Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Sporkperson Ranjib Kr.Sarma:৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যা

প্রদেশ কংগ্ৰেছৰ সিদ্ধান্ত কা-পুৰুষৰ নিচিনা:ৰাজ্যিক বিজেপি

publisher by publisher
July 20, 2024
in Uncategorized
Reading Time: 3 mins read
0
Bjp Sporkperson Ranjib Kr.Sarma:৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যা
2
SHARES
16
VIEWS
ShareShareShareShare

Bjp Sporkperson Ranjib Kr.Sarma:

বাল্য বিবাহ, বহু বিবাহ, প্রবজন আৰু লাভ জেহাদৰ ফলত অসমত অপ্রাকৃতিকভাৱে বাংলাদেশী মূলৰ মুছলিম লোকৰ জনবিস্ফোৰণ হৈছে। এই জনবিস্ফোৰণে অসমৰ থলুৱা লোকৰ ৰাজনৈতিক আৰু অর্থনৈতিক ভৱিষ্যত অনিশ্চিত কৰি তোলাৰ লগতে সামাজিক, সাংস্কৃতিক ক্ষেত্রলৈয়ো ভাবুকি নমাই আনিছে। জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা বাংলাদেশী মূলৰ মুছলমান লোকসকলে অসমৰ সত্ৰ, দেৱালয় আদিৰ নামত থকা ভূমি বেদখল কৰাৰ লগতে ব্যাপক হাৰত বনাঞ্চলো ধ্বংস কৰা পৰিলক্ষিত হৈছে” – এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

ADVERTISEMENT

কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা বাংলাদেশীমূলৰ মুছলিম লোকৰ জনবিস্ফোৰণৰ বিষয়টো গাপ দি ৰখাৰ পৰিকল্পিত প্ৰয়াস কৰি আহিছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত সাংবাদিকৰ আগত দিয়া বক্তব্যত উল্লেখ কৰে। সদায় মুছলমানৰ মাজত ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰি কংগ্ৰেছ দলে ৰাজনীতি কৰাৰ কথাও শ্রী শর্মাই লগতে উল্লেখ কৰে।

RelatedPosts

Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র

Assam State Bjp:কংগ্ৰেছ দল এতিয়া আভ্যন্তৰীণ সংঘাত জৰ্জৰিত: অসম প্রদেশ বিজেপি

Assam State Bjp Press Release: অসমৰ খাৰুৱা তেলেৰে বাৰাউনীত শোধনাগাৰ পতা কংগ্রেছে কৌশলী মন্তব্যৰে বিজেপি চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই: বিজেপি অসম প্রদেশ

উল্লেখযোগ্য যে ভাৰতীয় লোকপিয়লৰ তথ্যমতে ১৯৫১ চনত বর্তমানৰ অসমত মুছলিম জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ কিন্তু ২০১১ চনত ই বৃদ্ধি পাই ১ কোটি ৭ লাখলৈ। এই হাৰত জনবিস্ফোৰণ হ’লে ২০৫০ চনত অসমৰ মুছলিম জনসংখ্যা কিমান হ’ব সেয়া সহজে অনুমেয়। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কেইদিনমান পূৰ্বে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দিয়া বক্তব্যৰ বৈজ্ঞানিক ভিত্তি এই তথ্যই স্পষ্টভাৱে প্ৰমাণ কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে।

ভাৰতীয় লোকপিয়লৰ তথ্য মতে শতিকাৰ প্ৰথমটো দশকত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ মুছলমিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দুগুণ আছিল যদিও চলিত দশকত এই হাৰ অস্বাভাৱিকভাৱে তিনিগুনলৈ বৃদ্ধি পায়। ১৯৯১-২০০১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৪.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৩ শতাংশ হোৱাৰ বিষয়ে লোকপিয়লৰ তথ্যত উল্লেখ আছে।

অর্থ্যাৎ চলিত দশকত হিন্দু জনসংখ্যাতকৈ তিনিগুণ হাৰত মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। অর্থ্যাৎ ২০০১-১১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৬ শতাংশলৈ বৃদ্ধি হৈছে। লোকপিয়লৰ এই তথ্যই স্পষ্ট কৰে যে ১০ বছৰত হিন্দু জনসংখ্যাতকৈ তিনিগুণ অধিৰ হাৰত অসমত মুছলিম জনসংখ্যাৰ বৃদ্ধি ঘটে। লোকপিয়লৰ তথ্য মতে ১৯৭১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৭২.৫১ শতাংশ হিন্দু হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যাৰ আছিল ২৪.৫৬ শতাংশ। কিন্তু ২০১১ চনত ৰাজ্যৰ হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি পায় ৩৪.২২ শতাংশলৈ। ১৯৭১ চনত অসমত মুছলিম সংখ্যা গৰিষ্ঠ জিলা দুখন হোৱাৰ বিপৰীতে ২০১১ চনত মুছলিম সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা ১০ খনলৈ বৃদ্ধি পায়।

২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচন আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ তথ্য বিশ্লেষণ কৰিলেও ৰাজ্যৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট হৈ পৰে। নির্বাচন আয়োগৰ তথ্যই স্পষ্টভাবে প্রতিপন্ন কৰে যে, ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যাৰ অস্বাভাবিক বৃদ্ধি ঘটাৰ বিপৰীতে থলুৱা অধ্যুষিত সমষ্টিসমূহত বৃদ্ধিৰ হাৰ তেনেই নগণ্য।

ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণে বিভিন্ন সমষ্টিত ক্ৰমাৎ ৰাজনৈতিক নিয়ন্ত্রণ হেৰুৱাই অহাৰ ছবিখনো পোনপটীয়াকৈ প্রতিফলিত কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই মতপোষণ কৰি লগতে কয় যে ৰাজ্যৰ বিভিন্ন মন্দিৰ, বনাঞ্চল আৰু চৰকাৰী মাটিত হোৱা বেদখলৰ প্ৰধান কাৰণ এই অস্বাভাৱিক জনবিস্ফোৰণ বুলি অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শমাই সঘনাই কোৱা কথাটো যে সম্পূর্ণ যুক্তিসংগত এই তথ্যসমূহেই স্পষ্টৰূপত প্ৰমাণ কৰে। এই বাস্তৱ সত্যক ঢাকি ৰাখি বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন ইছলামিক সংগঠনে কুটিল ৰাজনীতি কৰি ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব বিচৰাটো সচাকৈ নিশ্চিতভাবে নিন্দনীয় বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই কয়।

কংগ্ৰেছৰ সিদ্ধান্তক গৰিহণা ৰাজ্যিক বিজেপিৰ:

‘স্বাধীনোত্তৰ ভাৰতৰ অধিকাংশ সময় ক্ষমতাত থকা কংগ্রেছ দলে উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল বিষয় সমূহকলৈ কেতিয়াও মুকলি বিতৰ্ক কৰিবলৈ সাহস নকৰে। কিয়নো এই দলৰ অপ শাসন আৰু দুৰ্নীতিৰ বাবেই আমাৰ দেশৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল। সেয়েহে কংগ্ৰেছে সদায় ব্যক্তি আক্রমণ আৰু সম্ভীয়া কথাৰে ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ নিকৃষ্ট প্রয়াস কৰে’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ। শৰ্মাৰ মতে প্রতিপক্ষৰ নেতাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি জনসাধাৰণক বিভ্রান্ত কৰি কংগ্ৰেছে সদায় ৰাজনৈতিক মুনাফা লুটাৰ চেষ্টা কৰে।

কংগ্ৰেছৰ এনে প্রয়াসৰ এক দীঘলীয়া ইতিহাস আছে। এই ইতিহাসৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই অসম প্রদেশ কংগ্রেছ সমিতিয়েও মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ লোকক ব্যক্তিগতভাৱে আক্ৰমণ কৰা লক্ষ্য কৰি লৈছে। প্রধান বিৰোধী দলৰ এনে সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত এক ৰুচিহীন পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে মানুহৰ মাজত ভয় আৰু শংকাৰ বাতাবৰণ গঢ়ি উঠিব। সেয়েহে এনে সিদ্ধান্ত নিশ্চিতভাৱে তীব্ৰ গৰিহণাৰ যোগ্য বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে। মুখ্যমন্ত্রী শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সৰ্বব্যাপী আৰু সৰ্বস্পর্শী উন্নয়ন সম্পৰ্কত বিতৰ্ক কৰাৰ সাহস গোটাব নোৱাৰি কংগ্ৰেছে ব্যক্তিগত আক্রমণৰ বাবে লোৱা সিদ্ধান্ত এক প্ৰকাৰৰ কাপুৰুষালি বুলি ক’ব পৰা যায়।

উল্লেখযোগ্য যে ছোনীয়া গান্ধীয়ে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদীক ‘মৌত কা সৌদাগৰ’ বুলি কৈ ব্যক্তি আক্ৰমণৰ এক নতুন অধ্যায় ভাৰতীয় ৰাজনীতিত আৰম্ভ কৰিছিল। ইয়াৰে ধাৰাবাহিকতা কংগ্ৰেছে অসমত বৰ্তাই ৰখাৰ প্ৰয়াস কৰা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State BjpBjp Sporkperson Ranjib Kr.Sarma
publisher

publisher

Related Posts

Panchayat Election Result Update:বঙাইগাঁও জিলাত বিধ্বস্ত কংগ্ৰেছ , বিজেপি মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত
Uncategorized

May 12, 2025
নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d