Horoscope:ৰাশিফল
মেষ: কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব। ভ্রমণত শুভ। নিবনুৱাৰ কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে; দাম্পত্যত শুভ। বিদ্যাত কিছু খেলিমেলি। শুভ ৰং বগা। শুভ সংখ্যা ৫।
বৃষ: ব্যৱসায়ীসকলে আশা কৰা মতে লাভৱান হ’ব; শত্ৰু পৰা দূৰত থাকক। ব্যয় বৃদ্ধি। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। ভ্রমণৰ যোগ। শুভ সংখ্যা ৪. শুভ ৰং ৰঙা।
মিথুন: শৰীৰৰ প্ৰতি যত্ন লওক। নিজৰ কৰ্মদক্ষতাৰ ওপৰত পদোন্নতিৰ যোগ। ভ্রমণত মধ্যম। পৰিয়ালৰ পৰা উৎসাহিত হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।
কর্কট: কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সংগই উৎসাহিত কৰিব: আর্থিক সংকটৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা ৫।
সিংহ: আর্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা উৎসাহিত হ’ব। পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। কৰ্মত শুভ, ৰঙা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।
কন্যা: দূৰভ্ৰমণ কৰিব পাৰিব। কর্মস্থানত ব্যস্ততা বাঢ়িব। শত্ৰুৰ পৰা সাৱধান- হওক। ঘৰুৱা শুভ। বিদ্যাত মধ্যম। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 81
তুলা: যোগ্য ব্যক্তিৰ মান সন্মান বৃদ্ধি। ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব। কর্মস্থানত কিছু খেলিমেলি হ’ব পাৰে। আর্থিকত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।
বৃশ্চিক: কর্মস্থান ভাল। পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। আর্থিকত ব্যয় বৃদ্ধি। মনত কোনো দুচিন্তা নাৰাখিব। মুগা ৰং শুভ। শুভ সংখ্যা ৮।
ধনুঃ সৎ আৰু গুণী লোকৰ সান্নিধ্যই অধিক উৎসাহিত কৰিব। কৰ্মক্ষেত্ৰত্রত নিজৰ শুভ। মামলা-মোকদমাত জয়লাভ। খং কমিব। শুভ ৰং বগা, শুভ সংখ্যা ৪।
মকৰ : ধন আগমন হ’ব। শত্ৰুৰ পৰা ভয়। খাদ্যৰ পৰা সাৱধান হওক। কর্মত মধ্যম। প্রেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ১।
কুম্ভ: আপোনাৰ সবলতাত আনে আঘাত কৰিব পাৰে। খং ক্ষোভ দমন কৰক। কর্মস্থানত কিছু জটিলতাৰ সম্মুখীন হ’ব পাৰে। সেউজীয়া ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৭।
মীন: গুৰুত্বপূৰ্ণ কাম থাকিলে পুৱাৰ ভাগত সম্পন্ন কৰক। ভ্রমণ কৰোতে সাবধান। মাটি-সম্পত্তি ক্ৰয় কৰিব পাৰিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।