃপক্ষৰ বুজাবুজি চুক্তি সম্পন্ন

ADVERTISEMENT

এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত আজি নতুনকৈ অন্তৰ্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীপুৰমস্থিত এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খন।

দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিয়লি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিকভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বিধায়কদ্বয় মানৱ ডেকা, দিগন্ত কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, স্বাস্থ্য সচিব, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালকৰ উপৰি স্বাস্থ্য বিভাগৰ হৈ অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী আৰু উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰেও অংশগ্ৰহণ কৰা এক অনুষ্ঠানত অটল অমৃত অভিযানৰ কৰ্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ড° এন বালাজীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

WhatsApp Image 2021 07 12 at 5.49.32 PM 1

অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদুৰ ভোলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ’লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব।

ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

WhatsApp Image 2021 07 12 at 5.49.29 PM

মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দুখীয়া ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে।

গুৱাহাটী উন্নয়ন তথা নগৰাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংঘলেও এই বুজাবুজি চুক্তিয়ে অসম চৰকাৰৰ অটল অমৃত অভিযানক অধিক গতিশীল কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন সামৰ্থৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ লোকৰ বাবে সাধাৰণতে হোৱা ছয়টা উচ্চ ব্যয় সাপেক্ষ ৰোগৰ চিকিৎসা লাভ কৰাটো সুলভ আৰু সহজসাধ্য কৰি তোলাৰ বাবে অসম চৰকাৰে এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে বছৰি দুই লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতিৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে।

WhatsApp Image 2021 07 12 at 5.49.27 PM

হৃদজনিত ৰোগ, কৰ্কট, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই ছয় শ্ৰেণীৰ ৰোগৰ অধীনৰ মুঠ ৪৩৮ বিধ স্বাস্থ্যজনিত জটিলতাত ভোগা ৰোগীৰ চিকিৎসা আঁচনিখনত অন্তৰ্ভুক্ত হৈ আছে।

অটল অমৃত অভিযানৰ অধীনত সুলভ চিকিৎসাৰ সুবিধা গ্ৰহণৰ বাবে বছৰি ১.২০ লাখ টকাৰ তলৰ উপাৰ্জনক্ষম দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আৰু বছৰি পাঁচ লাখ টকাতকৈ কম উপাৰ্জনক্ষম আৰ্থিক ভাৱে দুৰ্বল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সদস্যসকলে নিজ অঞ্চলৰ অসামৰিক চিকিৎসালয়ত আবেদন কৰি অটল অমৃত কাৰ্ড আহৰণ কৰিব পাৰে।

WhatsApp Image 2021 07 12 at 5.49.32 PM

আঁচনিখনৰ অধীনত অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহত এই অটল অমৃত কাৰ্ড দেখুৱালেই দুখীয়া পৰিয়ালৰ ৰোগীয়ে সৰ্বাধিক দুই লাখ টকা পৰ্যন্ত ৰেহাইৰে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব।

অটল অমৃত অভিযানৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে আজি অন্তৰ্ভুক্ত হোৱা শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰৰ সঞ্চালক ডাঃ বালাজীয়ে প্ৰকাশ কৰা মতে অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কৰ্কট, বৃক্ষ সংস্থাপন, মূত্ৰৰোগ, নিউৰ’ ছাৰ্জাৰী আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kamaljit TalukdarKeshab MahantaN Balaji
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d